• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সোণম ৰঘুবংশীক জামিন, ধনবলৰ ওচৰত হাৰ মানিলো বুলি ৰাজা ৰঘুবংশীৰ ককায়েকৰ আক্ষেপ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 10:43 am
50
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইন্দোৰ চহৰৰ চাঞ্চল্যলকৰ ৰাজা ৰঘুবংশী হত্যাকাণ্ডত এক গুৰুত্বপূৰ্ণ আইনী মোৰ পোহৰলৈ আহিছে। এই হত্যাকাণ্ডৰ অন্যতম মূল অভিযুক্ত তথা নিহত ৰাজাৰ পত্নী সোণম ৰঘুবংশীক আদালতে জামিন প্ৰদান কৰিছে। ৰাজাৰ ককায়েক বিপিন ৰঘুবংশীয়ে এই কথা নিশ্চিত কৰিছে। বিপিনে জনোৱা মতে আইনী প্ৰক্ৰিয়াৰ অধীনত অভিযুক্তগৰাকীক জামিন দিয়া হৈছে যদিও কিমান দিনৰ বাবে এই জামিন মঞ্জুৰ কৰা হৈছে সেই বিষয়ে এতিয়াও কোনো সঠিক তথ্য জানিব পৰা হোৱা নাই। ৰাজা ৰঘুবংশীৰ হত্যাৰ পিছৰে পৰা আৰক্ষীয়ে এই গোচৰৰ তীব্ৰ তদন্ত চলাই আছিল আৰু ইতিমধ্যে সোণমকে ধৰি আন আন সন্দেহযুক্ত লোকসকলক গ্ৰেপ্তাৰ কৰি অভিযোগনামাও দাখিল কৰিছে। এই ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছিল আৰু পৰিয়ালটোৱে অহৰহ ন্যায়ৰ দাবী জনাই আহিছে।

বিপিন ৰঘুবংশীয়ে জানিবলৈ দিয়া মতে, উত্তৰ প্ৰদেশৰ গাজীপুৰৰ পৰা যেতিয়া সোণমক আটক কৰা হৈছিল, তেতিয়া আৰক্ষীয়ে তেওঁক কি কাৰণত আটক কৰা হৈছে সেই কথা স্পষ্ট কৰা নাছিল। সোণমৰ অধিবক্তাই আদালতত এই কথাটোকেই যুক্তি হিচাপে দাঙি ধৰিছিল। বিপিনে লগতে কয় যে আদালতৰ শুনানিৰ সময়ত তেওঁক মতা হোৱা নাছিল। ইফালে, আন এক অভিযুক্ত ৰাজ কুশৱাহাৰ জামিনৰ বাবেও আবেদন কৰা হৈছে বুলি জানিব পৰা গৈছে। এই সমগ্ৰ প্ৰক্ৰিয়াত ন্যায় বিচাৰি ৰাজাৰ পৰিয়াল এতিয়া উচ্চ ন্যায়ালয়ৰ কাষ চাপিবলৈ সাজু হৈছে।

Apply Now

বিপিন ৰঘুবংশীয়ে লগতে জনায় যে জামিন পালেও চৰ্ত অনুসৰি সোণমে শ্বিলং এৰি যাব নোৱাৰিব। তেওঁ তীব্ৰ আক্ষেপ প্ৰকাশ কৰি কয় যে তেওঁলোকে আগতেই সন্দেহ কৰিছিল যে সোণমৰ পৰিয়ালৰ ফালৰ পৰা ধনৰ বল প্ৰয়োগ কৰা হ‘ব। ধনৰ শক্তিৰ আগত তেওঁলোক হাৰ মানিবলৈ বাধ্য হৈছে বুলিও তেওঁ দুখ প্ৰকাশ কৰে। ন্যায়ৰ আশাত ৰাজাৰ পৰিয়ালে এতিয়া চৰকাৰলৈ আহ্বান জনাইছে যাতে সোণম কোনো কাৰণতে পুনৰ জেলৰ বাহিৰলৈ ওলাই আহিব নোৱাৰে তাৰ বাবে চৰকাৰে কঠোৰ আৰু উচিত ব্যৱস্থা গ্ৰহণ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰাকৃতিক দুৰ্যোগত তচনচ হিমাচল প্ৰদেশ: আঢ়ৈ মাহত ১৫৭ জনৰ প্ৰাণহানি, সন্ধানহীন ২৫৭ জন

প্ৰাকৃতিক দুৰ্যোগত তচনচ হিমাচল প্ৰদেশ: আঢ়ৈ মাহত ১৫৭ জনৰ প্ৰাণহানি, সন্ধানহীন ২৫৭ জন

August 11, 2026 8:33 pm
উজ্জ্বল ভূঞাৰ বক্তৃতা আৰু ৰাষ্ট্ৰীয় প্ৰচাৰ মাধ্যম

উজ্জ্বল ভূঞাৰ বক্তৃতা আৰু ৰাষ্ট্ৰীয় প্ৰচাৰ মাধ্যম

August 11, 2026 7:49 pm
বিয়াৰ প্ৰতিশ্ৰুতি দি শাৰীৰিক সম্পৰ্ক, মাৰপিট আৰু হত্যাৰ ভাবুকিৰ অভিযোগ! গ্ৰেপ্তাৰ ক্ৰিকেটাৰ অভিষেক পোড়েল

বিয়াৰ প্ৰতিশ্ৰুতি দি শাৰীৰিক সম্পৰ্ক, মাৰপিট আৰু হত্যাৰ ভাবুকিৰ অভিযোগ! গ্ৰেপ্তাৰ ক্ৰিকেটাৰ অভিষেক পোড়েল

August 11, 2026 6:45 pm
মহাকাশতো উজলিল ত্ৰিৰংগা! ৮০সংখ্যক স্বাধীনতা দিৱসত ভাৰতক শুভেচ্ছা ৰুছ মহাকাশচাৰীৰ

মহাকাশতো উজলিল ত্ৰিৰংগা! ৮০সংখ্যক স্বাধীনতা দিৱসত ভাৰতক শুভেচ্ছা ৰুছ মহাকাশচাৰীৰ

August 11, 2026 6:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰাকৃতিক দুৰ্যোগত তচনচ হিমাচল প্ৰদেশ: আঢ়ৈ মাহত ১৫৭ জনৰ প্ৰাণহানি, সন্ধানহীন ২৫৭ জন

প্ৰাকৃতিক দুৰ্যোগত তচনচ হিমাচল প্ৰদেশ: আঢ়ৈ মাহত ১৫৭ জনৰ প্ৰাণহানি, সন্ধানহীন ২৫৭ জন

August 11, 2026 8:33 pm
উজ্জ্বল ভূঞাৰ বক্তৃতা আৰু ৰাষ্ট্ৰীয় প্ৰচাৰ মাধ্যম

উজ্জ্বল ভূঞাৰ বক্তৃতা আৰু ৰাষ্ট্ৰীয় প্ৰচাৰ মাধ্যম

August 11, 2026 7:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd