• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পেলষ্টাইনৰ সমৰ্থনত ষ্টীকাৰ লগোৱা ব্ৰিটিছ নাগৰিকক ভাৰত ত্যাগৰ নিৰ্দেশ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 4, 2026 9:05 pm
35
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজস্থানৰ আজমেৰত ফুৰিবলৈ আহি এতিয়া তীব্ৰ বিপদৰ সন্মুখীন হৈছে দুজন ব্ৰিটিছ নাগৰিক। পৰ্যটন ভিছা লৈ ভাৰতলৈ অহা এই বিদেশী নাগৰিক দুজনে ৰাজহুৱা স্থানত ইজৰাইল বিৰোধী আৰু পেলেষ্টাইনৰ সমৰ্থনত ষ্টীকাৰ লগাইছিল। এই কাৰ্যৰ বাবে তেওঁলোকক অতি সোনকালে ভাৰত ত্যাগ কৰিবলৈ চৰকাৰীভাৱে নিৰ্দেশ দিয়া হৈছে। এনডিটিভিৰ এক প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি ৰাজস্থান চোৰাংচোৱা বিভাগৰ তথ্যৰ ভিত্তিত আজমেৰ আৰক্ষীয়ে লুই গেব্ৰিয়েল ডি আৰু তেওঁৰ সংগী অনুশী এমা ক্ৰীষ্টিনৰ বিৰুদ্ধে এই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

যোৱা ২১ জানুৱাৰীত চোৰাংচোৱা বিভাগে প্ৰথম খবৰ পাইছিল যে এহাল বিদেশী দম্পতীয়ে চহৰখনৰ বিভিন্ন ঠাইত আপত্তিজনক ষ্টীকাৰ লগাই ফুৰিছে। ইয়াৰ পিছতে আৰক্ষীয়ে চিচিটিভি ফুটেজ পৰীক্ষা কৰি আৰু স্থানীয় লোকৰ পৰা তথ্য সংগ্ৰহ কৰি তেওঁলোকক চিনাক্ত কৰে। আৰক্ষীয়ে ইতিমধ্যে সেই ষ্টীকাৰসমূহ আঁতৰাই পেলাইছে আৰু ব্ৰিটিছ নাগৰিক দুজনক আটক কৰি দীৰ্ঘসময় ধৰি জেৰা কৰে। অতিৰিক্ত আৰক্ষী অধীক্ষক ৰাজেশ মীনাৰ নেতৃত্বত চলা এই জেৰাৰ অন্তত স্পষ্ট হয় যে তেওঁলোকে ভাৰতৰ ভিছা নিয়ম উলংঘা কৰিছে।

Apply Now

আৰক্ষী বিষয়াসকলৰ মতে পৰ্যটন ভিছাত ভাৰতলৈ আহি কোনো ধৰণৰ ৰাজনৈতিক কাৰ্যকলাপত লিপ্ত হোৱাটো আইনমতে নিষিদ্ধ। যিহেতু এই দুই ব্ৰিটিছ নাগৰিকে বিদেশত থাকিও ৰাজনৈতিক প্ৰচাৰ চলাইছিল, সেয়েহে ইমিগ্ৰেচন আৰু বিদেশী আইনৰ অধীনত তেওঁলোকৰ ভিছা বাতিল কৰা হৈছে। ইয়াৰ লগে লগে তেওঁলোকৰ হাতত ভাৰত ত্যাগ কৰাৰ জাননী তুলি দিয়া হৈছে। নিয়ম অনুসৰি তেওঁলোকে এতিয়া নিৰ্দিষ্ট সময়ৰ ভিতৰত নিজ দেশলৈ উভতি যাব লাগিব।

বিশেষ কথাটো হ’ল পেলেষ্টাইনৰ বৈদেশিক মন্ত্ৰী ভাৰ্চেন আঘাবেকিয়ান শ্বাহিনে নতুন দিল্লী ভ্ৰমণ কৰি যোৱাৰ মাত্ৰ কেইদিনমান পিছতে এই ঘটনাটো ঘটিছে। উল্লেখ্য যে যোৱা ২৯ জানুৱাৰীত বৈদেশিক মন্ত্ৰীগৰাকীয়ে ভাৰতক ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত এজন দক্ষ মধ্যস্থতাকাৰী হিচাপে অভিহিত কৰিছিল। তেওঁ আশা প্ৰকাশ কৰিছিল যে ভাৰতে গাজাৰ পুনৰ্গঠনত সহায় কৰিব পাৰে। ভাৰতৰ সৈতে দুয়োখন দেশৰ বন্ধুত্ব থকাৰ পিছতো বিদেশী পৰ্যটকে দেশৰ মাটিত এনেদৰে ভিছাৰ নিয়ম ভংগ কৰা কাৰ্যক আৰক্ষীয়ে গুৰুত্বসহকাৰে লৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd