• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিৰোধীৰ মিত্ৰতা ইতিবাচক দিশত, ভূপেন বৰাৰ প্ৰস্থানে কংগ্ৰেছত প্ৰভাৱ পেলোৱা নাই: নতুন দিল্লীত গৌৰৱ গগৈ আৰু দেৱব্ৰত শইকীয়া

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 23, 2026 9:12 pm
48
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগন্তুক ২০২৬ বৰ্ষৰ বিধানসভা নিৰ্বাচনত শাসকীয় বিজেপিৰ বিৰুদ্ধে একত্ৰিতভাৱে অৱতীৰ্ণ হোৱাৰ লক্ষ্যৰে কংগ্ৰেছৰ নেতৃত্বত বিৰোধীৰ মিত্ৰতা প্ৰক্ৰিয়া ইতিবাচক দিশেৰে আগবাঢ়িছে। নতুন দিল্লীস্থিত ইন্দিৰা ভৱনত অনুষ্ঠিত স্ক্ৰীণিং কমিটিৰ বৈঠকৰ মাজতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই এই কথা স্পষ্ট কৰি দিয়ে।

সংবাদ মাধ্যমৰ আগত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কয় যে প্ৰাক্তন সভাপতি ভূপেন বৰাই দল ত্যাগ কৰাৰ ফলত কংগ্ৰেছৰ সাংগঠনিক ভেটিত সামান্যতমো প্ৰভাৱ পৰা নাই। সাধাৰণতে এজন নেতাই দল এৰিলে তেওঁৰ অনুগামীসকলেও দল ত্যাগ কৰে যদিও ৰঙানদী সমষ্টিত ইয়াৰ বিপৰীত ছবিহে দেখা গৈছে বুলি তেওঁ মন্তব্য কৰে। গগৈয়ে ৰঙানদী সমষ্টিৰ কৰ্মীসকলক প্ৰশংসা কৰি কয় যে বৰাই দল এৰাৰ দিনাই সমষ্টিটোৰ দুয়োটা ব্লক আৰু মণ্ডল পৰ্যায়ৰ সভাপতিসকলৰ উপস্থিতিত দলীয় কাৰ্যালয়ত সভা অনুষ্ঠিত হৈছিল। ইয়াৰ লগতে বিহপুৰীয়াতো বহু লোকে কংগ্ৰেছত যোগদান কৰাৰ খবৰ আহিছে বুলি উল্লেখ কৰি এই সন্দৰ্ভত পৰৱৰ্তী সময়ত সবিশেষ জনাব বুলি গগৈয়ে জানিবলৈ দিয়ে।

Apply Now

আনহাতে, প্ৰাৰ্থী বাছনি আৰু মিত্ৰতা সন্দৰ্ভত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয় যে স্ক্ৰীণিং সমিতিত প্ৰাৰ্থিত্বপ্ৰত্যাশীৰ নামসমূহক লৈ চৰ্চা চলিছে যদিও এতিয়ালৈকে কোনো নাম চূড়ান্ত হোৱা নাই। দুটামান সমষ্টিতহে কিছু নাম উত্থাপন হৈছে আৰু নিৰ্বাচন সমিতিয়েহে এই ক্ষেত্ৰত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব।

ৰাইজৰ দলৰ সৈতে কংগ্ৰেছৰ মিত্ৰতা ভংগ হোৱা বুলি চলা চৰ্চাক নস্যাৎ কৰি শইকীয়াই ইয়াক একাংশৰ অপপ্ৰচাৰ বুলি আখ্যা দিয়ে। তেওঁ ৰাইজক এনে অপপ্ৰচাৰত গুৰুত্ব নিদিবলৈ অনুৰোধ জনাই স্পষ্ট কৰে যে ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ সৈতে আসন বুজাপৰাৰ আলোচনা বৰ্তমানো অব্যাহত আছে। অখিল গগৈয়ে কেইবাখনো আসন দাবী কৰিছে আৰু যিমান দূৰ সম্ভৱ সেয়া মিলাবলৈ প্ৰয়াস কৰা হৈছে বুলি তেওঁ সদৰী কৰে।

শইকীয়াই লগতে অৱগত কৰে যে মিত্ৰজোঁটৰ স্বাৰ্থত গঠন কৰি দিয়া চাৰিজনীয়া সমিতিখনে অসম জাতীয় পৰিষদ, এপিএইছএলচি, চিপিআই আৰু চিপিআই(এম) আদি দলসমূহৰ লগতো ধাৰাবাহিকভাৱে আলোচনা চলাই আছে। অখিল গগৈৰ শেহতীয়া সংবাদমেল সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে আলোচনা প্ৰক্ৰিয়া চলি আছে আৰু মিত্ৰতা চূড়ান্ত হোৱাত কিছু সময়ৰ প্ৰয়োজন হ’ব। সকলো বিৰোধী শক্তিক বুজাবুজিলৈ আনি একেখন মঞ্চত থিয় কৰোৱাৰ বাবে সৰ্বতোপ্ৰকাৰে প্ৰয়াস অব্যাহত আছে বুলিও নেতাদ্বয়ে দৃঢ়তাৰে মন্তব্য কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

September 17, 2026 6:09 pm
যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

September 17, 2026 5:07 pm
৪.০২ কোটিৰ সম্পত্তি, ২০২৬ চনত কিমান দৰমহা প্ৰধানমন্ত্ৰী মোদীৰ? জানি লওক মুঠ সম্পদ, সুবিধা

৪.০২ কোটিৰ সম্পত্তি, ২০২৬ চনত কিমান দৰমহা প্ৰধানমন্ত্ৰী মোদীৰ? জানি লওক মুঠ সম্পদ, সুবিধা

September 17, 2026 3:50 pm
ডকাইটি কেচত ফচিল অসম আৰক্ষী : দুজনক গ্ৰেপ্তাৰ, এজন পলাতক

ডকাইটি কেচত ফচিল অসম আৰক্ষী : দুজনক গ্ৰেপ্তাৰ, এজন পলাতক

September 17, 2026 3:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

September 17, 2026 6:09 pm
যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

September 17, 2026 5:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd