• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

হাতে হাতে মম জ্বলাই এঞ্জেল হত্যাৰ ন্যায় বিচাৰি ডেৰাডুনৰ ৰাজপথত উত্তৰ-পূবৰ শিক্ষাৰ্থী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 1, 2026 3:10 pm
27
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ত্ৰিপুৰাৰ ২৪ বছৰীয়া যুৱক এঞ্জেল চাকমাক হত্যাৰ প্ৰতিবাদত বুধবাৰে সন্ধিয়া ডেৰাডুনৰ ৰাজপথত উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলে এক বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। বৰ্ণ বৈষম্যৰ বিৰুদ্ধে সোচ্চাৰ হৈ শিক্ষাৰ্থীসকলে এঞ্জেলৰ বাবে ন্যায়ৰ দাবী উত্থাপন কৰে।

‘ইউনিফাইড ত্ৰিপুৰা ষ্টুডেণ্টছ এছ’চিয়েচন’ (UTSA)-ৰ নেতৃত্বত ডেৰাডুনৰ বিভিন্ন শিক্ষানুষ্ঠানত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলে সমবেত হয়। হাতে হাতে জ্বলন্ত মম লৈ উলিওৱা এই সমদলত আন ৰাজ্যৰ একাংশ শিক্ষাৰ্থীয়েও সমদলত অংশগ্ৰহণ কৰে। প্ৰতিবাদকাৰীসকলে এঞ্জেল চাকমাৰ ছবি থকা বেনাৰ লৈ “বৰ্ণবাদ বন্ধ কৰক”, “আমি ভাৰতীয়”, “আমি ন্যায় বিচাৰো” আদি শ্ল’গানেৰে ডেৰাডুনৰ ৰাজপথ উত্তাল কৰি তোলে।

Apply Now

UTSA-ৰ সাধাৰণ সম্পাদক চুৰান্তা ত্ৰিপুৰাই অভিযোগ কৰে যে আৰক্ষীয়ে সমগ্ৰ গোচৰটো গাপ দিবলৈ চেষ্টা চলাইছে। তেওঁৰ মতে, এই ঘটনাক আৰক্ষীয়ে বৰ্ণবাদী হিংসাৰ গোচৰ হিচাপে গণ্য কৰা নাই। ইয়াৰ উপৰিও, নৱবৰ্ষৰ প্ৰস্তুতিৰ বাবে যান-বাহনৰ সমস্যাৰ অজুহাত দেখুৱাই আৰক্ষীয়ে সমদলটো বন্ধ কৰিবলৈ চেষ্টা কৰা বুলিও শিক্ষাৰ্থীসকলে অভিযোগ উত্থাপন কৰে।

উল্লেখ্য যে ডেৰাডুনৰ এখন ব্যক্তিগত বিশ্ববিদ্যালয়ত এম.বি.এ. (MBA) চূড়ান্ত বৰ্ষত অধ্যয়নৰত এঞ্জেল চাকমাক যোৱা ৯ ডিচেম্বৰত একাংশ দুষ্কৃতিকাৰীয়ে ছুৰী আৰু অন্যান্য মাৰাত্মক অস্ত্ৰৰে আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰিছিল। সুদীৰ্ঘ ১৭ দিন চিকিৎসালয়ত যুঁজ দিয়াৰ পিছত যোৱা ২৬ ডিচেম্বৰত তেওঁ মৃত্যুক সাৱটি লয়।

এঞ্জেলৰ পৰিয়াল আৰু বন্ধুবৰ্গই এই আক্ৰমণক বৰ্ণ বৈষম্যৰ পৰিণতি বুলি দাবী কৰিছে যদিও ডেৰাডুন আৰক্ষীয়ে ইয়াক অস্বীকাৰ কৰিছে। ডেৰাডুনৰ এছ.এছ.পি. অজয় সিঙে জনোৱা মতে, বৰ্তমানলৈকে চলা তদন্তত বৰ্ণ বৈষম্যৰ কোনো নিৰ্দিষ্ট প্ৰমাণ পোৱা হোৱা নাই। তেওঁ লগতে উল্লেখ কৰে যে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰায় ২,০০০ শিক্ষাৰ্থীসহ দেশৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ-ছাত্ৰীয়ে ডেৰাডুনত অধ্যয়ন কৰে, যাৰ ভিতৰত কেৱল ত্ৰিপুৰাৰেই প্ৰায় ২৫০ গৰাকী শিক্ষাৰ্থী আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd