• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিউয়ৰ্কত খালিস্তানী নেতা পান্নুনক হত্যাৰ ষড়যন্ত্ৰৰ অভিযোগত দোষী সাব্যস্ত ভাৰতীয় মূলৰ ব্যক্তি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 14, 2026 9:07 am
23
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় নাগৰিক নিখিল গুপ্তাই নিউয়ৰ্কত খালিস্তানীপন্থী গুৰপতৱন্ত সিং পান্নুনক হত্যাৰ ষড়যন্ত্ৰৰ গোচৰত আমেৰিকাৰ আদালতত দোষ স্বীকাৰ কৰিছে। শুকুৰবাৰে আমেৰিকাৰ নিউয়ৰ্কৰ ছাউদাৰ্ণ ডিষ্ট্ৰিকৰ এটৰ্নীৰ কাৰ্যালয়ে এই তথ্য নিশ্চিত কৰে।

৫৪ বছৰীয়া গুপ্তাই মানহাটানৰ ফেডাৰেল আদালতত স্বীকাৰ কৰে যে ২০২৩ চনৰ মাজভাগত তেওঁ ভাড়াতীয়া হত্যাকাৰী বুলি ভবা এজন লোকক ১৫ হাজাৰ ডলাৰৰ অগ্ৰিম ধন দিছিল। ইয়াৰ উদ্দেশ্য আছিল নিউয়ৰ্কত বাস কৰা আৰু ভাৰতত নিষিদ্ধ সংগঠন ‘শিখছ ফৰ জাষ্টিছ’ৰ মুৰব্বী পান্নুনক হত্যা কৰা। যদিও তেওঁ প্ৰথমে অভিযোগ অস্বীকাৰ কৰিছিল।

Apply Now

আমেৰিকাৰ প্ৰচিকিউটৰ (চৰকাৰী অধিবক্তা) জে ক্লেটনে দাবী কৰে যে গুপ্তাই নিজৰ মত প্ৰকাশৰ স্বাধীনতাৰ অধিকাৰ প্ৰয়োগ কৰাৰ বাবে এজন আমেৰিকাৰ নাগৰিকক হত্যা কৰিব বিচাৰিছিল। তেওঁৰ বিৰুদ্ধে ভাড়াতীয়াকৈ হত্যা, হত্যাৰ ষড়যন্ত্ৰ আৰু ধন সৰবৰাহৰ ষড়যন্ত্ৰৰ তিনিটা অভিযোগ উত্থাপন হৈছে। সৰ্বোচ্চ শাস্তি ৪০ বছৰৰ কাৰাদণ্ড হ’ব পাৰে। ২৯ মে’ত ন্যায়াধীশ ভিক্টৰ মাৰোৱে শাস্তি ঘোষণা কৰিব ।

২০২৪ চনৰ জুন মাহত চেক গণৰাজ্যৰ পৰা প্ৰত্যাৰ্পণ কৰাৰ পিছত গুপ্তাক ব্ৰুকলিনত জামিন অবিহনে ৰখা হৈছে। আমেৰিকাৰ অভিযোগনামাত কোৱা হৈছে যে ‘চিচি-১’ নামেৰে চিনাক্ত কৰা এজন ব্যক্তি – পিছলৈ বিকাশ যাদৱ বুলি চিনাক্ত কৰা – তেওঁক এই পৰিকল্পনাৰ সৈতে জড়িত কৰিছিল। অভিযোগ অনুসৰি তেওঁ কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ প্ৰাক্তন সদস্য আৰু সেই সময়ত ভাৰতৰ কেবিনেট সচিবালয়ত কৰ্মৰত আছিল। ২০২৪ চনৰ অক্টোবৰ মাহত আমেৰিকাৰ ন্যায় বিভাগেও যাদৱৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল।

চৰকাৰী অধিবক্তাসকলে দাবী কৰিছে যে গুপ্তাক এক লাখ ডলাৰৰ চুক্তিৰ অধীনত হত্যাৰ পৰিকল্পনা আগবঢ়াই নিবলৈ কোৱা হৈছিল আৰু তেওঁক ১৫ হাজাৰ ডলাৰৰ অগ্ৰিম ধন দিয়া হৈছিল। কিন্তু তেওঁ সহযোগী বুলি ভবা ব্যক্তিজন আচলতে আমেৰিকাৰ কৰ্তৃপক্ষৰ গোপন সূত্ৰ আছিল।

ভাৰত চৰকাৰে কয় যে এনে অভিযোগৰ গুৰুত্ব সহকাৰে চোৱাচিতা কৰিবলৈ এখন উচ্চ পৰ্যায়ৰ তদন্ত সমিতি গঠন কৰা হৈছিল। ২০২৫ চনৰ জানুৱাৰী মাহত গৃহ মন্ত্ৰালয়ে তদন্তত এজন ব্যক্তিৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ দিয়া বুলি প্ৰকাশ কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

July 22, 2026 6:41 pm
চিজেপিৰ আন্দোলনত আৰক্ষীৰ ভূমিকাৰ এছআইটি তদন্তৰ দাবী: কেন্দ্ৰ আৰু দিল্লী আৰক্ষীলৈ উচ্চ ন্যায়ালয়ৰ জাননী

চিজেপিৰ আন্দোলনত আৰক্ষীৰ ভূমিকাৰ এছআইটি তদন্তৰ দাবী: কেন্দ্ৰ আৰু দিল্লী আৰক্ষীলৈ উচ্চ ন্যায়ালয়ৰ জাননী

July 22, 2026 5:36 pm
নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ উত্তাল সদন! শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত ক’লা কাপোৰ পিন্ধি বিৰোধীৰ প্ৰতিবাদ

নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ উত্তাল সদন! শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত ক’লা কাপোৰ পিন্ধি বিৰোধীৰ প্ৰতিবাদ

July 22, 2026 3:35 pm
মোদী চৰকাৰৰ স্বৈৰাচাৰী ৰূপ! ছাত্ৰৰ ন্যায়ৰ দাবীত ধৰণাত বহা ৰাহুল-প্ৰিয়ংকাক গ্ৰেপ্তাৰ: হিটলাৰী শাসনৰ বিৰুদ্ধে উত্তাল  ৰাজধানী

মোদী চৰকাৰৰ স্বৈৰাচাৰী ৰূপ! ছাত্ৰৰ ন্যায়ৰ দাবীত ধৰণাত বহা ৰাহুল-প্ৰিয়ংকাক গ্ৰেপ্তাৰ: হিটলাৰী শাসনৰ বিৰুদ্ধে উত্তাল  ৰাজধানী

July 22, 2026 2:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

July 22, 2026 6:41 pm
চিজেপিৰ আন্দোলনত আৰক্ষীৰ ভূমিকাৰ এছআইটি তদন্তৰ দাবী: কেন্দ্ৰ আৰু দিল্লী আৰক্ষীলৈ উচ্চ ন্যায়ালয়ৰ জাননী

চিজেপিৰ আন্দোলনত আৰক্ষীৰ ভূমিকাৰ এছআইটি তদন্তৰ দাবী: কেন্দ্ৰ আৰু দিল্লী আৰক্ষীলৈ উচ্চ ন্যায়ালয়ৰ জাননী

July 22, 2026 5:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd