• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

হৰমুজ প্ৰণালীক লৈ ক্ৰমাৎ বৃদ্ধি পাইছে উত্তেজনা, জলপথটোৰ নাম সলনি কৰিলে ট্ৰাম্পে

by
May 21, 2026 10:36 am
28
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হৰমুজ প্ৰণালীক লৈ চলি থকা জটিলতা হ্ৰাস পোৱাৰ কোনো লক্ষণ দেখা পোৱা হোৱা নাই। বৰঞ্চ ইয়াৰ উত্তেজনা ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে এইবাৰ এই প্ৰণালীটোৰ নাম সলনি কৰি নিজৰ নামেৰে ৰাখিছে। বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ এই জলপথটোৰ নাম তেওঁ ‘ট্ৰাম্প প্ৰণালী‘ বুলি দিছে। ইয়াৰ পিছতেই ইৰাণৰ তৰফৰ পৰা এক ৰহস্যময় সকীয়নি আহি পৰিছে য‘ত কোৱা হৈছে যে ‘ধুমুহা আহি আছে‘। এনে সংঘাতৰ মাজতে এতিয়া এক গভীৰ প্ৰশ্ন উত্থাপন হৈছে যে বৰ্তমান এই প্ৰণালীটোৰ প্ৰকৃত নিয়ন্ত্ৰণ আচলতে কাৰ হাতত আছে।

ট্ৰাম্পে তেওঁৰ ছ‘চিয়েল মিডিয়া প্লেটফৰ্ম ‘ট্ৰুথ ছ‘চিয়েল‘ত এখন নতুন মানচিত্ৰ পোষ্ট কৰিছে। সেই মানচিত্ৰখনত স্পষ্টকৈ ‘ট্ৰাম্প প্ৰণালী‘ নামটো জিলিকি আছে। অৱশ্যে প্ৰথমে ‘আইষ্টেণ্ডউইথট্ৰাম্প৪৭‘ নামৰ এটা একাউণ্টৰ পৰা এই মানচিত্ৰখন পোষ্ট কৰা হৈছিল। পৰৱৰ্তী সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে সেই পোষ্টটো নিজৰ ৱালত শ্বেয়াৰ কৰে। এই ঘটনাক লৈ এতিয়া সৰ্বত্ৰে চৰ্চা আৰম্ভ হৈছে আৰু প্ৰশ্ন উঠিছে যে এইদৰেই ট্ৰাম্পে বলপূৰ্বকভাৱে প্ৰণালীটো দখল কৰাৰ বাৰ্তা দিলে নেকি।

Apply Now

আনহাতে, আমেৰিকাই আগৰে পৰাই দাবী কৰি আহিছে যে এই প্ৰণালীটো তেওঁলোকৰ নিয়ন্ত্ৰণতেই আছে আৰু ইয়াৰ সমৰ্থনত তেওঁলোকে নিৰ্দিষ্ট পৰিসংখ্যাও দাঙি ধৰিছে। আমেৰিকাই জনোৱা মতে, ইতিমধ্যে ৪২ খন জাহাজক অন্য পথেৰে যাবলৈ বাধ্য কৰোৱা হৈছে আৰু এতিয়ালৈকে ৬৯ মিলিয়ন বেৰেল তেলৰ প্ৰৱেশত বাধা প্ৰদান কৰা হৈছে। ইয়াৰ ফলত ইৰাণ কোটি কোটি ডলাৰৰ ৰাজহৰ পৰা বঞ্চিত হ‘বলগীয়া হৈছে। অৱশ্যে বিভিন্ন সংবাদ মাধ্যমৰ প্ৰতিবেদনত ইংগিত পোৱা গৈছে যে ইয়াৰ মাজতো বহুতো জাহাজে এই অৱৰোধৰ মাজেৰেই পাৰ হৈ গৈছে। সেয়েহে প্ৰশ্নটো উত্থাপন হৈয়েই ৰৈছে যে এয়া সঁচাকৈয়ে আমেৰিকাৰ একছত্ৰী আধিপত্যৰ নিদৰ্শন নে প্ৰণালীটোক লৈ দুয়োখন দেশৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা চলি আছে। কাৰণ ইৰাণেও নীৰৱে বহি থকা নাই। ইতিমধ্যে তেওঁলোকে নজিৰবিহীন পদক্ষেপ গ্ৰহণ কৰাৰ হুংকাৰ দিছে আৰু ধুমুহা অহাৰ কথা কৈছে। এনে হুংকাৰৰ ফলত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰিছে। উল্লেখযোগ্য যে, বিশ্বৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক অৱস্থা সুস্থিৰ কৰি ৰখাৰ ক্ষেত্ৰত হৰমুজ প্ৰণালী এক অতি সংবেদনশীল কেন্দ্ৰবিন্দুত পৰিণত হৈছে। এনে পৰিস্থিতিত বিশেষজ্ঞ মহলে আশংকা প্ৰকাশ কৰিছে যে কেৱল অৱৰোধ বা উত্তেজনা বৃদ্ধিয়েই নহয়, ইয়াৰ আঁৰত ইয়াতকৈয়ো ডাঙৰ আৰু সুদূৰপ্ৰসাৰী কিবা পৰিকল্পনা চলি আছে নেকি।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাতৃত্ববোধৰ অনন্য নিদৰ্শন: ককায়েকৰ সৈতে একেলগে পঢ়িবলৈ আইআইটি বম্বেৰ আসন ত্যাগ কিশোৰৰ

ভাতৃত্ববোধৰ অনন্য নিদৰ্শন: ককায়েকৰ সৈতে একেলগে পঢ়িবলৈ আইআইটি বম্বেৰ আসন ত্যাগ কিশোৰৰ

June 3, 2026 9:26 pm
ভাৰতৰ ওপৰত পুনৰ আমেৰিকাৰ ১২.৫ শতাংশ অতিৰিক্ত শুল্কৰ বোজা! কি ক’লে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ে?

ভাৰতৰ ওপৰত পুনৰ আমেৰিকাৰ ১২.৫ শতাংশ অতিৰিক্ত শুল্কৰ বোজা! কি ক’লে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ে?

June 3, 2026 8:52 pm
উকীল-আদালতৰ কি প্ৰয়োজন? যদিহে পুলিচে নিমিষতে এইদৰে ‘ন্যায়’ দিয়াটো আমি মানি লওঁ?

উকীল-আদালতৰ কি প্ৰয়োজন? যদিহে পুলিচে নিমিষতে এইদৰে ‘ন্যায়’ দিয়াটো আমি মানি লওঁ?

June 3, 2026 8:35 pm
ফ্ৰেঞ্চ অপেনত মাজা স্বালিন্সকাৰ ঐতিহাসিক জয়, প্ৰথমবাৰৰ বাবে ছেমি ফাইনেলত প্ৰৱেশ

ফ্ৰেঞ্চ অপেনত মাজা স্বালিন্সকাৰ ঐতিহাসিক জয়, প্ৰথমবাৰৰ বাবে ছেমি ফাইনেলত প্ৰৱেশ

June 3, 2026 8:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাতৃত্ববোধৰ অনন্য নিদৰ্শন: ককায়েকৰ সৈতে একেলগে পঢ়িবলৈ আইআইটি বম্বেৰ আসন ত্যাগ কিশোৰৰ

ভাতৃত্ববোধৰ অনন্য নিদৰ্শন: ককায়েকৰ সৈতে একেলগে পঢ়িবলৈ আইআইটি বম্বেৰ আসন ত্যাগ কিশোৰৰ

June 3, 2026 9:26 pm
ভাৰতৰ ওপৰত পুনৰ আমেৰিকাৰ ১২.৫ শতাংশ অতিৰিক্ত শুল্কৰ বোজা! কি ক’লে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ে?

ভাৰতৰ ওপৰত পুনৰ আমেৰিকাৰ ১২.৫ শতাংশ অতিৰিক্ত শুল্কৰ বোজা! কি ক’লে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ে?

June 3, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd