• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চৰকাৰ সলনি হ’লেও অব্যাহত আছে কৃষি বিভাগৰ কৃষকক পতান উপহাৰ : তদন্ত ঘোষণা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 17, 2018 9:45 pm
Atul_Bora
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চৰকাৰ সলনি হ’ল, কিন্তু কৃষি বিভাগে যোগান ধৰা ধানৰ বীজৰ পৰা পতান ওলোৱাটো এতিয়াও সলনি নহ’ল। বিগত কংগ্ৰেছ চৰকাৰৰ দিনত কৃষি বিভাগে যোগান ধৰা ধানৰ বীজৰ পৰা কৃষকে কষ্টৰ মূৰত পতান লাভ কৰা কাহিনীৰ ধাৰাবাহিকতা এই চৰকাৰৰ দিনতো চলি আছে।

শেহতীয়াকৈ নৰ্থ-ইষ্ট নাওৰ অনুসন্ধানমূলক প্ৰতিবেদনত বৰপেটা জিলাৰ কেইবাজনো কৃষকে চৰকাৰী ধানৰ পৰা কঠীয়া ৰুই ধানৰ ঠাইত পতাল লাভ কৰাৰ তথ্য প্ৰকাশ হৈছিল। এতিয়া জানিব পৰা গৈছে যে আৰু কেইবা ঠাইতো একেই হাতাশাজনক ফল পাইছে ৰাজ্যৰ আশাত বন্দী কৃষকে। অৰ্থাৎ এই পৰিস্থিতিটোৰ কোনো পৰিৱৰ্তন হোৱা নাই।

আজি নৰ্থ-ইষ্ট নাওৰ তৰফৰ পৰা কৃষি মন্ত্ৰী অতুল বৰাক যোগাযোগ কৰাত মন্ত্ৰীজনে জানিবলৈ দিয়ে যে তেওঁ ইয়াৰ তদন্ত দিছে। তদন্তৰ পিছত আচল কেৰোণ ক’ত ক’ব পৰা যাব।

মন কৰিব লগীয়া কথাটো হ’ল তেওঁ নিজ মুখেই স্বীকাৰ কৰিছে যে কেইবা ঠাইতো ধানৰ ঠাইত পতান উৎপাদন হোৱাটো সঁচা। “হয় মই আজি নিজেই হাজোৰ এখন  পথাৰত উপস্থিত হৈ ধানসমূহ পৰিদৰ্শন কৰিছিলো আৰু দেখিছো যে কেইবা ঠাইতো এই উচ্চ হাৰৰ উৎপাদন দিয়া (হাই য়েলডিং) সঁচবোৰে পতানহে দিছে। ইয়াৰ কেইবাটাও প্ৰজাতি আমি কৃষকক দিছিলো। আটাইবোৰতে পতান হোৱা নাই। কিন্তু কেইবা ঠাইতো হৈছে। হোজাইৰ উপৰিও আন কিছুমান ঠাইতো হৈছো।” মন্ত্ৰীজনে নৰ্থ-ইষ্ট নাওক ফোনত কয়।

তাৎপৰ্য্যপূৰ্ণভাৱে মন্ত্ৰীজনে এইবোৰ পৰীক্ষামূলকভাৱেহে কৰিবলৈ দিয়া হৈছিল বুলি কয়। কিন্তু প্ৰশ্ন হয় যে কৃষকৰ বছৰৰ শ্ৰমৰ মূল্য কোনে দিব? লগতে এবছৰৰ বাবে উৎপাদনৰ ক্ষেত্ৰত কৃষকজনে সন্মুখীন হোৱা লোকচানৰ কথাটোও আছে।

আনহাতে মন্ত্ৰীজনে কয়, “আজি মই এই বিষয়টো কৃষি বিভাগৰ সচিব বিনোদ ছেচানক তদন্তৰ দ্বায়িত্ব দিছো।”

ইয়াৰ বাবে জগৰীয়া প্ৰকৃততে কোন বুলি সোধা প্ৰশ্নৰ উত্তৰত কয়, “যিহেতু বিষয়টো তদন্ত কৰিবলৈ দিছো, গতিকে এতিয়াও একো নকওঁ। তদন্তত সকলো ওলাই পৰিব আৰু সেইমতে ব্যৱস্থা লোৱা হ’ব।

উল্লেখযোগ্য যে কৃষি বিভাগে যোগান ধৰা বৰ্ণসংকৰ বীজৰ পৰা খেতি কৰি বৰপেটা জিলাৰো কেইবাজনো দুৰ্ভগীয়া খেতিয়কে পতান লাভ কৰিছে।  কৃষি বিভাগে যোগান ধৰা ‘চি আৰ এইচ আৰ-৫’ নামৰ হাইব্ৰিড ধানৰ বীজ জিলাখনৰ বিভিন্ন পঞ্চায়ত এলেকাৰ গাঁওসমূহৰ নিৰ্বাচিত কৃষকৰ মাজত বিতৰণ কৰা হৈছিল যদিও অধিক সংখ্যক ধান নাপালে, পতানহে পালে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd