• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এপষ্টেইন ফাইলছত বিশ্ববিশ্ৰুত বুদ্ধিজীৱি ন’ম চমস্কিৰ নাম! স্তম্ভিত বিশ্ব

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 26, 2025 8:06 pm
48
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উদ্যোগপতি, অভিনেতা, ৰাজনীতিবিদৰ বাহিৰেও এতিয়া এপষ্টেইন ফাইলত ন’ম চমস্কিৰ নাম আছে বুলি জানিব পৰা গৈছে। শেহতীয়াকৈ আমেৰিকাৰ যৌন অপৰাধী কোটিপতি জেফ্ৰি এপষ্টেইনৰ সৈতে জড়িত সকলো ফাইল ৰাজহুৱা কৰাৰ বাবে ড’নাল্ড ট্ৰাম্পে এখন বিধেয়কত স্বাক্ষৰ কৰিছে।

প্ৰকাশিত তালিকাত থকা সকলোকে আচৰিত কৰি তোলা নামটো হ’ল ন’ম চমস্কি। বিখ্যাত শিক্ষাবিদ চমস্কিয়ে এপষ্টেইনক ‘অতি মূল্যৱান বন্ধু’ বুলি উল্লেখ কৰিছিল। লগতে তথ্যত নাম উল্লেখ কৰাসকলৰ ভিতৰত ড’নাল্ড ট্ৰাম্পৰ প্ৰাক্তন মুখ্য নিৰ্বাচনী কৌশলবিদ ষ্টিভ বেননো আছে। তেওঁ এপষ্টেইনৰ সৈতে ৰাজনৈতিক কৌশলৰ বিষয়ে কথা পাতিছিল। লগতে এই তালিকাত আছে আমেৰিকাৰ প্ৰাক্তন কোষাগাৰ সচিব তথা হাৰ্ভাৰ্ডৰ সভাপতি লেৰী ছামাৰ্ছ। আন আন নামসমূহ হ’ল ইলন মাস্ক, প্ৰিন্স এণ্ড্ৰু আৰু আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বিল ক্লিণ্টন। আটাইকেইজনেই কৈছে যে তেওঁলোক কোনো এনে ঘটনাৰ লগত জড়িত নহয়। কিন্তু চৰকাৰী বিভাগে কৈছে যে এই ফাইলত তেওঁলোকৰ নাম আছে বুলিয়েই তেওঁলোক দোষী নহয়।

Apply Now

এপষ্টেইন ফাইলছ ট্ৰেন্সপাৰেন্সি এক্ট নামেৰে জনাজাত এই বিধেয়কখনৰ জৰিয়তে ন্যায় বিভাগে এপষ্টেইনৰ তদন্তৰ সৈতে জড়িত সকলো তথ্য ৩০ দিনৰ ভিতৰত “সন্ধানযোগ্য আৰু ডাউনলোড কৰিব পৰা ফৰ্মেটত” প্ৰকাশ কৰিব লাগিব। এই বিধেয়কখন আইনত পৰিণত হোৱাৰ পিছৰে পৰা চৰকাৰৰ বিৰোধী দলৰ বহু নেতাক এপষ্টেইনে লক্ষ্য কৰি লৈছে। আন ক্ষেত্ৰৰ বহু গুৰুত্বপূৰ্ণ ব্যক্তিক ৰেহাই দিয়া হোৱা নাই। আমেৰিকাৰ হাউছ অভাৰচাইট কমিটীয়ে প্ৰকাশ কৰা ২৩ হাজাৰৰো অধিক ইমেইল, টেক্সট আৰু নথি-পত্ৰ প্ৰকাশ কৰিছে। তথ্য অনুসৰি ২০০৮ চনত দোষী সাব্যস্ত হোৱাৰ পিছতো এপষ্টেইনৰ প্ৰভাৱ বছৰ বছৰ ধৰি অব্যাহত আছিল।

উল্লেখ্য যে ২০০৬ চনত প্ৰথমবাৰৰ বাবে এপষ্টেইন পোহৰলৈ আহে।১৪ বছৰীয়া নাবালিকাৰ পিতৃ-মাতৃয়ে অভিযোগ কৰে যে এপষ্টেইনে নিজৰ পাম বিচৰ অট্টালিকাত তেওঁলোকৰ কন্যাক যৌন নিৰ্যাতন চলাইছিল। তেওঁৰ বিৰুদ্ধে প্ৰচুৰ প্ৰমাণ পোৱাৰ পিছতো এই অতি বিতৰ্কিত গোচৰটোত এপষ্টেইনক দোষমুক্ত কৰা হয়। ফলত তেওঁ ফেডাৰেল অভিযোগৰ পৰা হাত সাৰিবলৈ সক্ষম হয়। মাত্ৰ ১৩ মাহহে কাউন্টি জেলত কটাই।এই সময়চোৱাত তেঁওক যৌন অপৰাধী হিচাপেও পঞ্জীয়ন কৰিবলৈয়ো চৰকাৰ বাধ্য হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

June 19, 2026 10:28 pm
ৰক্ষাকৱচ প্ৰত্যাহাৰ কৰিলে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে, যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে অভিষেক বেনাৰ্জী

গ্ৰেপ্তাৰৰ পৰা পৰিত্ৰাণ পাবলৈ এইবাৰ ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ কাষ চাপিল অভিষেক, কি ক’লে আদালতে?

June 19, 2026 10:14 pm
বিধায়ক আৰু পঞ্চায়তৰ প্ৰতিশ্ৰুতি সাৰ, নাফুক আদৰ্শ গাঁৱৰ বিধ্বস্ত পথে কন্দুৱাইছে ৰাইজক

বিধায়ক আৰু পঞ্চায়তৰ প্ৰতিশ্ৰুতি সাৰ, নাফুক আদৰ্শ গাঁৱৰ বিধ্বস্ত পথে কন্দুৱাইছে ৰাইজক

June 19, 2026 9:44 pm
তৃণমূলত বৃহৎ ভাঙন! ২০ গৰাকী বিদ্ৰোহী সাংসদৰ পদ খাৰিজৰ দাবীৰে অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ অভিষেক বেনাৰ্জীৰ

তৃণমূলত বৃহৎ ভাঙন! ২০ গৰাকী বিদ্ৰোহী সাংসদৰ পদ খাৰিজৰ দাবীৰে অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ অভিষেক বেনাৰ্জীৰ

June 19, 2026 8:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

June 19, 2026 10:28 pm
ৰক্ষাকৱচ প্ৰত্যাহাৰ কৰিলে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে, যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে অভিষেক বেনাৰ্জী

গ্ৰেপ্তাৰৰ পৰা পৰিত্ৰাণ পাবলৈ এইবাৰ ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ কাষ চাপিল অভিষেক, কি ক’লে আদালতে?

June 19, 2026 10:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd