• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ডুমডুমাৰ নলনী সংৰক্ষিত বনাঞ্চলত দুৰ্বৃত্তৰ অগ্নিসংযোগ: জাহ গ’ল লাখ টকীয়া হোলোং গছৰ পুলি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 21, 2026 5:50 pm
14
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তিনিচুকীয়া জিলাৰ ডুমডুমা বন সংমণ্ডলৰ অন্তৰ্গত ডুমডুমা বনাঞ্চলিক কাৰ্যালয়ৰ অধীনত থকা নলনী সংৰক্ষিত বনাঞ্চলখন বৰ্তমান ক্ৰমান্বয়ে ধ্বংসৰ দিশে আগবাঢ়িছে। শেহতীয়াকৈ বনাঞ্চলখনৰ এটা অংশত কোনো অজ্ঞাত দুৰ্বৃত্তই জুই লগাই দিয়াৰ এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। প্ৰকৃতিপ্ৰেমী তথা স্থানীয় ৰাইজে এই কাৰ্যত জড়িত দুৰ্বৃত্তক অতিশীঘ্ৰে চিনাক্ত কৰি কঠোৰ শাস্তি বিহাৰ দাবী জনোৱাৰ লগতে বনাঞ্চলখনৰ সুৰক্ষাত বন বিভাগৰ ভূমিকাক লৈও প্ৰশ্ন উত্থাপন কৰিছে।

প্ৰাপ্ত তথ্য অনুসৰি, সংৰক্ষিত বনাঞ্চলখনৰ সেউজকৰণৰ লক্ষ্যৰে ২০২৩-২৪ বৰ্ষত ক্ষতিপূৰণমূলক বনাঞ্চল পুঁজি ব্যৱস্থাপনা আৰু পৰিকল্পনা কৰ্তৃপক্ষ চমুকে ‘কেম্পা’ (CAMPA) আঁচনিৰ অধীনত প্ৰায় ২০ লাখ টকা ব্যয় সাপেক্ষে ২ নং নলনীত অসমৰ ৰাজ্যিক বৃক্ষ হোলোঙৰ পুলি ৰোপণ কৰা হৈছিল। প্ৰায় ৫ হেক্টৰ ভূমিত কেইবাহাজাৰ পুলি ৰোপণ কৰা হৈছিল যদিও বৰ্তমান বনাঞ্চলখনত সেই পুলিসমূহৰ কোনো অস্তিত্ব দেখিবলৈ পোৱা নাযায়। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, বন বিভাগে প্ৰথমতেই মৰহি যোৱা বা আধামৰা পুলি ৰোপণ কৰিছিল, যাৰ ফলত প্ৰায় ৯৫ শতাংশ পুলি নষ্ট হৈছিল। তাৰ পিছত যি দুই-এটা পুলি বাচি আছিল, সেয়াও শেহতীয়া বনজুইত জাহ যায়।

Apply Now

স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰা মতে, বনাঞ্চলখনৰ বৃহৎ হোলোং গছসমূহৰ ওপৰত দীৰ্ঘদিন ধৰি বন মাফিয়াৰ লোলুপ দৃষ্টি পৰিছে আৰু বন বিভাগৰ একাংশৰ ছত্ৰছায়াতে এই বন ধ্বংসযজ্ঞ চলি আছে। তাৎপৰ্যপূৰ্ণভাৱে, বনাঞ্চলখনত অগ্নিসংযোগ কৰাৰ প্ৰায় ৭২ ঘণ্টাৰ পাছতহে বন বিভাগৰ লোক উক্ত স্থানত উপস্থিত হয়। বিভাগটোৰ এনে গাফিলতিৰ বিৰুদ্ধে ৰাইজে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে।

এই সমগ্ৰ ঘটনাক লৈ ডুমডুমাৰ বন বিভাগৰ বিষয়া মেহেদী হাছানৰ বিৰুদ্ধে স্থানীয় লোকে সৰৱ হৈ পৰিছে। অৱশ্যে ৰাইজৰ এই অভিযোগ খণ্ডন কৰি বন বিষয়াগৰাকীয়ে এক দায়িত্বহীন মন্তব্য প্ৰদান কৰে। তেওঁ কয় যে, কৰ্মচাৰীৰ অভাৱৰ বাবে বনাঞ্চলখন সঘনাই পৰিদৰ্শন কৰাটো সম্ভৱ নহয়। স্থানীয় লোকে তাত গৰু-ছাগলী বন্ধাৰ লগতে একাংশই সুৰাপানো কৰে, যাৰ পৰাই সম্ভৱতঃ জুই লাগিব পাৰে। লগতে তেওঁ বিভাগীয় গাড়ীৰ অভাৱৰ কথা উল্লেখ কৰি কয় যে বনকৰ্মীসকলে মটৰচাইকেলেৰে আহিবলগীয়া হয়, সেয়েহে একোটাকৈ গছপুলি বচোৱাটো তেওঁলোকৰ বাবে সম্ভৱ নহয়। পুঁজিৰ আৱণ্টন পালেহে তেওঁলোকে কাম কৰে বুলিও তেওঁ মন্তব্য কৰে।

এগৰাকী দায়িত্বশীল বন বিষয়াৰ এনে মন্তব্যই সমগ্ৰ তিনিচুকীয়া জিলাতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এগৰাকী স্থানীয় লোকে ক্ষোভ উজাৰি কয় যে, বন বিভাগে প্ৰথমতেই আধামৰা পুলি ৰোপণ কৰিছিল। ৰাইজে এজন চকীদাৰ নিযুক্তি দিয়াৰ লগতে সুস্থ পুলি ৰোপণ কৰিবলৈ দাবী জনাই আহিছিল যদিও কৰ্তৃপক্ষই কোনো গুৰুত্ব নিদিলে। বিষয়াগৰাকীৰ হেমাহিৰ বাবেই দহ হাজাৰ পুলিৰ ভিতৰত এতিয়া দহটাও অৱশিষ্ট নাই বুলি ৰাইজে আক্ষেপ প্ৰকাশ কৰে। গাড়ী নথকাৰ অজুহাত দেখুৱাই বিষয়াগৰাকীয়ে প্ৰকৃততে বন বিভাগৰ ফোঁপোলা স্বৰূপটোহে উদঙাই দিছে বুলি ৰাইজে মন্তব্য কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

July 22, 2026 9:40 pm
চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

July 22, 2026 8:38 pm
অসমৰ বান পৰিস্থিতি ভয়াবহ: মুখ্যমন্ত্ৰীৰ বানপীড়িত অঞ্চল দৰ্শন আৰু মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ এককালীন সাহায্য ঘোষণা

অসমৰ বান পৰিস্থিতি ভয়াবহ: মুখ্যমন্ত্ৰীৰ বানপীড়িত অঞ্চল দৰ্শন আৰু মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ এককালীন সাহায্য ঘোষণা

July 22, 2026 7:18 pm
প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

July 22, 2026 6:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

July 22, 2026 9:40 pm
চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

July 22, 2026 8:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd