• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home চাকৰি

হিন্দুস্তান কপাৰ লিমিটেডত বৃহৎ নিযুক্তি : জানক আবেদনৰ সবিশেষ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 19, 2026 3:00 pm
137
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চাকৰি প্ৰত্যাশী প্ৰাৰ্থীসকলৰ বাবে এটা ভাল খবৰ । চৰকাৰী সংস্থা হিন্দুস্তান কপাৰ লিমিটেডত খালী হৈছে বহুকেইটা পদ। এই ৰাষ্ট্ৰীয়কৃত সংস্থাত বিষয়া পদত নিযুক্তিৰ বাবে শেহতীয়াকৈ এক জাননী জাৰি কৰা হৈছে। বিশেষকৈ ইঞ্জিনিয়াৰিং পাছ কৰা ছাত্ৰ-ছাত্ৰীসকলে ইয়াত আবেদন কৰাৰ এক সোণালী সুযোগ লাভ কৰিব। এই নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে সংস্থাটোত প্ৰায় ৭০ টা পদ পূৰণ কৰা হ’ব বুলি জানিব পৰা গৈছে।

সংস্থাটোৰ মাইনিং, জিওলজি, এনভায়ৰনমেণ্ট মেনেজমেণ্ট, চেফ্টি এণ্ড ফায়াৰ চাৰ্ভিচেছ, কনচেণ্ট্ৰেটৰ, ইলেক্ট্ৰিকেল, ইনষ্ট্ৰুমেণ্টেচন, মেকানিকেল, চিভিল, চিষ্টেমছ, মেডিকেল এণ্ড হেল্থ চাৰ্ভিচেছ, এইচ আৰ, ফাইনান্স, কৰ্পোৰেট কমিউনিকেচন আৰু মেটেৰিয়েলছ এণ্ড কণ্ট্ৰেক্টছ বিভাগত এই নিযুক্তি দিয়া হ’ব। চৰকাৰী নিয়ম অনুসৰি সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীসকলৰ বাবে আসন সংৰক্ষণৰ ব্যৱস্থাও থাকিব। ইয়াত প্ৰাৰ্থীসকলক চিনিয়ৰ মেনেজাৰ, মেনেজাৰ বা ডেপুটি মেনেজাৰ পদত নিযুক্তি দিয়া হ’ব।

Apply Now

পদ আৰু গ্ৰেড অনুসৰি প্ৰাৰ্থীসকলৰ শিক্ষাগত অৰ্হতা নিৰ্ধাৰণ কৰা হৈছে। যেনে মাইনিং বিভাগৰ ই-২ গ্ৰেডৰ বাবে মাইনিং ইঞ্জিনিয়াৰিং বিষয়ত স্নাতক ডিগ্ৰী থাকিব লাগিব আৰু মাইন মেনেজাৰ্ছ চাৰ্টিফিকেটত ফাৰ্ষ্ট ক্লাছ থকা প্ৰাৰ্থীয়ে অগ্ৰাধিকাৰ পাব। একেদৰে ই-৪ গ্ৰেডৰ বাবে মাইনিং ইঞ্জিনিয়াৰিং স্নাতকৰ লগতে মাইন মেনেজাৰ্ছ চাৰ্টিফিকেটৰ ফাৰ্ষ্ট ক্লাছ থকাটো বাধ্যতামূলক। আন বিভাগসমূহৰ বাবেও অৰ্হতা বেলেগ বেলেগ হ’ব, অৱশ্যে এই পদসমূহৰ বাবে কোনো বৃত্তিমূলক অভিজ্ঞতাৰ প্ৰয়োজন নাই।

আবেদনকাৰীৰ বয়সৰ উৰ্ধসীমা পদ আৰু গ্ৰেড অনুযায়ী ৪২, ৪৪, ৪৭ বা ৪৮ বছৰ নিৰ্ধাৰণ কৰা হৈছে আৰু সংৰক্ষিত শ্ৰেণীৰ বাবে চৰকাৰী নিয়ম মতে বয়সৰ ৰেহাই থাকিব। এই পদসমূহত নিযুক্তি পোৱা প্ৰাৰ্থীসকলে মাহিলী ৫০ হাজাৰৰ পৰা ২ লাখ টকা পৰ্যন্ত মোটা অংকৰ দৰমহা লাভ কৰিব। ইয়াৰ উপৰিও নিয়ন্ত্ৰণ অনুসৰি আন বহুতো সা-সুবিধাও প্ৰদান কৰা হ’ব। যোগ্য প্ৰাৰ্থীসকলক কেৱল সাক্ষাৎকাৰ বা ইণ্টাৰভিউৰ জৰিয়তে বাচনি কৰা হ’ব আৰু ইয়াৰ বাবে শাৰীৰিক সক্ষমতা থকাটো দৰকাৰ।

আগ্ৰহী প্ৰাৰ্থীসকলে হিন্দুস্তান কপাৰ লিমিটেডৰ অফিচিয়েল ৱেবচাইটলৈ গৈ অনলাইনযোগে আবেদন কৰিব পাৰিব। আবেদনৰ সময়ত প্ৰয়োজনীয় নথিপত্ৰ আৰু ফটো আপলোড কৰিব লাগিব। সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে আবেদন মাচুল ৫০০ টকা ধাৰ্য কৰা হৈছে আৰু সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীয়ে এই মাচুলত ৰেহাই পাব। অহা ৫ জুনৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হ’ব আৰু আবেদন পত্ৰ জমা দিয়াৰ শেষ তাৰিখ হৈছে ২৫ জুন।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বাবা ৰামদেৱে মুকলি কৰিলে পতঞ্জলি চিভিল ছাৰ্ভিচেছ একাডেমী, গুৰু দায়িত্বত অৱধ ওঝা

বাবা ৰামদেৱে মুকলি কৰিলে পতঞ্জলি চিভিল ছাৰ্ভিচেছ একাডেমী, গুৰু দায়িত্বত অৱধ ওঝা

June 16, 2026 2:33 pm
টাইম আলোচনীৰ ২০২৬ বৰ্ষৰ তালিকা: বিশ্বৰ ১০০ প্ৰভাৱশালী খেলুৱৈৰ ভিতৰত একমাত্ৰ ভাৰতীয় হিচাপে উজ্বলিল স্মৃতি মান্ধানা

টাইম আলোচনীৰ ২০২৬ বৰ্ষৰ তালিকা: বিশ্বৰ ১০০ প্ৰভাৱশালী খেলুৱৈৰ ভিতৰত একমাত্ৰ ভাৰতীয় হিচাপে উজ্বলিল স্মৃতি মান্ধানা

June 16, 2026 1:59 pm
নিদান পত্ৰ অবিহনে ঔষধৰ দোকানৰ পৰা আৰু ক্ৰয় কৰিব নোৱাৰিব কোনো চিৰাপ; জনালে কেন্দ্ৰই

নিদান পত্ৰ অবিহনে ঔষধৰ দোকানৰ পৰা আৰু ক্ৰয় কৰিব নোৱাৰিব কোনো চিৰাপ; জনালে কেন্দ্ৰই

June 16, 2026 1:29 pm
খেল শেষ, দেশ এৰক! আমেৰিকাত থকাৰ অনুমতি নাপালে ইৰাণে; ক্ষোভ উজাৰিলে প্ৰশিক্ষকে

খেল শেষ, দেশ এৰক! আমেৰিকাত থকাৰ অনুমতি নাপালে ইৰাণে; ক্ষোভ উজাৰিলে প্ৰশিক্ষকে

June 16, 2026 12:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাবা ৰামদেৱে মুকলি কৰিলে পতঞ্জলি চিভিল ছাৰ্ভিচেছ একাডেমী, গুৰু দায়িত্বত অৱধ ওঝা

বাবা ৰামদেৱে মুকলি কৰিলে পতঞ্জলি চিভিল ছাৰ্ভিচেছ একাডেমী, গুৰু দায়িত্বত অৱধ ওঝা

June 16, 2026 2:33 pm
টাইম আলোচনীৰ ২০২৬ বৰ্ষৰ তালিকা: বিশ্বৰ ১০০ প্ৰভাৱশালী খেলুৱৈৰ ভিতৰত একমাত্ৰ ভাৰতীয় হিচাপে উজ্বলিল স্মৃতি মান্ধানা

টাইম আলোচনীৰ ২০২৬ বৰ্ষৰ তালিকা: বিশ্বৰ ১০০ প্ৰভাৱশালী খেলুৱৈৰ ভিতৰত একমাত্ৰ ভাৰতীয় হিচাপে উজ্বলিল স্মৃতি মান্ধানা

June 16, 2026 1:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd