• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কলম্বিয়াৰ বাবে বোজা হোৱা নৰখাদক জলহস্তীৰ আশ্ৰয়স্থল হ’ব নেকি গুজৰাট?

by
May 21, 2026 10:38 am
44
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কলম্বিয়াৰ কুখ্যাত ড্ৰাগছ মাফিয়া পাবলো এস্কোবাৰৰ ব্যক্তিগত চিৰিয়াখানাৰ পৰা বংশবৃদ্ধি হোৱা ৮০টা জলহস্তী বা কোকেইন হিপ’ক মৃত্যুৰ মুখৰ পৰা বচাবলৈ এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানীয়ে। কলম্বিয়া চৰকাৰে এই বন্যপ্ৰাণীসমূহৰ সংখ্যা অস্বাভাৱিকভাৱে বৃদ্ধি পোৱা আৰু পৰিৱেশতন্ত্ৰৰ ক্ষতি কৰাৰ দোহাই দি ইহঁতক হত্যা কৰাৰ যি পৰিকল্পনা কৰিছে, তাক বন্ধ কৰিবলৈ তেওঁ আহ্বান জনাইছে। আম্বানীয়ে এই জীৱ-জন্তুবোৰক গুজৰাটৰ জামনগৰত থকা তেওঁৰ সপোনৰ প্ৰকল্প বনতৰা বন্যপ্ৰাণী কেন্দ্ৰলৈ আনি পুনৰ সংস্থাপন কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে।

অনন্ত আম্বানীয়ে সামাজিক মাধ্যমৰ জৰিয়তে মত প্ৰকাশ কৰিছে যে এই জলহস্তীবোৰে ক’ত জন্ম ল’ব সেয়া নিজে বাছি লোৱা নাছিল আৰু বৰ্তমানৰ জটিল পৰিস্থিতিৰ বাবেও ইহঁত দায়ী নহয়। তেওঁৰ মতে এইবোৰ হৈছে সচেতন আৰু জীৱন্ত সত্তা, গতিকে মানৱীয় দৃষ্টিভংগীৰে ইহঁতক সুৰক্ষা দিয়াটো আমাৰ নৈতিক দায়িত্ব। এই উদ্দেশ্যে ভন্তৰাৰ মুখ্য কাৰ্যবাহী বিষয়া ভিভান কাৰানীয়ে ইতিমধ্যে কলম্বিয়া চৰকাৰলৈ এখন সবিশেষ পত্ৰ প্ৰেৰণ কৰিছে। এই পত্ৰত উল্লেখ কৰা হৈছে যে বনতৰাই জলহস্তীবোৰৰ বৰ্তমানৰ বাসস্থানৰ সৈতে মিল থকাকৈ এক বিশেষ পৰিৱেশ নিৰ্মাণ কৰি ইহঁতৰ আজীৱন যত্ন ল’বলৈ সম্পূৰ্ণ সাজু হৈ আছে।

Apply Now

উল্লেখ্য যে আশীৰ দশকত পাবলো এস্কোবাৰে আফ্ৰিকাৰ পৰা মাত্ৰ চাৰিটা জলহস্তী আনি নিজৰ ব্যক্তিগত চিৰিয়াখানাত ৰাখিছিল। ১৯৯৩ চনত এস্কোবাৰৰ মৃত্যুৰ পাছত সেইবোৰ চোৱাচিতা কৰিবলৈ কোনো নোহোৱাত ইহঁতে লাহে লাহে স্থানীয় মাগডেলিনা নদীত আশ্ৰয় লৈ বংশবৃদ্ধি কৰিবলৈ ধৰে। বৰ্তমান কলম্বিয়াত এই হিপ’ৰ সংখ্যা প্ৰায় ২০০ লৈ বৃদ্ধি পাইছে। স্থানীয় কৰ্তৃপক্ষৰ মতে এই বহিৰাগত প্ৰজাতিটোৱে থলুৱা গছ-গছনি আৰু মাছমৰীয়াসকলৰ বাবে বিপদৰ সৃষ্টি কৰিছে। সেইবাবেই চৰকাৰে ৮০টা হিপ’ক ইউথেনাচিয়া বা নিৰ্দয়ভাৱে হত্যা কৰাৰ সিদ্ধান্ত লৈছিল, যিটো সিদ্ধান্তক এতিয়া অনন্ত আম্বানীয়ে প্ৰত্যাহ্বান জনাই এক নিৰাপদ বিকল্প আগবঢ়াইছে।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জ্ঞানেশ কুমাৰৰ কন্যাৰ গোচৰত বিচাৰপীঠ সলনিৰ প্ৰতিবাদত উচ্চতম ন্যায়ালয়লৈ মুকলি পত্ৰ

জ্ঞানেশ কুমাৰৰ কন্যাৰ গোচৰত বিচাৰপীঠ সলনিৰ প্ৰতিবাদত উচ্চতম ন্যায়ালয়লৈ মুকলি পত্ৰ

September 26, 2026 12:29 pm
এছ আই আৰ বিতৰ্কক লৈ এন ডি এত অস্বস্তি; নিৰ্বাচন আয়োগৰ পৰা স্পষ্ট ব্যাখ্যা বিচাৰিছে ৩ মিত্ৰদলে

এছ আই আৰ বিতৰ্কক লৈ এন ডি এত অস্বস্তি; নিৰ্বাচন আয়োগৰ পৰা স্পষ্ট ব্যাখ্যা বিচাৰিছে ৩ মিত্ৰদলে

September 26, 2026 10:47 am
নিৰ্বাচনত জয়ী হৈ দল সলনি ১১১ বিধায়ক-সাংসদৰ! দল সলনিৰ শীৰ্ষত উত্তৰ-পূৰ্বাঞ্চলৰ এইখন ৰাজ্য

নিৰ্বাচনত জয়ী হৈ দল সলনি ১১১ বিধায়ক-সাংসদৰ! দল সলনিৰ শীৰ্ষত উত্তৰ-পূৰ্বাঞ্চলৰ এইখন ৰাজ্য

September 26, 2026 9:52 am
কংগোত দুৰ্ঘটনাগ্ৰস্ত সামৰিক বিমান; দুজন সেনা বিষয়াকে ধৰি ১৪ জন নিহত

কংগোত দুৰ্ঘটনাগ্ৰস্ত সামৰিক বিমান; দুজন সেনা বিষয়াকে ধৰি ১৪ জন নিহত

September 26, 2026 8:34 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জ্ঞানেশ কুমাৰৰ কন্যাৰ গোচৰত বিচাৰপীঠ সলনিৰ প্ৰতিবাদত উচ্চতম ন্যায়ালয়লৈ মুকলি পত্ৰ

জ্ঞানেশ কুমাৰৰ কন্যাৰ গোচৰত বিচাৰপীঠ সলনিৰ প্ৰতিবাদত উচ্চতম ন্যায়ালয়লৈ মুকলি পত্ৰ

September 26, 2026 12:29 pm
এছ আই আৰ বিতৰ্কক লৈ এন ডি এত অস্বস্তি; নিৰ্বাচন আয়োগৰ পৰা স্পষ্ট ব্যাখ্যা বিচাৰিছে ৩ মিত্ৰদলে

এছ আই আৰ বিতৰ্কক লৈ এন ডি এত অস্বস্তি; নিৰ্বাচন আয়োগৰ পৰা স্পষ্ট ব্যাখ্যা বিচাৰিছে ৩ মিত্ৰদলে

September 26, 2026 10:47 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd