• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

নাৰী দিৱস বিশেষ : প্ৰণৱ জ্যোতি ডেকা

প্ৰণৱ জ্যোতি ডেকা by প্ৰণৱ জ্যোতি ডেকা
March 8, 2026 8:58 pm
32
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাৰীৰ সমানাধিকাৰৰ দাবীত নাৰীয়ে দিৱস পালন কৰি থকাৰ অৰ্থ হল, নাৰী নিৰ্যাতিত। ব্যৱস্থাটো সলনি কৰাৰ  প্ৰয়োজন অনুভৱ কৰিব পাৰিলেহে নাৰী দিৱস তাৎপৰ্যপূৰ্ণ হৈ উঠিব পাৰে। মনুবাদী সমাজ ব্যৱস্থাৰ আলোকত নাৰী দিৱস উদযাপন অৰ্থহীন। আম্বেদকাৰে মনুস্মৃতিক ৰাজহুৱাকৈ দাহন কৰিছিল।কাৰণ মনুস্মৃতিত   মহিলাসকলক দাস হিচাবে জীয়াই থকাৰ বিভিন্ন বিধান দিয়া হৈছিল।

আম্বেদকাৰৰৰ মতে  “সঁচা অৰ্থত প্রজাতন্ত্ৰ তেতিয়াহে সম্ভৱ হ’ব যেতিয়া  মহিলাৰ অধিকাৰ সুনিশ্চিত হয়। নাৰীয়ে সমাজ আৰু পৰিয়ালত পুৰুষৰ সমান মর্যদা লাভ কৰিলেহে  শিক্ষা আৰু আর্থিক ক্ষেত্ৰত নাৰী  আগবাঢ়ি যাব পাৰিব।”

Apply Now

বিজ্ঞান মানসিকতাত বিশ্বাসী জৱাহৰলাল নেহেৰুৱে আম্বেদকাৰৰ প্ৰতি সমৰ্থন জনালেও  ড° ৰাজেন্দ্ৰ প্ৰসাদৰ দৰে মহিলা বিৰোধী হিন্দু নেতাৰ প্ৰতিবাদৰ বাবে সংসদত এই বিল  গৃহীত হ’ব নোৱাৰিলে। এই কথাত আম্বেদকাৰে ইমানেই দুখ পাইছিল যে তেওঁ নিজৰ অসন্তষ্টি প্রকাশ কৰিবলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছিল। পিছত ১৯৫৫_১৯৫৬ চনত “HINDU CODE BILL” ৰ সংশোধন কৰি চাৰিখন আইনৰ ৰূপত পৃথকে পৃথকে গৃহীত কৰা হয়। এইদৰে মহিলাক পিতৃ আৰু স্বামীৰ সম্পত্তিৰ অংশিদাৰী প্ৰদান কৰা, তালাকৰ অধিকাৰ, সন্তান তুলি লোৱা অধিকাৰ পুনঃবিবাহ আৰু অসবৰ্ণ বিবাহ অধিকাৰ প্ৰদানৰ মাজেৰে আম্বেদকাৰে  চাব বিচাৰিছিল  সঁচা অৰ্থত এখন প্ৰগতিশীল ভাৰতবৰ্ষ।

ভাৰতৰ আইনমন্ত্ৰী হিচাপে ভীমৰাও আম্বেদকৰৰ  ‘হিন্দু ক’ড বিল’ সম্পৰ্কত ভাৰতৰ প্ৰধানমন্ত্রী জৱাহৰলাল নেহৰুৱে কৈছিল-  “হিন্দু ক’ড বিল’’ ৰাষ্ট্ৰৰ বিধানমণ্ডলৰ দ্বাৰা প্ৰণয়ন কৰা সকলোবিলাক বিধিৰ তুলনাত আটাইতকৈ মহত্বপূৰ্ণ। অৰ্থ আৰু মহত্বৰ দৃষ্টিকোণৰ পৰা এই বিল অতুলনীয়।” পিছে দুখৰ বিষয়। এইজন নেহেৰু সম্পৰ্কে আজিৰ শাসকে নানা অপপ্ৰচাৰ চলাই অহাৰ মূলতে নেহেৰুৰ প্ৰগতিশীল দৃষ্টিভংগী। আজিৰ নাৰী সমাজে এই কথাবোৰ বুজিব লাগিব।

প্ৰণৱ জ্যোতি ডেকা

প্ৰণৱ জ্যোতি ডেকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

September 10, 2026 6:02 pm
অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

September 10, 2026 5:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd