• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ICICI বেংক আৰু Vodafone-Idea ক লাখ লাখ টকাৰ জৰিমনা! ছিম শ্ব’প জালিয়াতিৰ বাবে কঠোৰ শাস্তি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 11, 2025 1:17 pm
22
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুজৰাটৰ আহমেদাবাদত সংঘটিত হোৱা এক বৃহৎ চাইবাৰ জালিয়াতিৰ গোচৰত আইচিআইচিআই বেংক আৰু ভোডাফোন-আইডিয়াক তথ্য প্ৰযুক্তি আইনৰ অধীনত কঠোৰ শাস্তি বিহা হৈছে।

চাইবাৰ ক্ৰাইম ব্ৰাঞ্চৰ তদন্তত এইটো প্ৰকাশ পাইছে যে আহমেদাবাদত ভোডাফোন-আইডিয়াৰ ছিম শ্ব‘প (SIM Swap) জালিয়াতিৰ এক বিশাল চক্ৰ পোহৰলৈ আহিছে। ইয়াৰ পূৰ্বে কমেও ২০টা এনে প্ৰৱঞ্চনা সংঘটিত হৈছিল, তথাপিও কোম্পানীটোৱে এই সন্দৰ্ভত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল।

Apply Now

বাণিজ্যিক প্ৰতিষ্ঠান এখনে অনলাইন জালিয়াতিৰ বাবে ১ কোটি ১৯ লাখ টকাৰ লোকচানৰ সন্মুখীন হোৱাৰ পিছত আইচিআইচিআই বেংকক ১০ লাখ টকাৰ জৰিমনা আৰু ভোডাফোন-আইডিয়াক ৫ লাখ টকাৰ জৰিমনা এই জৰিমনা বিহা হয়।

সূত্ৰ অনুসৰি, ২০২৩ চনত গুজৰাটস্থিত এই বাণিজ্যিক প্ৰতিষ্ঠান এখনে অনলাইন জালিয়াতিত ধন হেৰুৱাই আইচিআইচিআই বেংক আৰু ভোডাফোন-আইডিয়াৰ বিৰুদ্ধে আইনি ব্যৱস্থা গ্ৰহণ কৰিছিল। কোম্পানীটোৰ সঞ্চালক প্ৰকাশ মেহতা ভিয়েটনামলৈ যোৱাৰ সময়ত এই ঘটনা সংঘটিত হয়। ১১ মাৰ্চত তেওঁ ছিম শ্ব’প (SIM Swap) কৰাৰ বাবে ইমেইল লাভ কৰিছিল। এই নম্বৰটো বেংক একাউণ্টৰ সৈতে লিংক কৰা আছিল আৰু ইয়াত আগতে অ’টিপি (OTP) লাভ কৰিছিল।

ভোডাফোন-আইডিয়াই কোনো ধৰণৰ পৰীক্ষণ অবিহনে ছিম শ্ব‘পৰ অনুৰোধ প্ৰক্ৰিয়াকৰণ কৰি সেইদিনা বিয়লি ৪:৩০ বজাৰ ভিতৰত নতুন চিম সক্ৰিয় কৰে।

দেওবাৰে, কাৰ্যালয়টো বন্ধ হৈ থকাৰ সুযোগ লৈ প্ৰৱঞ্চকসকলে ভুৱা ছিম ব্যৱহাৰ কৰি ২২টা লেনদেন সম্পন্ন কৰে। আৰ টি জি এছ (RTGS) আৰু এন ই এফ টি (NEFT) ৰ জৰিয়তে আই চি আই চি আই বেংক একাউণ্টৰ পৰা মুঠ  ১.১৯ কোটি ৩৭ লাখ টকা উলিয়াই নিয়ে।

পিছদিনা ব্যক্তিজনে এই জালিয়াতিৰ কথা জানিব পাৰি বেংকৰ সৈতে যোগাযোগ কৰি চাইবাৰ ক্ৰাইম থানাত এজাহাৰ দাখিল কৰে। তথ্য প্ৰযুক্তি আইন, ২০০০ৰ ৪৩ আৰু ৪৩এ ধাৰাত গোচৰ ৰুজু কৰা হয়। আৰক্ষীৰ তদন্তত প্ৰকাশ পাইছে যে অপৰাধীকেইটাই ছিম শ্ব’প পদ্ধতি ব্যৱহাৰ কৰি অ’টিপি লাভ কৰিছিল, কিন্তু মূল গ্ৰাহকে কোনো অ’টিপি লাভ কৰা নাছিল।

ইফালে, আইচিআইচিআই বেংকে যুক্তি দৰ্শাইছে যে ৰিজাৰ্ভ বেংকৰ নিৰ্দেশনা অনুসৰি সকলো লেনদেন ভেৰিফাইড পাছৱৰ্ড, অ’টিপি, আৰু এমপিন ব্যৱহাৰ কৰি কৰা হৈছিল, গতিকে কোনো সন্দেহ নাছিল। পিছত বেংকে আভ্যন্তৰীণ তদন্ত কৰি ধন ট্ৰেন্সফাৰ কৰা গ্ৰাহকৰ একাউণ্ট বন্ধ কৰি দিয়ে বুলি জানিবলৈ দিয়ে।

ভোডাফোনেও দাবী কৰিছে যে তেওঁলোকে পঞ্জীয়নভুক্ত ইমেইলৰ পৰা অহা অনুৰোধৰ ভিত্তিত কৰ্পৰেট মালিকানাধীন সংযোগৰ নিৰ্দেশনা অনুসৰণ কৰি ক্ল‘ন চিম জাৰি কৰিছিল আৰু কোনো TRAI নিয়ম উলংঘা কৰা হোৱা নাছিল।

চাইবাৰ ক্ৰাইম ব্ৰাঞ্চৰ তদন্তত এইটোও প্ৰকাশ পাইছে যে আহমেদাবাদত ভোডাফোন-আইডিয়াৰ ছিম শ্ব‘প জালিয়াতিৰ এক বিশাল চক্ৰ পোহৰলৈ আহিছে। পূৰ্বে কমেও ২০টা এনে প্ৰৱঞ্চনা সংঘটিত হৈছিল, তথাপিও কোম্পানীটোৱে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল। সেয়ে এই গাফিলতিৰ বাবেই দুয়োটা পক্ষক জৰিমনা বিহা হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd