• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভাৰতীয় গণনাট্য সংঘৰ ৰাজ্যিক অভিৱৰ্তন সফল সামৰণি: নতুন সমিতি গঠন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 30, 2025 8:34 pm
23
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় গণনাট্য সংঘৰ ৰাজ্যিক অভিৱৰ্তনখন যোৱা ৩০ নৱেম্বৰত গুৱাহাটীৰ নিউ আৰ্ট প্লেয়াৰ্ছ প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে সফলতাৰে সম্পন্ন হৈ যায়। সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শতাধিক প্ৰতিনিধিয়ে এই গুৰুত্বপূৰ্ণ অভিৱৰ্তনত অংশগ্ৰহণ কৰে।

অভিৱৰ্তনখন সুচাৰুৰূপে পৰিচালনা কৰিবলৈ ঘন ডেকা, দেৱাশীষ চক্ৰৱৰ্তী, অপৰাজিতা চৌধুৰী আৰু নৃপেন নাথক লৈ এখন সমিতি গঠন কৰা হৈছিল। লগতে নৰেন পাটগিৰি, সোণেশ্বৰ নৰহ আৰু সুশোভন তালুকদাৰে পৰিচালনাৰ দায়িত্ব বহন কৰে।

Apply Now

সংঘ সংগীত “তোৰে মোৰে আলোকৰে যাত্ৰা”ৰে অভিৱৰ্তনৰ শুভাৰম্ভ কৰা হয়। আদৰণি ভাষণৰ পিছত কণ্ঠশিল্পী ঘন ডেকাই সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে। ইয়াৰ পাছতে নাট্যকাৰ তথা পৰিচালক নৰেন পাটগিৰিয়ে “গণনাট্য সংঘৰ ঐতিহ্য আৰু সংস্কৃতিৰ চৰ্চাৰ সামূহিক বাট” শীৰ্ষক বিষয়ৰ ওপৰত বিস্তৃত বক্তব্য আগবঢ়ায়। সাংস্কৃতিক কৰ্মী সোণেশ্বৰ নৰহে গণনাট্য সংঘৰ ভৱিষ্যত কৰ্মপন্থাৰ দৃষ্টিভংগী সন্দৰ্ভত ব্যাখ্যা দাঙি ধৰে।

এই অভিৱৰ্তনত লিডুৰ বিশিষ্ট কণ্ঠশিল্পী লোহিত গগৈ, যোগেশ বিকাশ গগৈ, কাৰ্বি আংলং আৰু গোলাঘাটৰ লোক শিল্পী ক্ৰমে জয়মতী নাৰ্জাৰী আৰু ৰুমী শইকীয়া, তেজপুৰৰ যশস্বী কবি দিলীপ ফুকন, লখিমপুৰৰ লেখক অৰবিন্দ ৰাজখোৱা আৰু গোলাঘাটৰ প্ৰখ্যাত ঢুলীয়া ওজা ধনেশ্বৰ শইকীয়াই বক্তব্য প্ৰদান কৰে।

উপস্থিত গোৱালপাৰা, বৰপেটা, পাঠশালা, ৰঙিয়া, গোৰেশ্বৰ, মঙলদৈ, যোৰহাট, গুৱাহাটী, শিলচৰ আদি বিভিন্ন অঞ্চলৰ প্ৰতিনিধিসকলে গণনাট্যৰ ভৱিষ্যত কাৰ্যপন্থা সম্পৰ্কে নিজৰ মূল্যবান দিহা-পৰামৰ্শ আগবঢ়ায়।

অভিৱৰ্তনত ঘন ডেকাক সভাপতি আৰু নৰেন পাটগিৰিক সম্পাদক হিচাপে লৈ ২৫ জনীয়া এখন নতুন ৰাজ্যিক তদৰ্থ সমিতি গঠন কৰা হয়।

লগতে, ড॰ ভূপেন হাজৰিকা, কেশৱ মহন্ত, নৱকান্ত বৰুৱা আৰু ৰুদ্ৰ বৰুৱাৰ জন্ম শতবৰ্ষ উদযাপনৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। অহা বছৰ ৮ ছেপ্টেম্বৰত (ড॰ ভূপেন হাজৰিকাৰ জন্মদিন) ৰাজ্যিক সন্মিলনৰ শুভাৰম্ভণি হ’ব, য’ত এই শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব। বিয়লি ৪ বজাত অভিৱৰ্তনখনৰ সফল সামৰণি পৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd