• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰতিজন অসমীয়াৰ মূৰত ৪২,৪১৮ টকাৰ বোজা! পুনৰ ১,০০০ কোটি ঋণ ল’ব হিমন্তৰ চৰকাৰে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 28, 2025 3:08 pm
56
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ বিত্তীয় ভৱিষ্যতক লৈ ‘কেগ’-এ বাৰম্বাৰ উদ্বেগ প্ৰকাশ কৰাৰ পাছতো ঋণ লোৱাৰ পৰা বিৰত থকা নাই ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অসম চৰকাৰে। ২০২৬ৰ নিৰ্বাচনৰ প্ৰাকক্ষণত হিতাধিকাৰী আঁচনিৰ ধন বিতৰণৰ বাবে বিদায়ী ২০২৫ বৰ্ষৰ অন্তিমটো ঋণ হিচাপে পুনৰ ১,০০০ কোটি টকা ল’বলৈ সাজু হৈছে ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ।

বণ্ড বন্ধকত দি চলিত মাহৰ ৩০ ডিচেম্বৰত ৰাজ্য চৰকাৰে এই ১,০০০ কোটি টকাৰ ঋণ ল’ব। ইয়াৰ বাবে ২০ বছৰৰ বাবে চৰকাৰী বণ্ড বন্ধকত থ’বলৈ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ওচৰত ইতিমধ্যে প্ৰস্তাৱ দাখিল কৰা হৈছে। উল্লেখযোগ্য যে মাত্ৰ দুসপ্তাহ পূৰ্বে অর্থাৎ ১৬ ডিচেম্বৰত ৯০০ কোটি টকাৰ ঋণ লৈছিল হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে।

Apply Now

২০২৫ চনৰ ৭ জানুৱাৰীত ৫০০ কোটি টকাৰ ঋণেৰে বছৰটো আৰম্ভ কৰা চৰকাৰখনে ৩০ ডিচেম্বৰৰ এই ঋণ যোগ কৰিলে কেৱল চলিত বৰ্ষটোতে লোৱা মুঠ ঋণৰ পৰিমাণ হ’বগৈ ১৭,২০০ কোটি টকা। ইয়াৰ উপৰিও নিৰ্বাচনৰ পূৰ্বে হিতাধিকাৰী আঁচনিসমূহ সুচাৰুৰূপে চলাবলৈ অহা ফেব্ৰুৱাৰী মাহৰ ভিতৰত আৰু ৩,০০০ কোটি টকাৰ ঋণ লোৱাৰ পৰিকল্পনা কৰিছে বিত্ত বিভাগে।

ৰিজাৰ্ভ বেংক আৰু কেগৰ তথ্য অনুসৰি, হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে পাঁচ বছৰীয়া কাৰ্যকালত লোৱা ঋণৰ পৰিমাণে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা কাৰ্যকালতে প্ৰায় ৮৮,২৭৪ কোটি টকাৰ ঋণ লৈ অসমৰ ইতিহাসত সৰ্বাধিক ঋণ লোৱা মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত হ’বলৈ আগবাঢ়িছে।

উল্লেখ্য যে, ঋণত পোত যোৱা চৰকাৰখনে অহা ১০ বছৰৰ ভিতৰত সুতসহ মুঠ ১,৫৯,২০৯.৮৫ কোটি টকাৰ ঋণ পৰিশোধ কৰিব লাগিব, যিটো ৰাজ্যৰ অৰ্থনীতিৰ বাবে এক বিৰাট প্ৰত্যাহ্বান হৈ পৰিছে।

ইপিনে চৰকাৰে ব্যাপক উন্নয়নৰ ‘জয়ঢোল’ বজাই থাকিলেও, কেগৰ প্ৰতিবেদনে উদঙাই দিছে ৰাজ্যৰ ফোপোলা বিত্তীয় স্বৰূপটো। ‘বাহিৰে ৰংচং ভিতৰে কোৱাভাতুৰী’ সদৃশ এই বিত্তীয় নীতিয়ে অসমৰ ভৱিষ্যত প্ৰজন্মক এক গভীৰ অৰ্থনৈতিক সংকটৰ ফালে ঠেলি দিয়াৰ আশংকাই এতিয়া সচেতন মহলক চিন্তিত কৰি তুলিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চামগুৰিত কংগ্ৰেছৰ কনভয় আৰু সাংবাদিকৰ ওপৰত গুণ্ডাবাহিনীৰ আক্ৰমণক লৈ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

চামগুৰিত কংগ্ৰেছৰ কনভয় আৰু সাংবাদিকৰ ওপৰত গুণ্ডাবাহিনীৰ আক্ৰমণক লৈ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

September 21, 2026 8:20 pm
‘ই এক উদ্দেশ্যপ্ৰণোদিত হাৰাশাস্তি!’ প্ৰাক্তন ন্যায়াধীশ যশোৱন্ত বাৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজুৰ আৱেদন খাৰিজ দিল্লী উচ্চ ন্যায়ালয়ৰ

‘ই এক উদ্দেশ্যপ্ৰণোদিত হাৰাশাস্তি!’ প্ৰাক্তন ন্যায়াধীশ যশোৱন্ত বাৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজুৰ আৱেদন খাৰিজ দিল্লী উচ্চ ন্যায়ালয়ৰ

September 21, 2026 8:02 pm
মণিপুৰৰ লংপি আক্ৰমণত গুৰুতৰভাৱে আহত নেই এষ্টাৰ গাংটেৰ মৃত্যু, এক সপ্তাহৰ যুঁজৰ পাছত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ

মণিপুৰৰ লংপি আক্ৰমণত গুৰুতৰভাৱে আহত নেই এষ্টাৰ গাংটেৰ মৃত্যু, এক সপ্তাহৰ যুঁজৰ পাছত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ

September 21, 2026 7:18 pm
শুল্ক ভাবুকি আৰু প্ৰযুক্তিৰ যুঁজৰ মাজতেই আমেৰিকালৈ জি জিনপিং! ৱাশ্বিংটনত ডনাল্ড ট্ৰাম্পৰ সৈতে হ’ব ঐতিহাসিক মুখামুখি

শুল্ক ভাবুকি আৰু প্ৰযুক্তিৰ যুঁজৰ মাজতেই আমেৰিকালৈ জি জিনপিং! ৱাশ্বিংটনত ডনাল্ড ট্ৰাম্পৰ সৈতে হ’ব ঐতিহাসিক মুখামুখি

September 21, 2026 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চামগুৰিত কংগ্ৰেছৰ কনভয় আৰু সাংবাদিকৰ ওপৰত গুণ্ডাবাহিনীৰ আক্ৰমণক লৈ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

চামগুৰিত কংগ্ৰেছৰ কনভয় আৰু সাংবাদিকৰ ওপৰত গুণ্ডাবাহিনীৰ আক্ৰমণক লৈ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

September 21, 2026 8:20 pm
‘ই এক উদ্দেশ্যপ্ৰণোদিত হাৰাশাস্তি!’ প্ৰাক্তন ন্যায়াধীশ যশোৱন্ত বাৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজুৰ আৱেদন খাৰিজ দিল্লী উচ্চ ন্যায়ালয়ৰ

‘ই এক উদ্দেশ্যপ্ৰণোদিত হাৰাশাস্তি!’ প্ৰাক্তন ন্যায়াধীশ যশোৱন্ত বাৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজুৰ আৱেদন খাৰিজ দিল্লী উচ্চ ন্যায়ালয়ৰ

September 21, 2026 8:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd