• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

জানুৱাৰীৰ শেষত একেৰাহে তিনিদিন বন্ধ থাকিব পাৰে বেংক: জানক সবিশেষ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 25, 2026 5:42 pm
31
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জানুৱাৰী মাহৰ শেষ সপ্তাহত দেশজুৰি বেংক সেৱা ব্যাহত হোৱাৰ সম্ভাৱনা দেখা দিছে। গণতন্ত্ৰ দিৱসৰ লগতে সাপ্তাহিক বন্ধ আৰু বেংক কৰ্মচাৰীসকলৰ ধৰ্মঘটৰ ফলত একেৰাহে তিনিদিন ধৰি বেংক বন্ধ থাকিব পাৰে। সপ্তাহত পাঁচ দিন কাম কৰাৰ দাবীত বেংক ইউনিয়নসমূহে এই ধৰ্মঘটৰ আহ্বান জনাইছে।

উল্লেখ্য যে, ২৩ জানুৱাৰী শুকুৰবাৰে নেতাজীৰ জন্মজয়ন্তী উপলক্ষে বেংক বন্ধ আছিল। শনিবাৰে বেংক খোলাৰ পাছত ২৫ জানুৱাৰী দেওবাৰে পুনৰ বন্ধ। তাৰ পাছদিনা অৰ্থাৎ ২৬ জানুৱাৰী সোমবাৰে গণতন্ত্ৰ দিৱস উপলক্ষে বেংক বন্ধ থাকিব। আনহাতে, ২৭ জানুৱাৰী মঙলবাৰে বেংক কৰ্মচাৰীসকলে ধৰ্মঘট ঘোষণা কৰিছে।

Apply Now

সংবাদ সংস্থা পিটিআইৰ তথ্য অনুসৰি, ২০২৪ চনৰ মাৰ্চ মাহত ‘ইণ্ডিয়ান বেংকছ এছ’চিয়েশ্যন’ (IBA) আৰু ‘ইউনাইটেড ফ’ৰাম অফ বেংক ইউনিয়নছ’ৰ (UFBU) মাজত দৰমহা পৰ্যালোচনা সম্পৰ্কীয় এক চুক্তি স্বাক্ষৰিত হৈছিল। সেই চুক্তিত দুয়োপক্ষই একমত হৈছিল যে প্ৰতিটো শনিবাৰেই বেংক বন্ধ থাকিব। কিন্তু এতিয়ালৈকে সেই সিদ্ধান্ত কাৰ্যকৰী হোৱা নাই। ইয়াৰ প্ৰতিবাদতে কৰ্মচাৰীসকলে ধৰ্মঘটৰ আহ্বান জনাইছে।

ইতিমধ্যে ব্যক্তিগত খণ্ডৰ বেংকসমূহে গ্ৰাহকসকলক জনাই দিছে যে ধৰ্মঘট হ’লে তেওঁলোক অসুবিধাৰ সন্মুখীন হ’ব পাৰে। ইউএফবিইউৱে ধৰ্মঘটৰ কথা ঘোষণা কৰাৰ পাছত বুধবাৰ আৰু বৃহস্পতিবাৰে মুখ্য শ্ৰম আয়ুক্তৰ সৈতে বৈঠকত বহিছিল যদিও কোনো সমাধান সূত্ৰ নোলাল। সূত্ৰৰ খবৰ অনুসৰি, শনিবাৰে সন্ধিয়া ইউনিয়নৰ তৰফৰ পৰা জনোৱা হৈছে যে মঙলবাৰে ধৰ্মঘট হোৱাটো নিশ্চিত।

ধৰ্মঘট হ’লে পঞ্জাব নেচনেল বেংক, ষ্টেট বেংক অফ ইণ্ডিয়া, বেংক অফ ইণ্ডিয়া আৰু বেংক অফ বৰোদাৰ দৰে ৰাজহুৱা খণ্ডৰ বেংকসমূহৰ কাম-কাজ সম্পূৰ্ণ বন্ধ থাকিব। বৰ্তমান মাহৰ দ্বিতীয় আৰু চতুৰ্থ শনিবাৰে বেংক বন্ধ থাকে। ইউনিয়নৰ দাবী অনুসৰি, যদি প্ৰতি শনিবাৰে ছুটী দিয়া হয়, তেন্তে কৰ্মচাৰীসকলে সপ্তাহৰ বাকী পাঁচটা দিনত অতিৰিক্ত ৪০ মিনিটকৈ কাম কৰিবলৈ সাজু, যাতে গ্ৰাহকৰ অসুবিধা নহয়। তেওঁলোকে লগতে কয় যে ৰিজাৰ্ভ বেংক (RBI), এলআইচি (LIC), ষ্টক এক্সচেঞ্জ আৰু চৰকাৰী কাৰ্যালয়সমূহতো বৰ্তমান সপ্তাহত পাঁচদিনহে কাম হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মাৰ্কিন মিছাইলৰ আঘাতত ১২০ টি শিশুৰ মৃত্যু! ইৰাণৰ শিক্ষয়িত্ৰীৰ প্ৰশ্ন, সিহঁতৰ অপৰাধ কি আছিল?

মাৰ্কিন মিছাইলৰ আঘাতত ১২০ টি শিশুৰ মৃত্যু! ইৰাণৰ শিক্ষয়িত্ৰীৰ প্ৰশ্ন, সিহঁতৰ অপৰাধ কি আছিল?

July 24, 2026 8:00 am
নিটৰ প্ৰতিবাদক লৈ এইবাৰ মাত মাতিলে শচীন তেণ্ডুলকাৰে, কি ক’লে লিটল মাষ্টাৰে?

নিটৰ প্ৰতিবাদক লৈ এইবাৰ মাত মাতিলে শচীন তেণ্ডুলকাৰে, কি ক’লে লিটল মাষ্টাৰে?

July 24, 2026 7:00 am
চানমাৰিৰ সহকাৰী আৰক্ষী আয়ুক্ত (এচিপি) প্ৰণামী ভৰদ্বাজ বৰা

প্ৰতিবাদৰ পূৰ্বে নাবালিকাক ভাবুকি দিয়াৰ অভিযোগত বিতৰ্কত অসম আৰক্ষীৰ বিষয়া

July 23, 2026 10:47 pm
ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মাৰ্কিন মিছাইলৰ আঘাতত ১২০ টি শিশুৰ মৃত্যু! ইৰাণৰ শিক্ষয়িত্ৰীৰ প্ৰশ্ন, সিহঁতৰ অপৰাধ কি আছিল?

মাৰ্কিন মিছাইলৰ আঘাতত ১২০ টি শিশুৰ মৃত্যু! ইৰাণৰ শিক্ষয়িত্ৰীৰ প্ৰশ্ন, সিহঁতৰ অপৰাধ কি আছিল?

July 24, 2026 8:00 am
নিটৰ প্ৰতিবাদক লৈ এইবাৰ মাত মাতিলে শচীন তেণ্ডুলকাৰে, কি ক’লে লিটল মাষ্টাৰে?

নিটৰ প্ৰতিবাদক লৈ এইবাৰ মাত মাতিলে শচীন তেণ্ডুলকাৰে, কি ক’লে লিটল মাষ্টাৰে?

July 24, 2026 7:00 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd