• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

দেশত ৰন্ধন গেছৰ যোগান সম্পূৰ্ণ স্বাভাৱিক : আশ্বাস কেন্দ্ৰীয় চৰকাৰৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 12, 2026 3:50 pm
15
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশজুৰি ৰন্ধন গেছ বা এলপিজি যোগানক লৈ বৰ্তমান কোনো ডাঙৰ সমস্যা নাই বুলি কেন্দ্ৰীয় চৰকাৰৰ সূত্ৰই স্পষ্ট কৰি দিছে। চৰকাৰী সূত্ৰৰ মতে দেশৰ কোনো প্ৰান্ততে ডিষ্ট্ৰিবিউটৰৰ ওচৰত ষ্টক শেষ হৈ যোৱা নাই আৰু সাধাৰণ ৰাইজৰ চাহিদা পূৰণ কৰিব পৰাকৈ পৰ্যাপ্ত পৰিমাণৰ এলপিজি চিলিন্ডাৰ মজুত আছে। চৰকাৰে জানিবলৈ দিছে যে ঘৰুৱা গ্ৰাহকসকলৰ চাহিদা পূৰণ কৰাটোৱেই তেওঁলোকৰ বাবে সৰ্বোচ্চ অগ্ৰাধিকাৰৰ বিষয়। সেই লক্ষ্যৰেই দেশৰ প্ৰতিটো প্ৰান্ততে যাতে অবিৰতভাৱে গেছ চিলিন্ডাৰ যোগান ধৰিব পৰা যায় তাৰ বাবে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

যোগান ব্যৱস্থা স্বাভাৱিক ৰখাৰ লগতে এলপিজি আৰু অন্যান্য ইন্ধনৰ ক’লা বজাৰ ৰোধ কৰিবলৈ চৰকাৰে বিশেষ নিৰীক্ষণৰ ব্যৱস্থা কৰিছে। কোনো ধৰণৰ ইন্ধন যাতে বেআইনীভাৱে বজাৰলৈ নাযায় তাৰ বাবে কঠোৰ পদক্ষেপ লোৱা হৈছে। ইফালে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ইৰাণ আৰু আমেৰিকাৰ মাজত চলি থকা সংঘাতৰ বাবে ইন্ধনৰ বজাৰত কিছু অস্থিৰতাৰ সৃষ্টি হৈছে যদিও ভাৰতত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য সুস্থিৰ হৈ থকাৰ সম্ভাৱনা আছে। চৰকাৰী বিষয়াসকলে শেহতীয়াকৈ হোৱা গেছৰ মূল্য বৃদ্ধিক তেনেই সামান্য বুলিহে অভিহিত কৰিছে।

Apply Now

ভাৰতে বৰ্তমান ইন্ধনৰ বাবে আৰৱ দেশসমূহৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ চেষ্টা চলাইছে। পূৰ্বে ভাৰতৰ আমদানি কৰা তেল আৰু গেছৰ প্ৰায় ৬০ শতাংশ বিকল্প উৎসৰ পৰা আহিছিল যদিও বৰ্তমান সেই পৰিমাণ ৭০ শতাংশলৈ বৃদ্ধি কৰা হৈছে। ইয়াৰ দ্বাৰা হৰমুজ প্ৰণালীৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰি কোনো ভূ-ৰাজনৈতিক সংকটৰ সময়তো ইন্ধনৰ যোগান ব্যৱাহত নোহোৱাকৈ ৰখাৰ পৰিকল্পনা কৰা হৈছে। সম্ভাব্য যিকোনো সংকট মোকাবিলা কৰিবলৈ চৰকাৰে ইতিমধ্যে বিশেষ ‘ফুৱেল ছাপ্লাই মেনেজমেণ্ট চেইন’ কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু অতিৰিক্ত কেইবাখনো দেশৰ পৰা তেল আৰু গেছ আমদানি আৰম্ভ কৰিছে।

ইমানৰ পাছতো বিভিন্ন চহৰত গেছ চিলিন্ডাৰৰ দাম বৃদ্ধি আৰু বুকিং কৰিবলৈ পলম হোৱা খবৰ বিয়পি পৰাৰ লগে লগে সাধাৰণ ৰাইজৰ মাজত এক আতংকৰ সৃষ্টি হৈছে। বহু পৰিয়ালে বিকল্প হিচাপে ইলেকট্ৰিক কুকটপ বা ইণ্ডাকচন অভেন কিনিবলৈ ভিৰ কৰিছে। যাৰ ফলত বজাৰত ইণ্ডাকচনৰ চাহিদা অভাৱনীয়ভাৱে বৃদ্ধি পাইছে আৰু বহু ঠাইত ইয়াৰ নাটনি হোৱা বুলিও জানিব পৰা গৈছে। অৱশ্যে চৰকাৰে এইক্ষেত্ৰত কোনো ধৰণৰ উৰাবাতৰিত ভোল নাযাবলৈ আৰু আতংকিত নহ’বলৈ জনসাধাৰণক আহ্বান জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বেজিঙত চীনৰ আটাইতকৈ সুউচ্চ অট্টালিকাত খুন্দা মাৰি ভাঙি পৰিল বিমান; চহৰত চৰম আতংক

বেজিঙত চীনৰ আটাইতকৈ সুউচ্চ অট্টালিকাত খুন্দা মাৰি ভাঙি পৰিল বিমান; চহৰত চৰম আতংক

June 27, 2026 3:13 pm
ফ্ৰান্সৰ সংগীত উৎসৱত ভয়ংকৰ অৰাজকতা : ড্ৰাগছ সেৱন কৰাই যুৱতীক ধৰ্ষণ আৰু ছিৰিঞ্জ আক্ৰমণ

ফ্ৰান্সৰ সংগীত উৎসৱত ভয়ংকৰ অৰাজকতা : ড্ৰাগছ সেৱন কৰাই যুৱতীক ধৰ্ষণ আৰু ছিৰিঞ্জ আক্ৰমণ

June 27, 2026 2:37 pm
ক্ৰিকেটৰ সৈতে কি গভীৰ সম্পৰ্ক কেতন আগৰৱালা হত্যাৰ অভিযুক্ত ছিয়া আৰু চেতনৰ?

ক্ৰিকেটৰ সৈতে কি গভীৰ সম্পৰ্ক কেতন আগৰৱালা হত্যাৰ অভিযুক্ত ছিয়া আৰু চেতনৰ?

June 27, 2026 2:30 pm
শিক্ষামন্ত্ৰীৰ জন্মদিনত ব্যতিক্ৰমী উপহাৰ : পদত্যাগ বিচাৰিলে ককৰোচ পাৰ্টিয়ে

শিক্ষামন্ত্ৰীৰ জন্মদিনত ব্যতিক্ৰমী উপহাৰ : পদত্যাগ বিচাৰিলে ককৰোচ পাৰ্টিয়ে

June 27, 2026 1:48 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বেজিঙত চীনৰ আটাইতকৈ সুউচ্চ অট্টালিকাত খুন্দা মাৰি ভাঙি পৰিল বিমান; চহৰত চৰম আতংক

বেজিঙত চীনৰ আটাইতকৈ সুউচ্চ অট্টালিকাত খুন্দা মাৰি ভাঙি পৰিল বিমান; চহৰত চৰম আতংক

June 27, 2026 3:13 pm
ফ্ৰান্সৰ সংগীত উৎসৱত ভয়ংকৰ অৰাজকতা : ড্ৰাগছ সেৱন কৰাই যুৱতীক ধৰ্ষণ আৰু ছিৰিঞ্জ আক্ৰমণ

ফ্ৰান্সৰ সংগীত উৎসৱত ভয়ংকৰ অৰাজকতা : ড্ৰাগছ সেৱন কৰাই যুৱতীক ধৰ্ষণ আৰু ছিৰিঞ্জ আক্ৰমণ

June 27, 2026 2:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd