• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আৰ্থিক সংকটেই কাৰণ! মাতৃ, ভগ্নী আৰু ভাতৃক নিৰ্মমভাৱে হত্যা; তাৰ পিছত কি কৰিলে যুৱকে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 6, 2026 11:16 am
45
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লীত এটা ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে। মাতৃ, ভগ্নী আৰু নাবালক ভাতৃক হত্যা কৰি থানালৈ গৈ আত্মসমৰ্পণ কৰে এজন যুৱকে। আৰক্ষীয়ে জনোৱা মতে, সোমবাৰে বিয়লি অভিযুক্ত যুৱকজন পূব দিল্লীৰ লক্ষ্মী নগৰ থানালৈ যায়। তাতে অভিযুক্তই হত্যাকাণ্ড সংঘটিত কৰাৰ কথা স্বীকাৰ কৰে।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি অভিযুক্ত যুৱকজনৰ নাম যশবীৰ সিং। সোমবাৰে সন্ধিয়া ৫ বজাত লক্ষ্মী নগৰ থানালৈ আহিছিল। তেওঁৰ দাবী শুনি আৰক্ষীয়ে মংগলবজাৰ অঞ্চল পালেগৈ। তাৰ পৰাই উদ্ধাৰ হৈছে তিনিজন লোকৰ মৃতদেহ। আৰক্ষীয়ে জনোৱা মতে, নিহত কেইজনৰ নাম হ’ল কবিতা (৪৬), মেঘনা (২৪), মুকুল (১৪)। কবিতা অভিযুক্তৰ মাতৃ, মেঘনা আৰু মুকুল যশবীৰৰ ভাই-ভনী।

Apply Now

সংবাদ বাতৰি মতে অভিযুক্তই আৰক্ষীক জনোৱা মতে, পৰিয়ালটো তীব্ৰ আৰ্থিক সংকটত পৰিছিল। সেইবাবেই এই হত্যাকাণ্ড। কিন্তু সংকটটো ঠিক কি আছিল? ইয়াৰ আঁৰত আন কোনো কাৰণ আছিল নে নাই সেয়া স্পষ্ট হোৱা নাই। আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি অভিযুক্তই গাড়ী চলাই উপাৰ্জন কৰিছিল। আগতে তেওঁ ব্যক্তিগত চালক হিচাপে কাম কৰিছিল। যোৱা ৬ মাহ ধৰি তেওঁ কাম কৰা নাই। ট্ৰাক চালক যশবীৰৰ পিতৃও যোৱা ৬ মাহ ধৰি পৰিয়ালটোৰ লগত নাছিল বুলি জানিব পৰা গৈছে। এই পৰিয়ালটো মূলতঃ হাৰিয়ানাৰ আৰু কৰ্মসূত্ৰে দিল্লীত থাকে।

সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ এক সূত্ৰ অনুসৰি যশবীৰে ডেৰ কোটি টকাৰ জীৱন বীমা পলিচি ক্ৰয় কৰিছিল। যোৱা ২ মাহত যশবীৰে কেইবাবাৰো আত্মহত্যাৰ চেষ্টা কৰিছিল। কিন্তু তেওঁ কেতিয়াও সফল নহ’ল। আৰক্ষীয়ে জনোৱা মতে, ঘটনাৰ পূৰ্বে যশবীৰে মাতৃৰ সৈতে কাজিয়া হোৱা বুলি জেৰাৰ সময়ত জনাইছিল।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, জেৰাৰ সময়ত যশবীৰে কয় যে সোমবাৰে পুৱা তেওঁ ওচৰৰ এলেকাৰ পৰা ধতুৰা ফুলৰ গুটি সংগ্ৰহ কৰিছিল। তেওঁ লাড়ু বনাই মাক, ভনীয়েক আৰু ভায়েকক খুৱাইছিল। সেইবোৰ খোৱাৰ পিছত তেওঁলোক অচেতন হৈ পৰে। তাৰ পিছত যশবীৰে তেওঁলোকক ডিঙি চেপি হত্যা কৰে। দুপৰীয়া ১:৩০ৰ পৰা ২ বজাৰ ভিতৰত হত্যাকাণ্ড সংঘটিত হোৱা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। তাৰ পিছত যশবীৰে থানাত আত্মসমৰ্পণ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বকাপৰ  খবৰ : পানামাক ১-০ গ’লত পৰাস্ত কৰি ক্ৰোৱেচিয়াৰ বিজয় অভিযান আৰম্ভ

বিশ্বকাপৰ  খবৰ : পানামাক ১-০ গ’লত পৰাস্ত কৰি ক্ৰোৱেচিয়াৰ বিজয় অভিযান আৰম্ভ

June 24, 2026 10:09 am
দুটাকৈ গ’লেৰে মেছিক প্ৰত্যুত্তৰ ৰোনাল্ডোৰ! উজবেকিস্তানক ৫ গ’লত পৰাস্ত কৰিলে পৰ্তুগালে

দুটাকৈ গ’লেৰে মেছিক প্ৰত্যুত্তৰ ৰোনাল্ডোৰ! উজবেকিস্তানক ৫ গ’লত পৰাস্ত কৰিলে পৰ্তুগালে

June 24, 2026 9:40 am
জুন মাহত সমগ্ৰ ভাৰতত বৰষুণৰ পৰিমাণ ৪২ শতাংশ হ্ৰাস, বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্বেগ

জুন মাহত সমগ্ৰ ভাৰতত বৰষুণৰ পৰিমাণ ৪২ শতাংশ হ্ৰাস, বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্বেগ

June 24, 2026 8:45 am
বিয়াৰ প্ৰতিশ্ৰুতি দি প্ৰতাৰণা আৰু মাৰপিট : দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলৰ বিৰুদ্ধে গোচৰ

বিয়াৰ প্ৰতিশ্ৰুতি দি প্ৰতাৰণা আৰু মাৰপিট : দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলৰ বিৰুদ্ধে গোচৰ

June 24, 2026 7:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বকাপৰ  খবৰ : পানামাক ১-০ গ’লত পৰাস্ত কৰি ক্ৰোৱেচিয়াৰ বিজয় অভিযান আৰম্ভ

বিশ্বকাপৰ  খবৰ : পানামাক ১-০ গ’লত পৰাস্ত কৰি ক্ৰোৱেচিয়াৰ বিজয় অভিযান আৰম্ভ

June 24, 2026 10:09 am
দুটাকৈ গ’লেৰে মেছিক প্ৰত্যুত্তৰ ৰোনাল্ডোৰ! উজবেকিস্তানক ৫ গ’লত পৰাস্ত কৰিলে পৰ্তুগালে

দুটাকৈ গ’লেৰে মেছিক প্ৰত্যুত্তৰ ৰোনাল্ডোৰ! উজবেকিস্তানক ৫ গ’লত পৰাস্ত কৰিলে পৰ্তুগালে

June 24, 2026 9:40 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd