• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মহাৰাষ্ট্ৰৰ ৰাজনীতিত পুনৰ ৰিজ’ৰ্ট ৰাজনীতিৰ নাটক: কিংমেকাৰ শিণ্ডেই হোটেলত আৱদ্ধ কৰিছে নিজৰ কৰ্পৰেটৰক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 17, 2026 7:18 pm
26
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহাৰাষ্ট্ৰৰ নিৰ্বাচনী ফলাফল ঘোষণাৰ পিছতেই ৰাজ্যখনলৈ পুনৰ ঘূৰি আহিছে কুখ্যাত ৰিজ’ৰ্ট ৰাজনীতি। ঘোঁড়া বজাৰ বা বিধায়ক কিনা-বেচাৰ ভয়ত এইবাৰ একনাথ শিণ্ডেই নিজৰ দলৰ কৰ্পৰেটৰসকলক মুম্বাইৰ এখন পাঁচ তাৰকাযুক্ত হোটেলত আৱদ্ধ কৰি ৰাখিছে। ২০১৯ চনৰ বিধানসভা নিৰ্বাচন আৰু ২০২২ চনৰ শিৱসেনাৰ বিভাজনৰ সময়ত দেখা পোৱা সেই একেই নাটকীয় পৰিস্থিতি এতিয়া বৃহনমুম্বাই পৌৰ নিগমৰ নিৰ্বাচনৰ পাছতো দেখিবলৈ পোৱা গৈছে।

মুম্বাই পৌৰ নিগমৰ ২২৭ খন আসনৰ ভিতৰত কোনো এটা দলেই একক সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম নহ’ল। শিণ্ডেৰ মিত্ৰ দল বিজেপিয়ে ৮৯ খন আসন লাভ কৰাৰ বিপৰীতে শিণ্ডে সেনাই লাভ কৰিছে ২৯ খন আসন। ইয়াৰ ফলত তেওঁলোকৰ মহাজোঁটৰ মুঠ আসনৰ সংখ্যা ১১৮ লৈ বৃদ্ধি পাইছে, যিটো সংখ্যা সংখ্যাগৰিষ্ঠতাৰ বাবে প্ৰয়োজনীয় যাদুকৰী সংখ্যাতকৈ বেছি। আনহাতে বিৰোধী উদ্ধৱ সেনা, শৰদ পাৱাৰৰ এন চি পি আৰু ৰাজ থাকৰেৰ এম এন এছ মিলি ৭২ খন আসন লাভ কৰিছে। ইয়াৰ উপৰিও কংগ্ৰেছ আৰু অন্যান্য দলসমূহ লগ লাগিলে বিৰোধীৰ মুঠ আসনৰ সংখ্যা ১০৬ হয়গৈ। এনে পৰিস্থিতিত বিৰোধীয়ে যাতে শিণ্ডেৰ দলৰ কৰ্পৰেটৰসকলক কিনি ল’ব নোৱাৰে, তাৰ বাবেই তেওঁলোকক সুৰক্ষিত স্থানলৈ লৈ যোৱা হৈছে বুলি দাবী কৰা হৈছে।

Apply Now

কেৱল বিৰোধীৰ ভয়তে নহয়, বিজেপিৰ সৈতে দৰদাম কৰিবলৈও শিণ্ডেই এই কৌশল অৱলম্বন কৰা বুলি ৰাজনৈতিক বিশ্লেষকসকলে ধাৰণা কৰিছে। যিহেতু শিণ্ডেৰ সমৰ্থন অবিহনে বিজেপিয়ে অকলে পৌৰ ব’ৰ্ড গঠন কৰিব নোৱাৰে, সেয়েহে তেওঁ এইবাৰ মুম্বাইৰ মেয়ৰ পদটো নিজৰ দলৰ বাবে দাবী কৰিব পাৰে। বিধানসভা নিৰ্বাচনৰ পিছত মুখ্যমন্ত্ৰীৰ পদটো বিজেপিৰ বাবে এৰি দিয়াৰ পৰিপ্ৰেক্ষিতত এতিয়া পৌৰসভাৰ গুৰুত্বপূৰ্ণ পদটো হস্তগত কৰাটোৱেই শিণ্ডেৰ মূল লক্ষ্য হৈ পৰিছে।

অৱশ্যে একাংশই ক’ব বিচাৰে যে শিণ্ডেৰ বাবে বিজেপিৰ সৈতে দৰদাম কৰাটো ইমান সহজ নহ’ব। কাৰণ বৰ্তমানৰ ৰাজনৈতিক প্ৰেক্ষাপটত বিজেপি অবিহনে শিণ্ডেৰ আন কোনো বিকল্প পথ খোলা নাই। বিশেষকৈ উদ্ধৱ থাকৰেৰ সৈতে পুনৰ হাত মিলোৱাটো প্ৰায় অসম্ভৱ। বিজেপিয়েও শিণ্ডেৰ এই দুৰ্বলতাৰ কথা ভালদৰে জানে। গতিকে মেয়ৰ পদক লৈ দুয়োটা দলৰ মাজত আগন্তুক দিনত কেনেধৰণৰ মিত্ৰতা বা সংঘাত হয়, সেয়া লক্ষণীয় হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে ৰুজু কৰা নহয় গোচৰ : সোণম ৱাংছুকক লিখিত প্ৰতিশ্ৰুতি কেন্দ্ৰৰ

আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে ৰুজু কৰা নহয় গোচৰ : সোণম ৱাংছুকক লিখিত প্ৰতিশ্ৰুতি কেন্দ্ৰৰ

July 24, 2026 3:22 pm
‘বাৰে বাৰে একেটা ভুল হ’ব নোৱাৰে’, নীট পৰীক্ষা অনলাইন কৰাৰ সন্দৰ্ভত কেন্দ্ৰক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

‘বাৰে বাৰে একেটা ভুল হ’ব নোৱাৰে’, নীট পৰীক্ষা অনলাইন কৰাৰ সন্দৰ্ভত কেন্দ্ৰক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

July 24, 2026 3:02 pm
ভোকাতুৰ প্ৰতিবাদকাৰীলৈ ১৫০ খন পিজ্জা, নাগালেণ্ডৰ যুৱকৰ মানৱীয়তাই চুই গ’ল দেশবাসীৰ মন

ভোকাতুৰ প্ৰতিবাদকাৰীলৈ ১৫০ খন পিজ্জা, নাগালেণ্ডৰ যুৱকৰ মানৱীয়তাই চুই গ’ল দেশবাসীৰ মন

July 24, 2026 2:08 pm
অত্যাধিক সুৰা আৰু ড্ৰাগছ সেৱনৰ ভয়ংকৰ পৰিণতি, লণ্ডনত প্ৰাণ গ’ল চৌদি আৰবৰ ৰাজকুমাৰৰ

অত্যাধিক সুৰা আৰু ড্ৰাগছ সেৱনৰ ভয়ংকৰ পৰিণতি, লণ্ডনত প্ৰাণ গ’ল চৌদি আৰবৰ ৰাজকুমাৰৰ

July 24, 2026 1:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে ৰুজু কৰা নহয় গোচৰ : সোণম ৱাংছুকক লিখিত প্ৰতিশ্ৰুতি কেন্দ্ৰৰ

আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে ৰুজু কৰা নহয় গোচৰ : সোণম ৱাংছুকক লিখিত প্ৰতিশ্ৰুতি কেন্দ্ৰৰ

July 24, 2026 3:22 pm
‘বাৰে বাৰে একেটা ভুল হ’ব নোৱাৰে’, নীট পৰীক্ষা অনলাইন কৰাৰ সন্দৰ্ভত কেন্দ্ৰক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

‘বাৰে বাৰে একেটা ভুল হ’ব নোৱাৰে’, নীট পৰীক্ষা অনলাইন কৰাৰ সন্দৰ্ভত কেন্দ্ৰক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

July 24, 2026 3:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd