• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভাৰতত ধৰ্মান্তৰকৰণৰ চেষ্টা চলোৱাৰ গুৰুতৰ অভিযোগ! তিনিগৰাকী মাৰ্কিন নাগৰিকক ততাতৈয়াকৈ দেশ এৰাৰ নিৰ্দেশ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 10:42 am
23
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতলৈ আহি খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰিত কৰাৰ চেষ্টা চলোৱাৰ এক গুৰুতৰ অভিযোগ উঠিছে তিনিগৰাকী মাৰ্কিন বা আমেৰিকান নাগৰিকৰ বিৰুদ্ধে। এই অভিযোগৰ পিছতেই লগে লগে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে মহাৰাষ্ট্ৰৰ পুনে আৰক্ষীয়ে। আৰক্ষীয়ে অতি ক্ষীপ্ৰতাৰে ব্যৱস্থা গ্ৰহণ কৰি তিনিওগৰাকী অভিযুক্তক অতি শীঘ্ৰে দেশ এৰি যোৱাৰ নিৰ্দেশ দিছে। এই চাঞ্চল্যকাৰী ঘটনাটো মূলতঃ পুনে চহৰত সংঘটিত হৈছে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, অভিযুক্ত তিনিগৰাকী বিদেশী নাগৰিকৰ বয়স ক্ৰমে ৫৩, ৬৫ আৰু ৬৬ বছৰ। যোৱা ১৯ ৰ পৰা ২১ এপ্ৰিলৰ ভিতৰত তেওঁলোক পৰ্যটকৰ ভিছা বা টুৰিষ্ট ভিছাত ভাৰতলৈ আহিছিল। অভিযোগ অনুসৰি, ভাৰতলৈ আহিয়েই তেওঁলোকে বিভিন্ন ধৰ্মীয় সামগ্ৰী আৰু প্ৰচাৰপত্ৰ বিতৰণ কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ লগতে খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে তেওঁলোকে স্থানীয় লোকসকলৰ সৈতে মত বিনিময় কৰাতো লিপ্ত হৈছিল। টুৰিষ্ট ভিছাত ভাৰতলৈ আহি ধৰ্মীয় প্ৰচাৰ আৰু শিক্ষাদানৰ কামত জড়িত হৈ পৰি তেওঁলোকে ভিছাৰ চৰ্তাৱলী উলংঘা কৰা বুলি জানিব পাৰিয়েই প্ৰশাসনে এই দ্ৰুত পদক্ষেপ গ্ৰহণ কৰে।

Apply Now

সমগ্ৰ ঘটনাটো পোহৰলৈ আহে যোৱা ২৭ এপ্ৰিল তাৰিখে পুনেৰ পেঠ অঞ্চলত সংঘটিত হোৱা এটি ঘটনাৰ জৰিয়তে। জানিব পৰা মতে, উক্ত তিনিগৰাকী লোকে এজন বেচৰকাৰী কেব বা টেক্সি চালকৰ ওচৰলৈ গৈ তেওঁক ইংৰাজী, হিন্দী আৰু মাৰাঠী আদিকে ধৰি বিভিন্ন ভাষাত লিখা ধৰ্মীয় প্ৰচাৰপত্ৰ অৰ্পণ কৰিছিল। চালকজনক তেওঁলোকৰ ধৰ্মীয় বিশ্বাস গ্ৰহণ কৰিবলৈ প্ৰৰোচিত কৰাৰো অভিযোগ উঠিছে এই লোককেইজনৰ বিৰুদ্ধে। ইয়াৰ পিছতেই সেই সচেতন টেক্সি চালকজনে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰে। চালকজনৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তিনিওগৰাকী বিদেশী নাগৰিকক স্থানীয় থানালৈ লৈ যায় আৰু তাত সংশ্লিষ্ট বিষয়াসকলে তেওঁলোকৰ ভিছা পৰীক্ষা কৰে। তদন্তকাৰী বিষয়া সকলে জনোৱা অনুসৰি, তেওঁলোকৰ ব্যক্তিগত বস্তু-বাহানি তালাচী কৰি বিভিন্ন খ্ৰীষ্টান ধৰ্মীয় প্ৰচাৰৰ নথিপত্ৰ উদ্ধাৰ কৰা হৈছে। টুৰিষ্ট ভিছাৰ চৰ্ত উলংঘা কৰাৰ অপৰাধত তেওঁলোকক লিভ ইণ্ডিয়া বা ভাৰত এৰাৰ জাননী প্ৰদান কৰা হৈছে আৰু অহা ১০ মে’, ২০২৬ তাৰিখৰ নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত তেওঁলোকক নিজ দেশলৈ উভতি যোৱাৰ কঠোৰ নিৰ্দেশ দিয়া হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মমতাৰ সভালৈ যোৱাৰ পথত আক্ৰমণৰ সন্মুখীন তৃণমূল নেতা কুণাল ঘোষ : গাড়ীলৈ দলিয়ালে কণী আৰু ইটা

মমতাৰ সভালৈ যোৱাৰ পথত আক্ৰমণৰ সন্মুখীন তৃণমূল নেতা কুণাল ঘোষ : গাড়ীলৈ দলিয়ালে কণী আৰু ইটা

September 26, 2026 7:10 pm
পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 26, 2026 6:05 pm
আৰু বিশ্বকাপ নেখেলে নেকি? জনালে বিৰাট কোহলীয়ে

আৰু বিশ্বকাপ নেখেলে নেকি? জনালে বিৰাট কোহলীয়ে

September 26, 2026 5:00 pm
নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

September 26, 2026 3:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মমতাৰ সভালৈ যোৱাৰ পথত আক্ৰমণৰ সন্মুখীন তৃণমূল নেতা কুণাল ঘোষ : গাড়ীলৈ দলিয়ালে কণী আৰু ইটা

মমতাৰ সভালৈ যোৱাৰ পথত আক্ৰমণৰ সন্মুখীন তৃণমূল নেতা কুণাল ঘোষ : গাড়ীলৈ দলিয়ালে কণী আৰু ইটা

September 26, 2026 7:10 pm
পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 26, 2026 6:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd