• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

যুদ্ধৰ দামামা! ইৰাণৰ দিশে আগবাঢ়িছে আমেৰিকাৰ সেনা, সকীয়াই দিছে ট্ৰাম্পে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 23, 2026 9:43 am
45
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইৰাণৰ ওপৰত আমেৰিকাই চাপ বৃদ্ধি কৰিছে। ইৰাণৰ উপসাগৰীয় অঞ্চলৰ দিশে আগবাঢ়িছে আমেৰিকাৰ নৌসেনা। এটা বৃহৎ সামৰিক বাহিনীও তালৈ প্ৰেৰণ কৰা হৈছে। বৃহস্পতিবাৰে এই কথা জনায় আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে।

কিছুদিন পূৰ্বে ট্ৰাম্পে ইৰাণৰ বিৰুদ্ধে সামৰিক ব্যৱস্থা গ্ৰহণৰ সম্ভাৱনাক খাৰিজ কৰিছিল। অৱশ্যে বৃহস্পতিবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে নিজৰ অৱস্থানৰ পৰা ইউ টাৰ্ণ লয়। তেওঁ কয় যে আমেৰিকাৰ নৌসেনাৰ ‘আৰ্মাডা’ ইৰাণৰ উপসাগৰীয় অঞ্চলৰ দিশে আগবাঢ়িছে।

Apply Now

ছ’চিয়েল মিডিয়াতে ইৰাণলৈ বৃহৎ পৰিমাণৰ সামৰিক সা-সৰঞ্জাম প্ৰেৰণ কৰাৰ কথা ঘোষণা কৰে ট্ৰাম্পে। তেওঁ ট্ৰুথ ছ’চিয়েলত লিখিছে, ‘ইৰাণলৈ যোৱাৰ পথত আমাৰ বহুত জাহাজ আছে। তাতে এখন বিমানবাহী জাহাজো আছে। মই একো হোৱাটো নিবিচাৰো, কিন্তু কি হয় আমি চাব লাগিব।’

উপসাগৰীয় অঞ্চললৈ কিয় সৈন্য প্ৰেৰণ কৰা হৈছে সেই কথাও জনাইছে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে। তেওঁ কয়, ‘অনাগত দিনত ইৰাণৰ ওপৰত সম্ভাৱ্য আক্ৰমণৰ বাবে আমেৰিকাই সমগ্ৰ অঞ্চলটোত প্ৰস্তুতি সম্পূৰ্ণ কৰাৰ আশা কৰা হৈছে।’

যোৱা বছৰৰ ২৮ ডিচেম্বৰৰ পৰা তাত সাধাৰণ লোকে একাধিক বিষয়ত ইৰাণ চৰকাৰৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে। ইৰাণ চৰকাৰে এই আন্দোলন দমন কৰিবলৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে। ইয়াৰ উপৰিও আমেৰিকাই সকীয়াই দিছে যে ইৰানে যদি তাত থকা লোকক আক্ৰমণ কৰে বা কাৰোবাক মৃত্যুদণ্ড দিয়ে তেন্তে ইয়াৰ পৰিণতিৰ সন্মুখীন হ’ব লাগিব।

BREAKING:

🇺🇸🇮🇷 Trump announces US sending huge amount of military equipment on the way to Iran:

"We have a lot of ships on the way to Iran, there's an aircraft carrier on the way there. I don't want anything to happen but we'll have to see what happens." pic.twitter.com/jUf2oY5ter

— Commentary: Trump Truth Social Posts On X (@TrumpTruthOnX) January 22, 2026

কিন্তু যোৱা সপ্তাহত ইৰাণে চৰকাৰে বিৰোধী প্ৰতিবাদৰ তীব্ৰ দমনৰ বাবে ইৰাণক আক্ৰমণ কৰাৰ ভাবুকি দিয়াৰ পৰা পিছুৱাই আহিছিল ট্ৰাম্প। হোয়াইট হাউছে দাবী কৰিছে যে তেহৰানে প্ৰতিবাদকাৰীৰ পৰিকল্পিত মৃত্যুদণ্ড কাৰ্যকৰী কৰা বন্ধ কৰি দিছে। ট্ৰাম্পেও একে দাবী কৰিছিল।

BREAKING:

🇺🇸🇮🇷 Israeli Channel 12:

"The U.S. is expected to complete preparations across the region in the coming days for a possible attack against Iran" pic.twitter.com/pjAbkWhA5R

— Commentary: Trump Truth Social Posts On X (@TrumpTruthOnX) January 23, 2026

ইপিনে, ডাভোছৰ বিশ্ব অৰ্থনৈতিক মঞ্চ সন্মিলনৰ পৰা উভতি অহাৰ পথত ট্ৰাম্পে সাংবাদিকৰ আগত কয় যে তেওঁ ইৰাণৰ পৰিস্থিতি নিৰীক্ষণ কৰি আছে। বৃহস্পতিবাৰে তেওঁ লগতে কয় যে তালৈ বৃহৎ সংখ্যক সৈন্য প্ৰেৰণ কৰা হৈছে যদিও ইৰাণৰ সৈতে আলোচনাৰ পথ মুকলি হৈ আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

August 15, 2026 11:56 am
স্মৃতিৰ কেলেণ্ডাৰত ১৫ আগষ্ট ২০০৪ : ধেমাজীয়ে সুধিব খুজিছে – আমি কিমান স্বাধীন? ‎

স্মৃতিৰ কেলেণ্ডাৰত ১৫ আগষ্ট ২০০৪ : ধেমাজীয়ে সুধিব খুজিছে – আমি কিমান স্বাধীন? ‎

August 15, 2026 10:56 am
ডাঙৰ সপোন দেখক, ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত গঢ়াৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

ডাঙৰ সপোন দেখক, ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত গঢ়াৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

August 15, 2026 10:24 am
এখন সশস্ত্ৰ সংগ্ৰাম, অপূৰ্ণ স্বপ্ন, বঞ্চনা আৰু স্বাধীনতাৰ ৮০ বছৰত অসমৰ উপলব্ধি

এখন সশস্ত্ৰ সংগ্ৰাম, অপূৰ্ণ স্বপ্ন, বঞ্চনা আৰু স্বাধীনতাৰ ৮০ বছৰত অসমৰ উপলব্ধি

August 15, 2026 9:36 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

August 15, 2026 11:56 am
স্মৃতিৰ কেলেণ্ডাৰত ১৫ আগষ্ট ২০০৪ : ধেমাজীয়ে সুধিব খুজিছে – আমি কিমান স্বাধীন? ‎

স্মৃতিৰ কেলেণ্ডাৰত ১৫ আগষ্ট ২০০৪ : ধেমাজীয়ে সুধিব খুজিছে – আমি কিমান স্বাধীন? ‎

August 15, 2026 10:56 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd