• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গাড়ীত উদ্ধাৰ প্ৰেমিক যুগলৰ গুলীবিদ্ধ মৃতদেহ; হোৱাটছএপ নোটত প্ৰতাৰণাৰ অভিযোগ প্ৰেমিকৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 15, 2026 2:44 pm
48
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভেলেণ্টাইন ডে’ৰ দিনাই নয়ডাত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। এখন গাড়ীৰ ভিতৰত উদ্ধাৰ হৈছে এক প্ৰেমিক যুগলৰ মৃতদেহ। প্ৰাৰম্ভিক আৰক্ষীৰ তদন্তত এই ঘটনাক আত্মহত্যা বুলি গণ্য কৰা হৈছে যদিও মৃত যুৱকজনৰ পৰিয়ালে দাবী কৰিছে যে এয়া হত্যাকাণ্ড। দুয়ো ভিন্ন জাতিৰ হোৱাৰ বাবেই হত্যা কৰা বুলি অভিযোগ উত্থাপন কৰিছে। ঘটনাটোক লৈ অঞ্চলজুৰি উত্তেজনা বিয়পি পৰিছে।

নয়দাৰ ছেক্টৰ ৩৯ থানা এলেকাত সংঘটিত হৈছে এই ঘটনা। মাজনিশা বন্দুকৰ গুলীৰ শব্দ শুনি স্থানীয় ৰাইজে স্থানীয় থানাত খবৰ দিয়ে। আৰক্ষী উপস্থিত হৈ এখন লক কৰা গাড়ীৰ ভিতৰৰ পৰা অচেতন অৱস্থাত দুজনক উদ্ধাৰ কৰে। অৱশ্যে তেওঁলোকক চিকিৎসালয়লৈ নিয়াৰ সময়ত চিকিৎসকে তেওঁলোকক মৃত ঘোষণা কৰে। মৃত দুজনৰ নাম ৰেখা (২৬) আৰু সুমিত (৩২)।

Apply Now

আৰক্ষীৰ সূত্ৰ অনুসৰি ৰেখা নয়ডাৰ ছেক্টৰ ৫৮ৰ বাসিন্দা আছিল আৰু সুমিত দিল্লীৰ ত্ৰিলোকপুৰীত বাস কৰিছিল। দুয়োজনেই আগদিনা ঘৰৰ পৰা ওলাই আহি আৰু ঘূৰি নাহিল। তেওঁলোকৰ পৰিয়ালে নিৰুদ্দেশৰ অভিযোগ দাখিল কৰে।

বিগত ১৫ বছৰ ধৰি দুয়োৰে সম্পৰ্ক আছিল আৰু দুয়োটা পৰিয়ালে এই কথা জানিছিল। আৰক্ষীয়ে দাবী কৰিছে যে গাড়ীখনৰ ভিতৰৰ পৰা লক কৰা আছিল আৰু সুমিতৰ হাতৰ পৰা এটা পিষ্টল উদ্ধাৰ হয়। ঘটনাস্থলীত উদ্ধাৰ হৈছে কাৰ্টিজো। দুয়োটা মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

সূত্ৰৰ পৰা জানিব পৰা মতে, আত্মহত্যাৰ পূৰ্বে সুমিতে হোৱাটছএপত মেছেজ প্ৰেৰণ কৰিছিল। তাত তেওঁ লিখিছিল যে ১৫ বছৰীয়া সম্পৰ্কত তেওঁক প্ৰতাৰণা কৰাৰ বাবেই তেওঁ আত্মহত্যাৰ সিদ্ধান্ত লৈছে। তেওঁৰ বাৰ্তাৰ পৰা স্পষ্ট যে ৰেখাই আন ঠাইত বিয়া হোৱাৰ সিদ্ধান্ত লৈছিল, সেয়েহে তেওঁ এই পথটো বাছি লৈছে।

অৱশ্যে সুমিতৰ পৰিয়ালৰ দাবী সম্পূৰ্ণ বেলেগ। তেওঁলোকৰ অভিযোগ যে এই মৃত্যু আত্মহত্যা নহয়, পৰিকল্পিত হত্যাহে। লগতে দাবী কৰা হৈছে যে যিহেতু সুমিত বেলেগ জাতিৰ, গতিকে ৰেখাৰ পৰিয়ালৰ আপত্তি আছিল। কিন্তু সুমিতে মানি ল’বলৈ ইচ্ছুক নাছিল। সেয়ে দুয়োকে হত্যা কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰে।

পৰিয়ালটোৰ অভিযোগক গুৰুত্বসহকাৰে লৈছে আৰক্ষীয়ে। ফৰেনছিক ৰিপৰ্ট, মোবাইল ডাটা, পৰিয়ালৰ বিবৃতি – সকলো দিশ পৰীক্ষা কৰি তদন্ত চলোৱা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

July 22, 2026 6:41 pm
চিজেপিৰ আন্দোলনত আৰক্ষীৰ ভূমিকাৰ এছআইটি তদন্তৰ দাবী: কেন্দ্ৰ আৰু দিল্লী আৰক্ষীলৈ উচ্চ ন্যায়ালয়ৰ জাননী

চিজেপিৰ আন্দোলনত আৰক্ষীৰ ভূমিকাৰ এছআইটি তদন্তৰ দাবী: কেন্দ্ৰ আৰু দিল্লী আৰক্ষীলৈ উচ্চ ন্যায়ালয়ৰ জাননী

July 22, 2026 5:36 pm
নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ উত্তাল সদন! শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত ক’লা কাপোৰ পিন্ধি বিৰোধীৰ প্ৰতিবাদ

নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ উত্তাল সদন! শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত ক’লা কাপোৰ পিন্ধি বিৰোধীৰ প্ৰতিবাদ

July 22, 2026 3:35 pm
মোদী চৰকাৰৰ স্বৈৰাচাৰী ৰূপ! ছাত্ৰৰ ন্যায়ৰ দাবীত ধৰণাত বহা ৰাহুল-প্ৰিয়ংকাক গ্ৰেপ্তাৰ: হিটলাৰী শাসনৰ বিৰুদ্ধে উত্তাল  ৰাজধানী

মোদী চৰকাৰৰ স্বৈৰাচাৰী ৰূপ! ছাত্ৰৰ ন্যায়ৰ দাবীত ধৰণাত বহা ৰাহুল-প্ৰিয়ংকাক গ্ৰেপ্তাৰ: হিটলাৰী শাসনৰ বিৰুদ্ধে উত্তাল  ৰাজধানী

July 22, 2026 2:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

July 22, 2026 6:41 pm
চিজেপিৰ আন্দোলনত আৰক্ষীৰ ভূমিকাৰ এছআইটি তদন্তৰ দাবী: কেন্দ্ৰ আৰু দিল্লী আৰক্ষীলৈ উচ্চ ন্যায়ালয়ৰ জাননী

চিজেপিৰ আন্দোলনত আৰক্ষীৰ ভূমিকাৰ এছআইটি তদন্তৰ দাবী: কেন্দ্ৰ আৰু দিল্লী আৰক্ষীলৈ উচ্চ ন্যায়ালয়ৰ জাননী

July 22, 2026 5:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd