• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অনুপ্ৰৱেশকাৰীৰ সন্দেহত আমেৰিকাত মহিলা উদীয়মান কবিক হত্যা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 10, 2026 11:48 am
16
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অনুপ্ৰৱেশকাৰীৰ আতংকই সমগ্ৰ আমেৰিকাক খেদি ফুৰিছে। তাৰেই বলি হ’ল আমেৰিকাৰ মহিলা উদীয়মান কবি ৰেনী নিকোল গুড। শেহতীয়াকৈ আমেৰিকাৰ ইমিগ্ৰেচন এণ্ড কাষ্টমছ এনফৰ্চমেণ্টে (ICE) দক্ষিণ মিনিয়োপলিছত অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে। সেই আইচিই এজেণ্টসকলৰ গুলীচালনাত উদীয়মান কবি ৰেনীয়ে নিজৰ প্ৰাণ হেৰুৱালে।

এই ঘটনাৰ ভিডিঅ’ ইণ্টাৰনেটত বিয়পি পৰিছে। ইয়াত দেখা গৈছে এখন ক’লা ৰঙৰ এছ ইউ ভি লেহেমীয়া গতিৰে আগবাঢ়িছে। আৰু আইচিইৰ এজেণ্টে গাড়ীৰ চালকক নামিবলৈ নিৰ্দেশ দিছে। অৱশ্যে গাড়ীখন ৰৈ নাথাকিল। এজন এজেণ্টে গাড়ীৰ গেট খুলিবলৈ চেষ্টা কৰিছে।

Apply Now

এনে পৰিস্থিতিত এজন এজেণ্টে চালকজনৰ ওপৰত তিনিটা গুলীচালনা কৰে। ইয়াৰ পিছত SUV খন অলপ আগুৱাই গৈ ৰখাই থোৱা গাড়ী এখনত খুন্দা মাৰিলে।

আৰক্ষীয়ে জনোৱা মতে, গুলীবিদ্ধ ৰেনীক তাৰ পিছত গাড়ীৰ পৰা উলিয়াই হেনেপিন কাউন্টি মেডিকেল চেণ্টাৰলৈ লৈ যোৱা হয়। তাতে চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

এই ঘটনাৰ ৰেশ বহু দূৰলৈ বিয়পি পৰিছে। এই ঘটনাক পাঁচ বছৰ পূৰ্বে জৰ্জ ফ্লয়ড নামৰ কৃষ্ণাংগ লোকৰ শ্বাসৰুদ্ধ কৰি হত্যা কৰাৰ সৈতেও তুলনা কৰা হৈছে। কিন্তু আইচিইয়ে দাবী কৰিছে যে ৰেনে তেওঁলোকৰ এজন এজেণ্টক গাড়ীৰে চেপি পলায়ন কৰিবলৈ চেষ্টা কৰিছিল। সেয়ে বাধ্য হৈ গুলীচালনা কৰে।

কিন্তু মহানগৰীৰ বুদ্ধিজীৱী আৰু মানৱ অধিকাৰ কৰ্মীসকলে আইচিইৰ দাবী মানি ল’বলৈ অনিচ্ছুক। সমগ্ৰ মিনিয়োপলিছত এই কাণ্ডৰ নিৰপেক্ষ তদন্তৰ দাবীত প্ৰতিবাদ আৰম্ভ হৈছে। আইচিইৰ এজেণ্টসকলক চহৰখন এৰি যাবলৈ অনুৰোধ জনাইছে মেয়ৰ জেকব ফ্ৰেই। তেওঁৰ মতে তেওঁলোকৰ উপস্থিতিয়ে পৰিস্থিতি আৰু জটিল কৰি তুলিব।

৩৭ বছৰীয়া ৰেনেৰ ঘৰ সেই স্থানৰ পৰা মাত্ৰ কেইমিটাৰমান দূৰত। তেওঁৰ মাতৃ ডনা গ্যাঞ্জাৰে কয়, “তেওঁ হয়তো ভয় খাই গাড়ীখন ৰখাব পৰা নাছিল। কিন্তু আইচিইয়ে তেওঁক হত্যা কৰি মূৰ্খতাৰ পৰিচয় দিছে।”

আমেৰিকাৰ সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি ৰেনে টিমি ৰে মেকলিন জুনিয়ৰৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। ২০২৩ চনত তেওঁৰ মৃত্যু হৈছিল। তেওঁলোকৰ এটা ছয় বছৰীয়া সন্তান আছে। বৰ্তমান ৰেনে এজন ব্যক্তিৰ সৈতে টুইন চিটিত লিভ ইনত আছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জুবিন দিৱসৰ ইতিবাচক খবৰ : সীমান্তত শান্তি বজাই ৰাখিবলৈ ঐতিহাসিক চুক্তিত স্বাক্ষৰ অসম আৰু নাগালেণ্ডৰ দুই বিধায়কৰ

জুবিন দিৱসৰ ইতিবাচক খবৰ : সীমান্তত শান্তি বজাই ৰাখিবলৈ ঐতিহাসিক চুক্তিত স্বাক্ষৰ অসম আৰু নাগালেণ্ডৰ দুই বিধায়কৰ

September 19, 2026 1:49 pm
খৰস্ৰোতা সুঁতিত পৰি ডুবি গ’ল গাড়ী; তিনিটি শিশুকে ধৰি ৮ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু

খৰস্ৰোতা সুঁতিত পৰি ডুবি গ’ল গাড়ী; তিনিটি শিশুকে ধৰি ৮ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু

September 19, 2026 1:48 pm
মাত্ৰ তিনিটা শব্দ লিখক আৰু বিনামূল্যে লাভ কৰক আইফোন ১৮

মাত্ৰ তিনিটা শব্দ লিখক আৰু বিনামূল্যে লাভ কৰক আইফোন ১৮

September 19, 2026 1:30 pm
দিল্লী বিশ্ববিদ্যালয়ৰ মহাবিদ্যালয়সমূহৰ নিৰ্বাচনত উৰিল এবিভিপিৰ বিজয় নিচান : ফলাফলত শোচনীয় অৱস্থা বাওঁপন্থীৰ

দিল্লী বিশ্ববিদ্যালয়ৰ মহাবিদ্যালয়সমূহৰ নিৰ্বাচনত উৰিল এবিভিপিৰ বিজয় নিচান : ফলাফলত শোচনীয় অৱস্থা বাওঁপন্থীৰ

September 19, 2026 1:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুবিন দিৱসৰ ইতিবাচক খবৰ : সীমান্তত শান্তি বজাই ৰাখিবলৈ ঐতিহাসিক চুক্তিত স্বাক্ষৰ অসম আৰু নাগালেণ্ডৰ দুই বিধায়কৰ

জুবিন দিৱসৰ ইতিবাচক খবৰ : সীমান্তত শান্তি বজাই ৰাখিবলৈ ঐতিহাসিক চুক্তিত স্বাক্ষৰ অসম আৰু নাগালেণ্ডৰ দুই বিধায়কৰ

September 19, 2026 1:49 pm
খৰস্ৰোতা সুঁতিত পৰি ডুবি গ’ল গাড়ী; তিনিটি শিশুকে ধৰি ৮ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু

খৰস্ৰোতা সুঁতিত পৰি ডুবি গ’ল গাড়ী; তিনিটি শিশুকে ধৰি ৮ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু

September 19, 2026 1:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd