• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইৰাণৰ ওপৰত ইজৰাইলৰ বৃহৎ আক্ৰমণ! ধাৰাবাহিক বিস্ফোৰণৰ শব্দত কঁপিছে তেহৰাণ, বাজিছে চাইৰেন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 28, 2026 1:20 pm
22
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আৰব বিশ্বত পুনৰ যুদ্ধৰ দামামা। শনিবাৰে পুৱা ইৰাণৰ ৰাজধানী তেহৰাণত একাধিক বিস্ফোৰণৰ শব্দ শুনা যায়। ইয়াৰ পিছত ইজৰাইলে ঘোষণা কৰে যে ইৰাণৰ বিৰুদ্ধে সম্ভাৱ্য ভাবুকি বিফল কৰিবলৈ  তেওঁলোকে ‘প্ৰি-ইম্পটিভ’ বা আগতীয়া আক্ৰমণ চলাইছে।

ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাটজে কয় যে দেশৰ নিৰাপত্তা নিশ্চিত কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। তেওঁৰ ভাষাত, “ইজৰাইল ৰাষ্ট্ৰৰ প্ৰতি ভাবুকি দূৰ কৰি বলৈ ইৰাণৰ বিৰুদ্ধে আগতীয়া আক্ৰমণ চলোৱা হৈছে।”

Apply Now

এই ঘোষণাৰ পিছত সমগ্ৰ ইজৰাইলত উত্তেজনা বিয়পি পৰে। টেল আভিভত চাইৰেন বাজিবলৈ ধৰে। সম্ভাৱ্য ক্ষেপণাস্ত্ৰ আক্ৰমণৰ আশংকাত সতৰ্কবাণী জাৰি কৰা হয়। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, মহানগৰীৰ বিভিন্ন প্ৰান্তত একেলগে চাইৰেন শুনা যায়।

ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে এক বিবৃতিত কয় যে কেইমিনিটমানৰ ভিতৰতে সমগ্ৰ দেশতে সতৰ্কবাণীমূলক চাইৰেন বজোৱা হয়। মোবাইল ফোনতো নাগৰিকলৈ আগতীয়াকৈ সতৰ্কবাণী প্ৰেৰণ কৰা হয়। আপাততঃ নিৰাপদ আশ্ৰয় শিবিৰৰ ওচৰত থাকিবলৈ নিৰ্দেশ দিয়া হয়। এই ব্যৱস্থাৰ জৰিয়তে জনসাধাৰণক সম্ভাৱ্য ক্ষেপণাস্ত্ৰ নিক্ষেপণৰ বাবে সাজু কৰি ৰখা বুলি কোৱা হৈছে।

কূটনৈতিক বিশ্লেষকসকলৰ মতে এই পৰিস্থিতিয়ে আৰব বিশ্বত নতুন সামৰিক সংঘাতৰ ইংগিত দিয়ে। দীৰ্ঘদিন ধৰি ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীক লৈ পশ্চিমীয়া বিশ্বৰ সৈতে উত্তেজনা বৃদ্ধি পাইছে। সেই অচলাৱস্থা দূৰ কৰিবলৈ কূটনৈতিক সমাধানৰ সম্ভাৱনাৰ বিষয়েও আলোচনা চলি আছিল। কিন্তু শেহতীয়া এই সামৰিক পদক্ষেপে সেই সম্ভাৱনাক আৰু অধিক অনিশ্চিত কৰি তুলিছে।

তেহৰাণৰ বিস্ফোৰণ আৰু টেল আভিভৰ সতৰ্কবাণী ছাইৰেনে – দুয়োটা পৰিঘটনাই প্ৰমাণ কৰে যে পৰিস্থিতি দ্ৰুতগতিত সলনি হৈছে। এতিয়া প্ৰশ্ন হয় এই প্ৰতি-উত্তেজনা সীমিত হৈ থাকিব নে বৃহত্তৰ সংঘাতলৈ পৰিণত হ’ব। সেয়ে, বিশ্বৰ চকু এতিয়া আৰব বিশ্বৰ ওপৰত।

শেহতীয়াকৈ জেনেভাত আমেৰিকা আৰু ইৰাণৰ মাজত চলি থকা পাৰমাণৱিক আলোচনাত ‘উল্লেখযোগ্য অগ্ৰগতি’ হোৱা বুলি প্ৰকাশ পাইছিল। এই বৈঠকৰ মধ্যস্থতাত ওমানৰ বৈদেশিক মন্ত্ৰী বদৰ আলবুছৈদিয়ে অংশগ্ৰহণ কৰে। তেওঁ কয় যে দুয়োখন দেশে নিজ নিজ ৰাজধানীৰ সৈতে আলোচনা কৰি অতি সোনকালে পুনৰ আলোচনা আৰম্ভ কৰিবলৈ সন্মত হৈছে। অহা সপ্তাহত ভিয়েনাত কাৰিকৰী পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হ’ব বুলিও তেওঁ কয়। ইয়াৰ মাজতে ইজৰাইলে ইৰাণত আক্ৰমণ কৰিলে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd