• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চলিছে অপাৰেচন উইংছ অৱ ডন; মণিপুৰ আৰু মিজোৰামৰ পৰা ইজৰাইল পালে ২৫০ জন ইহুদী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 10:53 am
41
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ-পূব ভাৰতত বসবাস কৰা প্ৰায় ২৫০ জন ইহুদী ইজৰাইলত উপস্থিত হৈছে। ইজৰাইল চৰকাৰে যোৱা বছৰ ভাৰতত বসবাস কৰা ইহুদীসকলক ঘূৰাই নিয়াৰ অভিযান ঘোষণা কৰিছিল। এই প্ৰসংগত ইজৰাইল চৰকাৰে ২০২৫ চনৰ নৱেম্বৰ মাহত কৈছিল যে পাঁচ বছৰৰ ভিতৰত ইজৰাইললৈ প্ৰব্ৰজন কৰিবলৈ হাজাৰ হাজাৰ ইহুদীক ধন আগবঢ়াব।

এনে পৰিপ্ৰেক্ষিতত যোৱা বৃহস্পতিবাৰে বিন-ই-মানেচেত উপস্থিত হৈছে ২৫০ জন ভাৰতীয় ইহুদী। এই ইহুদীসকলে আগতে মণিপুৰ আৰু মিজোৰামত বাস কৰিছিল।

Apply Now

ভাৰতৰ পৰা ইজৰাইললৈ যোৱা ইহুদীসকলে দাবী কৰে যে তেওঁলোকৰ পূৰ্বপুৰুষসকল বাইবেলত উল্লেখ কৰা মানচে জনগোষ্ঠীৰ আছিল। এই মনচি জনগোষ্ঠীৰ লোকসকলে নব্বৈৰ দশকৰ পৰা ক্ৰমান্বয়ে ইজৰাইললৈ গুচি আহিছে।

যোৱা তিনিটা দশকত এই সম্প্ৰদায়ৰ প্ৰায় ৪ হাজাৰ সদস্যই ইজৰাইলত উপস্থিত হৈছে। এই সম্প্ৰদায়ৰ বাকীসকলক ইজৰাইললৈ অনাৰ বাবে ইজৰাইল চৰকাৰে অপাৰেচন উইংছ অৱ ডন আৰম্ভ কৰিছিল। ইয়াৰ অধীনত নেতানিয়াহু চৰকাৰে ২০২৬ চনৰ ভিতৰত আৰু ১২০০ জন লোকক ইজৰাইললৈ অনাৰ পৰিকল্পনা কৰিছে।

সমগ্ৰ পুনৰ সংস্থাপন পৰিকল্পনাৰ বাজেট প্ৰায় নব্বৈ মিলিয়ন চেকেল (তিনি মিলিয়ন মাৰ্কিন ডলাৰ)। প্ৰসংগক্ৰমে মানচে জাতিৰ লোকসকল ইহুদী হোৱাৰ বিষয়ে বহু বিতৰ্ক হৈছে। কিন্তু ২০০৫ চনত চেফাৰ্ডি সম্প্ৰদায়ৰ মুৰব্বী ৰাব্বি শ্লোমো আমৰে তেওঁলোকক ‘ইজৰাইলৰ বংশধৰ’ হিচাপে স্বীকৃতি দিয়ে।

কোৱা হয় যে মানচে সম্প্ৰদায়ৰ সদস্যসকলে শতিকাজুৰি পাৰস্য, আফগানিস্তান, তিব্বত আৰু চীনলৈ প্ৰব্ৰজন কৰিছিল। ২৭০০ বছৰ পূৰ্বে গৃহভূমিৰ পৰা নিৰ্বাসিত হৈছিল। এই সময়ছোৱাত উত্তৰ-পূব ভাৰততো বহু মানচে বসবাস কৰিছিল।

ইহুদী সংগঠন এটাই কয় যে ভাৰতৰ মিছনেৰীসকলে মানচেক খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰিত কৰিছিল। এই পৰিস্থিতিত তেওঁলোকে এতিয়া ইজৰাইলৰ নাগৰিক হ’বলৈ পুনৰ ধৰ্মান্তৰকৰণ প্ৰক্ৰিয়াৰ মাজেৰে পাৰ হ’ব লাগিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জুবিন গাৰ্গৰ গোচৰ : প্ৰতিপক্ষই মদাহী সজাবলৈ চেষ্টা কৰা বুলি গুৰুতৰ অভিযোগ পামী বৰঠাকুৰৰ

জুবিন গাৰ্গৰ গোচৰ : প্ৰতিপক্ষই মদাহী সজাবলৈ চেষ্টা কৰা বুলি গুৰুতৰ অভিযোগ পামী বৰঠাকুৰৰ

July 21, 2026 9:30 pm
‘ককৰোচ’ দলৰ সংসদ ভৱন অভিযানত আহত যুৱতীৰ স্বাস্থ্যৰ অৱনতি : সংকটজনক অৱস্থাত আই চি ইউত ভৰ্তি

‘ককৰোচ’ দলৰ সংসদ ভৱন অভিযানত আহত যুৱতীৰ স্বাস্থ্যৰ অৱনতি : সংকটজনক অৱস্থাত আই চি ইউত ভৰ্তি

July 21, 2026 8:14 pm
চৰাইদেউত বানত উটি গ’ল একেটা পৰিয়ালৰে চাৰিজন সদস্য

চৰাইদেউত বানত উটি গ’ল একেটা পৰিয়ালৰে চাৰিজন সদস্য

July 21, 2026 7:38 pm
উজনিৰ বান পৰিস্থিতিক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম নাগৰিক সন্মিলনৰ; সমৰ-সদৃশ তৎপৰতাৰে উদ্ধাৰ অভিযান চলোৱাৰ দাবী

উজনিৰ বান পৰিস্থিতিক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম নাগৰিক সন্মিলনৰ; সমৰ-সদৃশ তৎপৰতাৰে উদ্ধাৰ অভিযান চলোৱাৰ দাবী

July 21, 2026 7:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুবিন গাৰ্গৰ গোচৰ : প্ৰতিপক্ষই মদাহী সজাবলৈ চেষ্টা কৰা বুলি গুৰুতৰ অভিযোগ পামী বৰঠাকুৰৰ

জুবিন গাৰ্গৰ গোচৰ : প্ৰতিপক্ষই মদাহী সজাবলৈ চেষ্টা কৰা বুলি গুৰুতৰ অভিযোগ পামী বৰঠাকুৰৰ

July 21, 2026 9:30 pm
‘ককৰোচ’ দলৰ সংসদ ভৱন অভিযানত আহত যুৱতীৰ স্বাস্থ্যৰ অৱনতি : সংকটজনক অৱস্থাত আই চি ইউত ভৰ্তি

‘ককৰোচ’ দলৰ সংসদ ভৱন অভিযানত আহত যুৱতীৰ স্বাস্থ্যৰ অৱনতি : সংকটজনক অৱস্থাত আই চি ইউত ভৰ্তি

July 21, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd