• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গাড়ী চলাই থকা অৱস্থাতে হাৰ্ট এটেক; ইখনৰ পিছত সিখন গাড়ীত খুন্দা, ৪জনৰ মৃত্যু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 22, 2025 8:57 am
93
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গাড়ী চলাই থকা সময়তে চালকজন হাৰ্ট এটেকত আক্ৰান্ত হয়। ফলত নিয়ন্ত্ৰণ হেৰুৱাই ইখনৰ পিছত সিখন গাড়ীত খুন্দা মাৰে। এই ঘটনাত ৪ জন লোকৰ মৃত্যু হয় আৰু কমেও ৪জন আহত হয়। মহাৰাষ্ট্ৰৰ থানেত সংঘটিত হৈছে এই ঘটনা।

আৰক্ষীৰ সূত্ৰ অনুসৰি শুকুৰবাৰে নিশা থানেৰ অম্বাৰনাথ ফ্লাই অভাৰ এলেকাত সংঘটিত হয় এই দুৰ্ঘটনা।

Apply Now

জানিব পৰা মতে, গাড়ীখনত আছিল তাৰ স্থানীয় নিৰ্বাচনত শিৱসেনাৰ প্ৰাৰ্থী কিৰণ চৌবে। তেওঁৰ লগত কেইজনমান সংগীও আছিল। গাড়ীখন তেওঁৰ চালক লক্ষ্মণ সিন্দেই চলাই আহিছিল।

সূত্ৰৰ পৰা জানিব পৰা মতে, অম্বাৰনাথ উৰণীয়া সেঁতুত গাড়ী চলাই যাওঁতে লক্ষ্মণ সিন্দে হাৰ্ট এটেকত আক্ৰান্ত হয়। ফলত তেওঁ গাড়ীখন আৰু নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে। গাড়ীখনে কেইবাখনো গাড়ী আৰু এখন মটৰ চাইকেলত খুন্দা মাৰে। ইয়াৰ পিছত ওলটি পৰে।

জানিব পৰা মতে, দুৰ্ঘটনাটোৰ পিছত স্থানীয় ৰাইজে গাড়ীখনৰ যাত্ৰীসকলক উদ্ধাৰ কৰে। কিৰণ চৌবেক উদ্ধাৰ কৰি আহত অৱস্থাত চিকিৎসালয়লৈ লৈ যোৱা হয়। তেওঁৰ শাৰীৰিক অৱস্থা এতিয়া সুস্থিৰ। তেওঁ কয় যে গাড়ী চলাই থকা অৱস্থাত হঠাৎ অসুস্থ হৈ পৰে লক্ষ্মণ। ফলত এই দুৰ্ঘটনা সংঘটিত হয়।

আৰক্ষীয়ে জনোৱা মতে, কিৰণ চৌবে এই ঘটনাৰ পৰা ৰক্ষা পৰে যদিও চালক আৰু দুজন সংগী সুমিত চেলানী আৰু শৈলেশ যাদৱৰ মৃত্যু হয়।

এই দুৰ্ঘটনাত স্থানীয় পৌৰসভাৰ কৰ্মী চন্দ্ৰকান্ত আনাৰ গুৰুতৰভাৱে আহত হয়। তেওঁ মটৰ চাইকেলত উঠি আহিছিল। পিছত চিকিৎসালয়তে মৃত্যু হয় চন্দ্ৰকান্তৰ। চন্দ্ৰকান্তৰ দুই সংগী বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

Horrific accident on Ambernath's flyover bridge, Four dead, three injured after car hits some two-wheelers on a flyover in Maharashtra's Thane district.#Maharashtra #Ambernath #flyover #Horrific #accident #Thane pic.twitter.com/4zKeHaGkE2

— mishikasingh (@mishika_singh) November 21, 2025

আৰক্ষীয়ে দুৰ্ঘটনাৰ কাৰণৰ তদন্ত অব্যাহত ৰাখিছে। কিন্তু বিষয়াসকলৰ মতে গাড়ীখনৰ চালকজনৰ হাৰ্ট এটেকৰ বাবেই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি ধাৰাণা।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বেজিঙত চীনৰ আটাইতকৈ সুউচ্চ অট্টালিকাত খুন্দা মাৰি ভাঙি পৰিল বিমান; চহৰত চৰম আতংক

বেজিঙত চীনৰ আটাইতকৈ সুউচ্চ অট্টালিকাত খুন্দা মাৰি ভাঙি পৰিল বিমান; চহৰত চৰম আতংক

June 27, 2026 3:13 pm
ফ্ৰান্সৰ সংগীত উৎসৱত ভয়ংকৰ অৰাজকতা : ড্ৰাগছ সেৱন কৰাই যুৱতীক ধৰ্ষণ আৰু ছিৰিঞ্জ আক্ৰমণ

ফ্ৰান্সৰ সংগীত উৎসৱত ভয়ংকৰ অৰাজকতা : ড্ৰাগছ সেৱন কৰাই যুৱতীক ধৰ্ষণ আৰু ছিৰিঞ্জ আক্ৰমণ

June 27, 2026 2:37 pm
ক্ৰিকেটৰ সৈতে কি গভীৰ সম্পৰ্ক কেতন আগৰৱালা হত্যাৰ অভিযুক্ত ছিয়া আৰু চেতনৰ?

ক্ৰিকেটৰ সৈতে কি গভীৰ সম্পৰ্ক কেতন আগৰৱালা হত্যাৰ অভিযুক্ত ছিয়া আৰু চেতনৰ?

June 27, 2026 2:30 pm
শিক্ষামন্ত্ৰীৰ জন্মদিনত ব্যতিক্ৰমী উপহাৰ : পদত্যাগ বিচাৰিলে ককৰোচ পাৰ্টিয়ে

শিক্ষামন্ত্ৰীৰ জন্মদিনত ব্যতিক্ৰমী উপহাৰ : পদত্যাগ বিচাৰিলে ককৰোচ পাৰ্টিয়ে

June 27, 2026 1:48 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বেজিঙত চীনৰ আটাইতকৈ সুউচ্চ অট্টালিকাত খুন্দা মাৰি ভাঙি পৰিল বিমান; চহৰত চৰম আতংক

বেজিঙত চীনৰ আটাইতকৈ সুউচ্চ অট্টালিকাত খুন্দা মাৰি ভাঙি পৰিল বিমান; চহৰত চৰম আতংক

June 27, 2026 3:13 pm
ফ্ৰান্সৰ সংগীত উৎসৱত ভয়ংকৰ অৰাজকতা : ড্ৰাগছ সেৱন কৰাই যুৱতীক ধৰ্ষণ আৰু ছিৰিঞ্জ আক্ৰমণ

ফ্ৰান্সৰ সংগীত উৎসৱত ভয়ংকৰ অৰাজকতা : ড্ৰাগছ সেৱন কৰাই যুৱতীক ধৰ্ষণ আৰু ছিৰিঞ্জ আক্ৰমণ

June 27, 2026 2:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd