• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দেশত ভয়াৱহ ৰূপ লৈছে চাইবাৰ অপৰাধে: জালিয়াতিৰ লক্ষ্য হৈ পৰিছিল স্বয়ং মুখ্য ন্যায়াধীশ সূৰ্য কান্ত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 21, 2026 3:30 pm
30
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সূৰ্য কান্তে শুকুৰবাৰে দেশত দ্ৰুতগতিত বৃদ্ধি পোৱা চাইবাৰ অপৰাধৰ ভাবুকিক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে। জয়পুৰত অনুষ্ঠিত তিনিদিনীয়া চাইবাৰ নিৰাপত্তা আলোচনা চক্ৰৰ উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি তেওঁ সদৰী কৰে যে তেওঁ নিজেও চাইবাৰ অপৰাধীৰ লক্ষ্য হৈ পৰিছিল। তেওঁৰ পৰিচয় ব্যৱহাৰ কৰি ভুৱা ৱেবছাইট মুকলি কৰাৰ লগতে তাৰ পৰা বিভিন্ন ব্যক্তিলৈ বাৰ্তাও প্ৰেৰণ কৰা হৈছিল। অৱশ্যে লগে লগে চাইবাৰ কৰ্তৃপক্ষক বিষয়টো অৱগত কৰাত এই ৱেবছাইটসমূহ নাইজেৰিয়াৰ দৰে দেশৰ পৰা পৰিচালনা কৰা হৈছিল বুলি পোহৰলৈ আহিছে। ইয়াৰ জৰিয়তে চাইবাৰ অপৰাধৰ আন্তঃৰাষ্ট্ৰীয় পৰিসৰ, জটিলতা আৰু ইয়াৰ যে কোনো ভৌগোলিক সীমাৱদ্ধতা নাই, সেই কথা স্পষ্ট হৈ পৰে বুলি তেওঁ উল্লেখ কৰে।

ন্যায়াধীশ সূৰ্য কান্তে কৃত্ৰিম বুদ্ধিমত্তাক ন্যায় প্ৰক্ৰিয়া সহজলভ্য কৰাৰ ক্ষেত্ৰত এক যুগান্তকাৰী পৰিৱৰ্তন বুলি অভিহিত কৰে। কিন্তু একে সময়তে তেওঁ সকীয়াই দিয়ে যে চাইবাৰ অপৰাধ বৰ্তমান কেৱল বিত্তীয় প্ৰৱঞ্চনাৰ মাজতে আৱদ্ধ থকা নাই; ই জনসাধাৰণৰ বিশ্বাসৰ প্ৰতিও তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে। সমগ্ৰ দেশত বৰ্তমান প্ৰায় ৬৬ লাখ (৬.৬ নিযুত) চাইবাৰ অপৰাধৰ গোচৰ অমীমাংসিত অৱস্থাত আছে বুলি উল্লেখ কৰে।

Apply Now

এটা শেহতীয়া ‘ডিজিটেল গ্ৰেপ্তাৰ’ গোচৰৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয় যে এহাল বৃদ্ধ দম্পতীয়ে মাত্ৰ কেইমিনিটমানৰ ভিতৰতে নিজৰ জীৱনজোৰা সঞ্চয় হেৰুৱাবলগীয়া হৈছিল। ন্যায়ালয়ে এই বিষয়টো নিজাকৈ ব্যৱস্থা গ্ৰহণ কৰিছে বুলি। তেওঁ কয় যে চাইবাৰ অপৰাধীয়ে দেশৰ সাধাৰণ নাগৰিকৰ পৰা প্ৰায় ৫৫,০০০ কোটি টকা লুটি নিছে, যিটো ধনদাবী আৰু ডকাইতিৰ স্পষ্ট উদাহৰণ।

অনুষ্ঠানটোত উপস্থিত থকা ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজন লাল শৰ্মাই ৰাজ্য চৰকাৰ চাইবাৰ অপৰাধৰ মোকাবিলা কৰিবলৈ দায়বদ্ধ বুলি প্ৰকাশ কৰে। ডিজিটেল অপৰাধৰ বিৰুদ্ধে ব্যৱস্থা সুদৃঢ় কৰিবলৈ তেওঁ এখন বিশেষ চাইবাৰ আদালত স্থাপনৰ কথা ঘোষণা কৰাৰ লগতে অপৰাধীয়ে নিশ্চিতভাৱে শাস্তি পাব বুলিও দৃঢ়তা প্ৰকাশ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd