• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘মই ৰাইজৰ মতে চলো, ৰাইজে বিচাৰিলে ফাষ্টট্ৰেক আদালতৰ ব্যৱস্থা কৰিম’- জুবিন মৃত্যুৰ গোচৰক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 22, 2026 3:07 pm
29
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক কেন্দ্ৰ কৰি বৰ্তমান ৰাজ্যৰ ৰাজনীতি উত্তপ্ত হৈ পৰিছে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰিছে। মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে তেওঁ সদায় ৰাইজৰ মতামতক সন্মান কৰে আৰু যদি ৰাইজে বিচাৰে তেন্তে এই গোচৰটোৰ বাবে ফাষ্টট্ৰেক আদালত গঠন কৰিবলৈ তেওঁ সাজু। কিন্তু ইয়াৰ আঁৰত এক গভীৰ চক্ৰান্ত চলি থকা বুলিও তেওঁ সন্দেহ প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীৰ মতে বৰ্তমানৰ ন্যায়াধীশগৰাকীয়ে অতি বলিষ্ঠভাৱে অভিযুক্তৰ জামিন আৱেদনসমূহ নাকচ কৰি আহিছে। ফাষ্টট্ৰেক আদালত গঠন কৰিলে গোচৰটো এইগৰাকী ন্যায়াধীশৰ পৰা আঁতৰি যোৱাৰ সম্ভাৱনা আছে। একাংশই এই সুযোগ গ্ৰহণ কৰি অভিযুক্তক জামিনত উলিয়াই আনি চৰকাৰক আক্ৰমণ কৰাৰ পৰিকল্পনা কৰিছে বুলি তেওঁ অভিযোগ উত্থাপন কৰে।

প্ৰিয়ংকা গান্ধীৰ জুবিন ক্ষেত্ৰ ভ্ৰমণক লৈও মুখ্যমন্ত্ৰীয়ে তীক্ষ্ণ সমালোচনা কৰে। তেওঁ কয় যে নিৰ্বাচনৰ সময়ত ৰাজনৈতিক স্বাৰ্থত কোনোৱে জুবিন ক্ষেত্ৰলৈ যোৱাটো উচিত নহয়। কংগ্ৰেছ দলে জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিছে বুলি তেওঁ মন্তব্য কৰে। তেওঁ প্ৰশ্ন কৰে যে ইয়াৰ পূৰ্বে বহুবাৰ অসমলৈ আহিও প্ৰিয়ংকা গান্ধীয়ে কিয় কেতিয়াও জুবিন গাৰ্গ বা ভূপেন হাজৰিকাৰ কথা উল্লেখ কৰা নাছিল। আনকি জুবিনৰ জন্মদিনত কংগ্ৰেছৰ কোনো নেতাই তেজ দিছিল নেকি বুলিও তেওঁ প্ৰত্যাহ্বান জনায়। মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিয়ে যে নিৰ্বাচন চলি থকা লৈকে তেওঁ নিজে জুবিন ক্ষেত্ৰলৈ নাযায় আৰু পুনৰ মুখ্যমন্ত্ৰী নিৰ্বাচিত হোৱাৰ পাছতহে তেওঁ তালৈ যাব।

Apply Now

জুবিন ক্ষেত্ৰত শনিবাৰে হোৱা বিদ্যুৎ কৰ্তনৰ ঘটনাক লৈও মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ কয় যে জুই লাগি বিদ্যুৎ পৰিবাহী তাঁৰ ছিগি যোৱাৰ বাবেহে পোহৰৰ সমস্যা হৈছিল কিন্তু ইয়াক লৈ একাংশই অনাহকতে হুলস্থুলৰ সৃষ্টি কৰিছে। তেওঁ অভিযোগ কৰে যে একাংশ লোকে জুবিন গাৰ্গক শান্তিত থাকিবলৈ দিব নিবিচাৰে। কংগ্ৰেছ আৰু একাংশ সংবাদ মাধ্যমে মিলি বিজেপিক শ’লঠেকত পেলাবলৈ চেষ্টা চলাইছে বুলি তেওঁ মন্তব্য কৰে। যদি কোনোবাই ফাষ্টট্ৰেক আদালত বিচাৰে তেন্তে চৰকাৰে সেই ব্যৱস্থা কৰি দিব কিন্তু গোচৰটো বেলেগ আদালতলৈ গ’লে অভিযুক্তই জামিন পোৱাৰ যি সম্ভাৱনা থাকিব তাৰ বাবে দাবী তোলাসকলেই দায়িত্ব ল’ব লাগিব বুলি মুখ্যমন্ত্ৰীয়ে সকীয়াই দিয়ে।

এই গোটেই বিষয়টোত তেওঁ কোনো ৰাজনীতি কৰিব নিবিচাৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে কংগ্ৰেছে শ্বহীদৰ ক্ষেত্ৰ বা বৰদোৱাৰ দৰে পবিত্ৰ স্থানলৈ নগৈ কেৱল নিৰ্বাচনী লাভালাভৰ বাবেহে জুবিন ক্ষেত্ৰলৈ গৈছে। তেওঁৰ মতে যিসকলে আজি জুবিনৰ প্ৰতি দৰদ দেখুৱাইছে তেওঁলোকেই পূৰ্বতে জুবিনক চিনি নাপাওঁ বুলি কৈছিল। চৰকাৰে গোচৰটোৰ সঠিক তদন্ত আৰু ন্যায় বিচাৰে বাবেহে বৰ্তমানৰ চৰকাৰী পক্ষই কাম কৰি আছে বুলি তেওঁ দাবী কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

September 17, 2026 7:52 pm
হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

September 17, 2026 7:02 pm
ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

September 17, 2026 6:09 pm
যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

September 17, 2026 5:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

September 17, 2026 7:52 pm
হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

September 17, 2026 7:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd