• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

২০২৬ চনৰ পৰা দশম শ্ৰেণীৰ বাবে দুটা ব’ৰ্ড পৰীক্ষা: চি বি এছ ইৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা  

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 16, 2026 6:59 pm
36
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডে (CBSE) ২০২৬ চনৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে দুবাৰকৈ ব’ৰ্ড পৰীক্ষা অনুষ্ঠিত কৰাৰ নতুন ব্যৱস্থাৰ সন্দৰ্ভত এক বিশেষ স্পষ্টীকৰণ জাৰি কৰিছে। ব’ৰ্ডৰ নিৰ্দেশনা অনুসৰি, প্ৰথমখন ব’ৰ্ড পৰীক্ষাত ছাত্ৰ-ছাত্ৰীসকল অৱতীৰ্ণ হোৱাটো এতিয়াৰে পৰা সম্পূৰ্ণ বাধ্যতামূলক হ’ব।

ব’ৰ্ডে স্পষ্ট কৰি দিছে যে যিসকল ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম পৰীক্ষাত কমেও তিনিটা মূল বিষয়ত অংশগ্ৰহণ নকৰে, তেওঁলোকক “এচেন্সিয়েল ৰিপিট” (Essential Repeat) হিচাপে শ্ৰেণীভুক্ত কৰা হ’ব। এনে শিক্ষাৰ্থীসকলে একে বছৰতে অনুষ্ঠিত হ’বলগীয়া দ্বিতীয়খন ব’ৰ্ড পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সুযোগ লাভ নকৰিব। তাৰ পৰিৱৰ্তে তেওঁলোকে পিছৰ বছৰৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ’বলগীয়া মূল পৰীক্ষালৈ অপেক্ষা কৰিব লাগিব।

Apply Now

চি বি এছ ইৰ পৰীক্ষা নিয়ন্ত্ৰক সনয়ম ভৰদ্বাজে এই সন্দৰ্ভত কয় যে প্ৰথম ব’ৰ্ড পৰীক্ষাত সকলো ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি বাধ্যতামূলক। তেওঁ উল্লেখ কৰে যে যিসকল ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ আৰু যোগ্য বুলি বিবেচিত হ‘ব, তেওঁলোকে বিজ্ঞান, গণিত, সমাজ বিজ্ঞান আৰু ভাষাৰ যিকোনো তিনিটা বিষয়ত নিজৰ নম্বৰ উন্নত কৰিবলৈ দ্বিতীয়খন পৰীক্ষাত বহিব পাৰিব।

অৱশ্যে, তেওঁ সতৰ্ক কৰি কয়, “প্ৰথম পৰীক্ষাত যদি কোনো ছাত্ৰই তিনিটা বা তাতকৈ অধিক বিষয়ত ব্যৰ্থ হয় (Fail), তেন্তে তেওঁক দ্বিতীয় পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ দিয়া নহ’ব। এনে ছাত্ৰ-ছাত্ৰীক ‘এচেন্সিয়েল ৰিপিট’ শিতানত স্থান দিয়া হ’ব আৰু তেওঁলোকে পৰৱৰ্তী বছৰৰ ফেব্ৰুৱাৰীতহে পৰীক্ষাত বহিব পাৰিব।”

দশম শ্ৰেণীৰ একাংশ ছাত্ৰ-ছাত্ৰীয়ে বিশেষ কাৰণত প্ৰথম পৰীক্ষাত অনুপস্থিত থাকি কেৱল দ্বিতীয় পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ অনুমতি বিচাৰি কৰা অনুৰোধৰ পিছতে চি বি এছ ই ব’ৰ্ডে এই কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। ব’ৰ্ডৰ এই পদক্ষেপে পৰীক্ষাত ছাত্ৰ-ছাত্ৰীৰ গাম্ভীৰ্য আৰু নিয়মীয়া উপস্থিতি নিশ্চিত কৰিব বুলি ধাৰণা কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠকৰ পূৰ্বে মমতা-কেজৰিৱালৰ গোপন বৈঠকক লৈ বৃদ্ধি পাইছে জল্পনা-কল্পনা

ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠকৰ পূৰ্বে মমতা-কেজৰিৱালৰ গোপন বৈঠকক লৈ বৃদ্ধি পাইছে জল্পনা-কল্পনা

June 8, 2026 8:11 am
‘আপুনি হয় মূৰ্খ নহয় অসৎ’, সাক্ষাৎকাৰৰ মাজতে মাইক্ৰ’ফোন দলিয়াই উঠি গ’ল ড’নাল্ড ট্ৰাম্প

‘আপুনি হয় মূৰ্খ নহয় অসৎ’, সাক্ষাৎকাৰৰ মাজতে মাইক্ৰ’ফোন দলিয়াই উঠি গ’ল ড’নাল্ড ট্ৰাম্প

June 8, 2026 7:42 am
হাতত ধৰি শিকাব নালাগে; মাকক দেখিয়েই এই ৬টা শিক্ষা লাভ কৰে শিশুৱে

হাতত ধৰি শিকাব নালাগে; মাকক দেখিয়েই এই ৬টা শিক্ষা লাভ কৰে শিশুৱে

June 8, 2026 7:01 am
শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠকৰ পূৰ্বে মমতা-কেজৰিৱালৰ গোপন বৈঠকক লৈ বৃদ্ধি পাইছে জল্পনা-কল্পনা

ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠকৰ পূৰ্বে মমতা-কেজৰিৱালৰ গোপন বৈঠকক লৈ বৃদ্ধি পাইছে জল্পনা-কল্পনা

June 8, 2026 8:11 am
‘আপুনি হয় মূৰ্খ নহয় অসৎ’, সাক্ষাৎকাৰৰ মাজতে মাইক্ৰ’ফোন দলিয়াই উঠি গ’ল ড’নাল্ড ট্ৰাম্প

‘আপুনি হয় মূৰ্খ নহয় অসৎ’, সাক্ষাৎকাৰৰ মাজতে মাইক্ৰ’ফোন দলিয়াই উঠি গ’ল ড’নাল্ড ট্ৰাম্প

June 8, 2026 7:42 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd