• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটীৰ পৰা টিহুলৈকে হ’ব অৰ্থনৈতিক মণ্ডল : মুখ্য মন্ত্ৰী সোণোৱাল

এন ই নাও নিউজ by এন ই নাও নিউজ
December 15, 2017 9:35 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

৩১ নং ৰাষ্ট্ৰীয় পথৰ দাঁতিয়ে দাঁতিয়ে গুৱাহাটীৰ পৰা ৮০ কিলোমিটাৰ পৰ্য্যন্ত নলবাৰী জিলাৰ টিহুলৈকে হ’ব অৰ্থনৈতিক মণ্ডল। এই কথা আজি দেশৰ ৰাজধানী নতুন দিল্লীত ঘোষণা কৰে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। এই সন্দৰ্ভত ৰাজ্য চৰকাৰে আনুষ্ঠানিক ঘোষণা কৰিব অহা ফেব্ৰুৱাৰিত গুৱাহাটীত হ’ব লগীয়া বিশ্ব বিনিয়োজন সন্মিলনত। ৰাষ্ট্ৰদূত সন্মিলনত ভাগ লোৱাৰ সমান্তৰালভাৱে সাংবাদিকৰ সৈতে মত বিনিময় কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আৰু কয় যে তেওঁ কেন্দ্ৰক ষ্টীলৱেল ৰ’ড পুনৰ মুকলি কৰাৰ বাবে হেঁচা দিছে। আনহাতে উক্ত বিশ্ব বিনিয়োজন সন্মিলনৰ স্বাৰ্থতে তেওঁ ৰাষ্ট্ৰদূতসকলক লগ কৰা বুলিও জানিবলৈ দিয়ে। তেওঁ ৰাষ্ট্ৰদূতসকলক কয় যে অসম হ’ল আছিয়ান দেশ সমূহৰ ৮০ শতাংশ লোকৰ এখন বজাৰ। ‘যোৱা বছৰটোত আমি ৬৫০০ কোটিৰ বিনিয়োগ লাভ কৰিবলৈ সক্ষম হৈছিলো।’ তেওঁ কয়। ”দক্ষিণ এছিয়াৰ দেশবোৰৰ বেছিভাগৰে ৰাজধানীৰ পৰা অসম কম উৰণ-দূৰত্বত অৱস্থিত। ই সমগ্ৰ অঞ্চলটোৰ বাবে এটা উৰণকেন্দ্ৰৰ দৰে হ’ব পাৰে। সেইটোলৈ লক্ষ্য ৰাখিয়ে আমি এডভানটেইজ আছামৰ অংশ হিচাপে বিভিন্ন এয়াৰলাইনছ অপাৰেটৰৰ সৈতে আলোচনা কৰি আছো।’ মুখ্য মন্ত্ৰীজনে কয়। আছিয়ান দেশসমূহৰ ৰাষ্ট্ৰদূত আৰু অন্যান্য কৌশলগতভাৱে ভাৰতৰ গুৰুত্বপূৰ্ণ অংশীদাৰী দেশ, যেনে জাৰ্মানি, তুৰস্ক, ইজৰাইল আফগানিস্তান, কাজাখাস্তান আদিৰ ৰাষ্ট্ৰদূতসকলৰ সৈতে ইয়াত আলোচনা কৰা হয়। মুখ্য মন্ত্ৰী সোণোৱালে এজন এজনকৈ ৰাষ্ট্ৰদূতসকলৰ সৈতে মত বিনিময় কৰে। জাপানৰ ৰাষ্ট্ৰদূত কেনজি হিৰামাচতুৰ সৈতে কথা পাতি তেওঁ জাপানৰ পৰা বিনিয়োগকাৰীক পঠাবলৈ অনুৰোধ জনায় আৰু এই ক্ষেত্ৰত তেওঁ নিৰ্চত তথা সম্পূৰ্ণ সহায় আগ বঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে। মুখ্য মন্ত্ৰীয়ে তেওঁৰ সৈতে ফলদায়ক আলোচনা হোৱা বুলি দাবী কৰে।
মুখ্য মন্ত্ৰীয়ে এই কথাও কয় যে তেওঁ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক্ট ইষ্ট পলিচিৰ দ্বাৰা খুবেই অনুপ্ৰাণিত হৈছে।

অনুষ্ঠানটোত ৰাজ্যখনৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীও উপস্থিত আছিল।  আজিৰ সন্মিলনখনত অসমত বিনিয়োগৰ সম্ভাৱনাবোৰৰ সবিস্তাৰিত উপস্থাপন দাঙি ধৰা হৈছিল।

Apply Now

আনহাতে মুখ্য মন্ত্ৰীৰ সৈতে বৈঠকৰ পিছত ৰাষ্ট্ৰদূতসকলেও ৰাজ্য চৰকাৰখনে লোৱা পদক্ষেপবোৰৰ শলাগ লয় আৰু লগতে অসম চৰকাৰৰ সৈতে কাম কৰিবলৈ আগ্ৰহী বুলি কয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am
কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

July 30, 2026 8:52 am
বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am
মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am
কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

July 30, 2026 8:52 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd