• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পিতৃ-মাতৃৰ চিকিৎসাৰ খৰচে জুৰুলা কৰা এজন যুৱকৰ কৰুণ পৰিণতি: মৰমৰ কুকুৰক বিহ খুৱাই নিজেও সাবটিলে মৃত্যুক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 10:57 am
52
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জীৱনৰ কঠোৰ বাস্তৱ আৰু আৰ্থিক অনাটনৰ বলি হৈ এজন যুৱকে বাছি ল’লে এক চৰম পথ। উত্তৰ প্ৰদেশৰ বাৰেলীত সংঘটিত হৈছে এক অতি কৰুণ আৰু হৃদয় বিদাৰক ঘটনা। পিতৃ-মাতৃৰ চিকিৎসাৰ নামত হোৱা বৃহৎ ঋণৰ বোজা সহিব নোৱাৰি নিখিল অৰোৰা নামৰ মুম্বাইৰ এজন ৩৩ বছৰীয়া ব্যৱসায়ীয়ে আত্মহত্যা কৰে। আটাইতকৈ দুখজনক কথাটো হ’ল, মৃত্যুক আঁকোৱালি লোৱাৰ আগতে যুৱকজনে নিজৰ প্ৰিয় পোহনীয়া লেব্ৰাডৰ কুকুৰটোকো বিষ খুৱাই হত্যা কৰে।

জানিব পৰা মতে, নিখিলে বাৰেলীৰ এটা ফ্লেটত অকলশৰে বাস কৰিছিল। তেওঁৰ একমাত্ৰ সংগী আছিল তেওঁৰ মৰমৰ কুকুৰটো, যাৰ নাম আছিল প্ৰেমী। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, নিজৰ পিতৃ-মাতৃৰ চিকিৎসাৰ খৰচ যোগাৰ কৰিবলৈ গৈ নিখিল বৃহৎ পৰিমাণৰ ঋণৰ সন্মুখীন হৈছিল। আনকি এই ধাৰ পৰিশোধ কৰিবলৈ তেওঁ থকা ঘৰটোও বিক্ৰী কৰিবলগীয়া হৈছিল। আৰ্থিক সংকট আৰু সীমাহীন ঋণৰ বোজাই তেওঁক গভীৰ হতাশাত ভুগিবলৈ বাধ্য কৰাইছিল।

Apply Now

বুধবাৰে নিশা নিখিলে তেওঁৰ বন্ধু ধীৰাজৰ ঘৰত নিশাৰ আহাৰ খাবলৈ যোৱাৰ কথা আছিল। কিন্তু নিৰ্ধাৰিত সময় পাৰ হোৱাৰ পিছতো নিখিল গৈ নোপোৱাত ধীৰাজ আৰু আন কেইজনমান বন্ধুৱে খবৰ ল’বলৈ তেওঁৰ ফ্লেটলৈ যায়। তাত গৈ তেওঁলোকে ফ্লেটৰ দুৱাৰখন ভিতৰৰ পৰা বন্ধ হৈ থকা দেখে। বহুবাৰ দুৱাৰত টোকৰ মৰা আৰু ফোন কৰাৰ পিছতো কোনো সঁহাৰি নাপাই তেওঁলোকে লগে লগে আৰক্ষীক খবৰ দিয়ে। আৰক্ষী উপস্থিত হৈ দুৱাৰ ভাঙি ভিতৰত সোমায় আৰু নিখিল তথা তেওঁৰ মৰমৰ কুকুৰটোক মজিয়াত মৃত অৱস্থাত পৰি থকা প্ৰত্যক্ষ কৰে। কোঠাটোৰ পৰা আৰক্ষীয়ে এটা মাখনৰ পেকেট আৰু ছালফাছ নামৰ বিহৰ এটা খালী টেমা উদ্ধাৰ কৰে।

আৰক্ষীৰ প্ৰাথমিক তদন্তৰ পৰা সন্দেহ কৰা হৈছে যে নিখিলে প্ৰথমে মাখনৰ লগত বিহ মিহলাই কুকুৰটোক খুৱাইছিল আৰু তাৰ পিছত নিজেই সেই বিহ পান কৰিছিল। স্থানীয় লোকসকলৰ মতে নিখিলে তেওঁৰ কুকুৰটোক নিজৰ প্ৰাণতকৈও বেছি ভাল পাইছিল। হয়তো তেওঁৰ মৃত্যুৰ পিছত অকলশৰীয়া কুকুৰটোৰ যতন কোনে ল’ব, সেই দুখ আৰু চিন্তাতে তেওঁ এই কঠোৰ সিদ্ধান্ত ল’বলৈ বাধ্য হৈছিল। বৰ্তমান আৰক্ষীয়ে দুয়োটা মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে আৰু সমগ্ৰ ঘটনাটোৰ বিতং তদন্ত আৰম্ভ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি আৰু CM FLIGHT-লৈ কেবিনেটৰ অনুমোদন: চৰকাৰী চাকৰিত যোগদানৰ নিয়ম সলনি

মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি আৰু CM FLIGHT-লৈ কেবিনেটৰ অনুমোদন: চৰকাৰী চাকৰিত যোগদানৰ নিয়ম সলনি

August 11, 2026 9:55 pm
চিজেপিৰ সংসদ অভিযানত আৰক্ষীয়ে সঁচাকৈয়ে পেলেট গান চলাইছিল নেকি? কি ওলাল আৰটিআই তথ্যত?

চিজেপিৰ সংসদ অভিযানত আৰক্ষীয়ে সঁচাকৈয়ে পেলেট গান চলাইছিল নেকি? কি ওলাল আৰটিআই তথ্যত?

August 11, 2026 9:37 pm
প্ৰাকৃতিক দুৰ্যোগত তচনচ হিমাচল প্ৰদেশ: আঢ়ৈ মাহত ১৫৭ জনৰ প্ৰাণহানি, সন্ধানহীন ২৫৭ জন

প্ৰাকৃতিক দুৰ্যোগত তচনচ হিমাচল প্ৰদেশ: আঢ়ৈ মাহত ১৫৭ জনৰ প্ৰাণহানি, সন্ধানহীন ২৫৭ জন

August 11, 2026 8:33 pm
উজ্জ্বল ভূঞাৰ বক্তৃতা আৰু ৰাষ্ট্ৰীয় প্ৰচাৰ মাধ্যম

উজ্জ্বল ভূঞাৰ বক্তৃতা আৰু ৰাষ্ট্ৰীয় প্ৰচাৰ মাধ্যম

August 11, 2026 7:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি আৰু CM FLIGHT-লৈ কেবিনেটৰ অনুমোদন: চৰকাৰী চাকৰিত যোগদানৰ নিয়ম সলনি

মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি আৰু CM FLIGHT-লৈ কেবিনেটৰ অনুমোদন: চৰকাৰী চাকৰিত যোগদানৰ নিয়ম সলনি

August 11, 2026 9:55 pm
চিজেপিৰ সংসদ অভিযানত আৰক্ষীয়ে সঁচাকৈয়ে পেলেট গান চলাইছিল নেকি? কি ওলাল আৰটিআই তথ্যত?

চিজেপিৰ সংসদ অভিযানত আৰক্ষীয়ে সঁচাকৈয়ে পেলেট গান চলাইছিল নেকি? কি ওলাল আৰটিআই তথ্যত?

August 11, 2026 9:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd