• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বন্ধ ঘৰত মৃত অৱস্থাত উদ্ধাৰ একেটা পৰিয়ালৰ ৫ জন সদস্য; ৰহস্যৰ উদ্ঘাটনৰ বাবে তদন্তত আৰক্ষী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 22, 2026 10:02 am
29
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ প্ৰদেশৰ কাছগঞ্জ জিলাত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। আমানপুৰ কোতৱালি অঞ্চলৰ এটা ৰোডৰ এটা ঘৰত একেটা পৰিয়ালৰ ৫ জন সদস্যই আত্মহত্যা কৰে। ভিতৰত উদ্ধাৰ হৈছে পিতৃ-মাতৃৰ লগতে তিনিটা শিশুৰ মৃতদেহ।

আৰক্ষীৰ সূত্ৰ অনুসৰি ঘৰটো সত্যেন্দ্ৰ ওৰফে ফৌজীৰ, তেওঁ পত্নী, দুগৰাকী কন্যা আৰু এজন পুত্ৰৰ সৈতে বাস কৰিছিল। শনিবাৰে সন্ধিয়া ওলমি থকা অৱস্থাত উদ্ধাৰ হয় সত্যেন্দ্ৰ ওৰফে ফৌজীৰ মৃতদেহ। একে সময়তে বিচনাত পৰি আছিল তেওঁৰ পত্নী আৰু সন্তানৰ মৃতদেহ।

Apply Now

ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

মন কৰিবলগীয়া যে আমানপুৰ কোতৱালি অঞ্চলৰ এটা ৰোডত অৱস্থিত সত্যেন্দ্ৰ ওৰফে ফৌজীৰ ঘৰটো তিনিদিন ধৰি তলাবন্ধ হৈ আছিল। ঘৰৰ ভিতৰৰ পৰা কোনো শব্দ বা গতিবিধি দেখা যোৱা নাছিল। তিনিদিন ধৰি ওচৰ চুবুৰীয়াই লক্ষ্যও কৰা নাছিল। শনিবাৰে সন্ধিয়া যেতিয়া ঘৰৰ পৰা স্বামী, পত্নী বা সন্তানৰ কোনো এজনৰ কথা শুনা নাযায়, তেতিয়া ওচৰ-চুবুৰীয়াৰ সন্দেহ হ’ল। লগে লগে আৰক্ষীক খবৰ দিয়ে।

আৰক্ষীৰ এটা দলে সেই স্থানত উপস্থিত হৈ মূল দুৱাৰত টোকৰ মাৰিলে যদিও কোনো সঁহাৰি নাপালে। আৰক্ষীয়ে দুৱাৰ ভাঙি সোমাই সোমাই এটা চাঞ্চল্যকৰ দৃশ্যহে দেখিলে।

সত্যেন্দ্ৰ ওৰফে ফৌজীৰ মৃতদেহ কোঠাটোত ওলমি থকা অৱস্থাত উদ্ধাৰ হোৱাৰ বিপৰীতে তেওঁৰ পত্নী আৰু তিনিটা সন্তানৰ মৃতদেহ (১২ আৰু ১০ বছৰীয়া দুগৰাকী ছোৱালী আৰু এজন ৮ বছৰীয়া ল’ৰা) বিচনাত পৰি থকা অৱস্থাত উদ্ধাৰ হয়। লগে লগে আৰক্ষীয়ে ঘৰটো ছীল কৰি তদন্ত আৰম্ভ কৰে।

এই তথ্য লাভ কৰাৰ লগে লগে জিলা দণ্ডাধীশ, আৰক্ষী অধীক্ষক আৰু অন্যান্য থানাৰ আৰক্ষীয়ে ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষী অধীক্ষকেও এফ এছ এলৰ দলটোক ফোন কৰে। এফ এছ এলৰ দলটোৱে সেই স্থানৰ পৰাই প্ৰমাণ সংগ্ৰহ কৰে, তাৰ পিছত মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

ঘটনাৰ খবৰ পোৱাৰ পিছতে সেই স্থানত সমবেত হয় দাঁতিকাষৰীয়া অঞ্চলৰ বহু সংখ্যক লোক। বিপুল জনসমাগমৰ বাবে ঘৰৰ চাৰিওফালে বৃহৎ আৰক্ষী বাহিনী মোতায়েন কৰিবলগীয়া হয়। আৰক্ষীয়ে জিলা চিকিৎসালয়ৰ পৰা এম্বুলেন্স মাতি মৃতদেহ কেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ইফালে সত্যেন্দ্ৰ ওৰফে ফৌজীয়ে হয়তো প্ৰথমে পত্নী আৰু তিনিটা সন্তানক হত্যা কৰি তাৰ পিছত আত্মহত্যা কৰাৰ কথা চৰ্চা কৰিছে স্থানীয় ৰাইজে।

বৰ্তমান কাছগঞ্জ আৰক্ষীয়ে আত্মহত্যা আৰু হত্যা দুয়োটা দিশৰ পৰা গোচৰটোৰ তদন্ত অব্যাহত ৰাখিছে। ঘটনাস্থলীৰ পৰিস্থিতিৰ ভিত্তিত সত্যেন্দ্ৰই পত্নী আৰু তিনিটা সন্তানক হত্যা কৰি তাৰ পিছত আত্মহত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। অৱশ্যে মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট পোৱাৰ পিছতহে এই কথা নিশ্চিত কৰিব পৰা যাব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd