• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰশ্নকাকত ফাদিল বিতৰ্কৰ মাজতে বাতিল NEET; তদন্তত CBI, কেতিয়া হ’ব পৰীক্ষা?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 12, 2026 1:05 pm
445
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰশ্নকাকত ফাদিলৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে বাতিল কৰা হৈছে NEET UG পৰীক্ষা। যোৱা ৩ মে’ত সমগ্ৰ দেশতে অনুষ্ঠিত হৈছিল মেডিকেল এণ্ট্ৰেন্স পৰীক্ষা। কিন্তু সোমবাৰৰ পৰা পৰীক্ষাত প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগ উত্থাপন হৈছে।

লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়েও এই বিষয়টো উত্থাপন কৰিছে। এনে পৰিস্থিতিত প্ৰৱেশ পৰীক্ষা বাতিল কৰা হৈছে। নতুনকৈ পৰীক্ষা অনুষ্ঠিত হ’ব বুলি ৰাষ্ট্ৰীয় টেষ্টিং এজেন্সীয়ে প্ৰকাশ কৰিছে। প্ৰশ্নকাকত ফাদিল হোৱাৰ তদন্ত কৰিব চিবিআইয়ে।

Apply Now

যোৱা ৩ মে’ত ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই NEET UG পৰীক্ষা অনুষ্ঠিত কৰিছিল। এই পৰীক্ষাত প্ৰায় ২৩ লাখ ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছিল। কিন্তু ৰাজস্থানত সমস্যাৰ উদ্ভৱ হয়। জানিব পৰা মতে, পৰীক্ষাৰ অন্ততঃ এমাহ আগতেই একাংশ ছাত্ৰ-ছাত্ৰীয়ে এখন সম্ভাৱ্য প্ৰশ্নকাকত পাইছিল।

অতিৰিক্ত সঞ্চালক প্ৰধান বিশাল বানচালে কয় যে সম্ভাৱ্য প্ৰশ্নকাকতত ৪১০টা প্ৰশ্ন আছিল। পৰীক্ষাৰ পিছত দেখা গ’ল যে ১২০টা ৰসায়ন বিজ্ঞানৰ প্ৰশ্ন মূল প্ৰশ্নৰ লগত হুবহু মিল আছে। কেৱল প্ৰশ্নবোৰেই নহয়, উত্তৰৰ বিকল্পবোৰো মিল আছিল। আন এটা সূত্ৰই দাবী কৰিছে যে সম্ভাৱ্য প্ৰশ্নকাকতত থকা ২৮১টা প্ৰশ্নৰ ভিতৰত ১৩৫টা প্ৰশ্ন মূল প্ৰশ্নকাকতখনৰ সৈতে হুবহু মিল আছিল।

সমগ্ৰ ঘটনাক লৈ কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে কেন্দ্ৰক তীব্ৰ সমালোচনা কৰিছে। আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালেও এই বিষয়টো উত্থাপন কৰিছে।

২০২৪ চনত NEET UG পৰীক্ষাৰ প্ৰশ্নকাকতত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছিল। হাজাৰ হাজাৰ টকাত প্ৰশ্নকাকত বিক্ৰী হোৱাৰ অভিযোগ উত্থাপন হৈছিল। সেই ঘটনাৰ পুনৰাবৃত্তি হ’ল নেকি বুলি ৰাহুলে প্ৰশ্ন উত্থাপন কৰে।

In continuation of its press release dated 10 May 2026, the National Testing Agency wishes to inform candidates, parents, and members of the public of the following decisions taken in respect of NEET (UG) 2026. NTA had, on 8 May 2026, referred the matters then under consideration…

— National Testing Agency (@NTA_Exams) May 12, 2026

ইয়াৰে কেইঘণ্টামানৰ ভিতৰতে নেশ্যনেল টেষ্টিং এজেন্সীয়ে ৩ মে’ৰ পৰীক্ষা বাতিল কৰাৰ কথা ঘোষণা কৰে। প্ৰশ্নকাকত ফাদিলৰ অভিযোগৰ তদন্তৰ অন্তত এই সিদ্ধান্ত লোৱা হৈছে। প্ৰশ্নকাকত ফাদিল হোৱাৰ তদন্তৰ দায়িত্ব চিবিআইক দিয়া হৈছে। ছাত্ৰ-ছাত্ৰীসকলে পুনৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm
‘বিস্ময় বালক’ক লৈ কৌতুহল! IIM ইন্দোৰৰ গৱেষণাৰ বিষয় বৈভৱ সূৰ্য্যবংশী

‘বিস্ময় বালক’ক লৈ কৌতুহল! IIM ইন্দোৰৰ গৱেষণাৰ বিষয় বৈভৱ সূৰ্য্যবংশী

June 4, 2026 8:03 pm
মেনেজমেণ্টৰ সৈতে বিবাদ; গুৱাহাটীৰ এপ’ল’ হাস্পতালত দুদিনৰ বাবে অ’পিডি সেৱা বন্ধ ৰাখিছে চিকিৎসকে

মেনেজমেণ্টৰ সৈতে বিবাদ; গুৱাহাটীৰ এপ’ল’ হাস্পতালত দুদিনৰ বাবে অ’পিডি সেৱা বন্ধ ৰাখিছে চিকিৎসকে

June 4, 2026 7:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd