• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

অধিক শক্তিশালী হ’ব ভাৰতৰ প্ৰতিৰক্ষা ব্যৱস্থা : আমেৰিকাই দিব ৪২৮ মিলিয়ন ডলাৰৰ সামৰিক সঁজুলি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 19, 2026 4:10 pm
59
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজৰ সম্পৰ্ক অধিক দৃঢ় হৈ পৰিছে। আমেৰিকাৰ বৈদেশিক পৰিক্ৰমা দপ্তৰে ভাৰতৰ বাবে ৪২৮ মিলিয়ন আমেৰিকান ডলাৰতকৈও অধিক মূল্যৰ দুটা গুৰুত্বপূৰ্ণ সামৰিক সাহায্য চুক্তিৰ অনুমোদন জনাইছে। এই চুক্তিৰ অধীনত নতুন দিল্লীয়ে এপাচে এটাক হেলিকপ্টাৰ আৰু এম৭৭৭ আল্ট্ৰা-লাইট হাউইটজাৰ বৰটোপৰ বাবে দীৰ্ঘম্যাদী প্ৰতিৰক্ষা সাহায্য লাভ কৰিব।

এই অনুমোদন অনুসৰি, এএইচ-৬৪ই এপাচে হেলিকপ্টাৰৰ ৰক্ষণাবেক্ষণ সহায়কাৰী সেৱাৰ মূল্য প্ৰায় ১৯৮.২ মিলিয়ন আমেৰিকান ডলাৰ হ’ব। আনহাতে, এম৭৭৭এ২ আল্ট্ৰা-লাইট হাউইটজাৰৰ দীৰ্ঘম্যাদী সহায়ৰ বাবে আনুমানিক প্ৰায় ২৩০ মিলিয়ন আমেৰিকান ডলাৰ ধাৰ্য কৰা হৈছে।

Apply Now

আমেৰিকাৰ বৈদেশিক দপ্তৰে জনোৱা মতে, এপাচে পেকেজৰ বাবে মূল ঠিকাদাৰ হিচাপে বোয়িং আৰু লকহিড মাৰ্টিনে কাম কৰিব। আনহাতে এম৭৭৭ হাউইটজাৰ বৰটোপসমূহৰ সহায়কাৰী দায়িত্বত থাকিব বিএই চিষ্টেমছ। ভাৰতৰ অনুৰোধ মৰ্মে এপাচে পেকেজৰ বাবে আমেৰিকা চৰকাৰ আৰু ঠিকাদাৰ সংস্থাসমূহে ৰক্ষণাবেক্ষণ সাহায্য, ইঞ্জিনীয়াৰিং, কাৰিকৰী সহায়, তথ্য সৰবৰাহ, কৰ্মচাৰীৰ প্ৰশিক্ষণ আৰু অন্যান্য লজিষ্টিক সাহায্য আগবঢ়াব।

এম৭৭৭ হাউইটজাৰৰ বাবে প্ৰস্তাৱিত এই পেকেজত আনুষংগিক সঁজুলি, খুচুৰা যন্ত্ৰাংশ, মেৰামতি, প্ৰশিক্ষণ, কাৰিকৰী সাহায্য, ফিল্ড চাৰ্ভিচ প্ৰতিনিধি, ডিপো সক্ষমতা আৰু অতিৰিক্ত লজিষ্টিক সহায়ৰ দৰে অতি প্ৰয়োজনীয় প্ৰতিৰক্ষা সামগ্ৰী অন্তৰ্ভুক্ত কৰা হৈছে।

এই অনুমোদনৰ যুক্তি দৰ্শাই আমেৰিকাৰ বৈদেশিক দপ্তৰে কৈছে যে এই প্ৰস্তাৱিত বিক্ৰীয়ে ভাৰত আৰু আমেৰিকাৰ সম্পৰ্কক অধিক শক্তিশালী কৰিব। ইয়াৰ ফলত এক প্ৰধান প্ৰতিৰক্ষা অংশীদাৰ হিচাপে ভাৰতৰ নিৰাপত্তা উন্নত হ’ব আৰু আমেৰিকাৰ বৈদেশিক নীতি তথা ৰাষ্ট্ৰীয় নিৰাপত্তাৰ উদ্দেশ্য সফল হ’ব। দুয়োখন দেশে মিলি ভাৰত-প্ৰশান্ত মহাসাগৰীয় আৰু দক্ষিণ এছিয়া অঞ্চলত ৰাজনৈতিক স্থিৰতা, শান্তি আৰু অৰ্থনৈতিক প্ৰগতিৰ বাবে এক গুৰুত্বপূৰ্ণ শক্তি হিচাপে কাম কৰি আছে।

আমেৰিকাই লগতে উল্লেখ কৰিছে যে এই পদক্ষেপে বৰ্তমান আৰু ভৱিষ্যতৰ ভাবুকি মোকাবিলা কৰাত ভাৰতৰ ক্ষমতা বৃদ্ধি কৰিব, দেশৰ প্ৰতিৰক্ষা ব্যৱস্থা উন্নত কৰিব আৰু আঞ্চলিক ভাবুকিৰ বিৰুদ্ধে প্ৰতিৰোধ ব্যৱস্থা শক্তিশালী কৰিব। ভাৰতৰ প্ৰতিৰক্ষা প্ৰস্তুতিৰ ওপৰত আলোকপাত কৰি আমেৰিকাই কৈছে যে ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে এই সামগ্ৰী আৰু সেৱাসমূহ নিজৰ বাহিনীত অন্তৰ্ভুক্ত কৰাত কোনো অসুবিধাৰ সৃষ্টি নহ’ব।

উল্লেখ কৰিব পাৰি যে বোয়িং এএইচ-৬৪ এপাচে হেলিকপ্টাৰক বিশ্বৰ অন্যতম আধুনিক বহুমুখী যুদ্ধ হেলিকপ্টাৰ বুলি গণ্য কৰা হয়। ৩০ মিলিমিটাৰ চেইন গান, হেলফায়াৰ এণ্টি-টেংক মিছাইল আৰু হাইড্ৰা ৰকেটেৰে সুসজ্জিত এই হেলিকপ্টাৰখনত লংবো ৰাডাৰ আৰু নাইট-ভিছন চেন্সৰ আদিকে ধৰি অত্যাধুনিক টার্গেটিং প্ৰযুক্তি সংলগ্ন হৈ আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বাবা ৰামদেৱে মুকলি কৰিলে পতঞ্জলি চিভিল ছাৰ্ভিচেছ একাডেমী, গুৰু দায়িত্বত অৱধ ওঝা

বাবা ৰামদেৱে মুকলি কৰিলে পতঞ্জলি চিভিল ছাৰ্ভিচেছ একাডেমী, গুৰু দায়িত্বত অৱধ ওঝা

June 16, 2026 2:33 pm
টাইম আলোচনীৰ ২০২৬ বৰ্ষৰ তালিকা: বিশ্বৰ ১০০ প্ৰভাৱশালী খেলুৱৈৰ ভিতৰত একমাত্ৰ ভাৰতীয় হিচাপে উজ্বলিল স্মৃতি মান্ধানা

টাইম আলোচনীৰ ২০২৬ বৰ্ষৰ তালিকা: বিশ্বৰ ১০০ প্ৰভাৱশালী খেলুৱৈৰ ভিতৰত একমাত্ৰ ভাৰতীয় হিচাপে উজ্বলিল স্মৃতি মান্ধানা

June 16, 2026 1:59 pm
নিদান পত্ৰ অবিহনে ঔষধৰ দোকানৰ পৰা আৰু ক্ৰয় কৰিব নোৱাৰিব কোনো চিৰাপ; জনালে কেন্দ্ৰই

নিদান পত্ৰ অবিহনে ঔষধৰ দোকানৰ পৰা আৰু ক্ৰয় কৰিব নোৱাৰিব কোনো চিৰাপ; জনালে কেন্দ্ৰই

June 16, 2026 1:29 pm
খেল শেষ, দেশ এৰক! আমেৰিকাত থকাৰ অনুমতি নাপালে ইৰাণে; ক্ষোভ উজাৰিলে প্ৰশিক্ষকে

খেল শেষ, দেশ এৰক! আমেৰিকাত থকাৰ অনুমতি নাপালে ইৰাণে; ক্ষোভ উজাৰিলে প্ৰশিক্ষকে

June 16, 2026 12:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাবা ৰামদেৱে মুকলি কৰিলে পতঞ্জলি চিভিল ছাৰ্ভিচেছ একাডেমী, গুৰু দায়িত্বত অৱধ ওঝা

বাবা ৰামদেৱে মুকলি কৰিলে পতঞ্জলি চিভিল ছাৰ্ভিচেছ একাডেমী, গুৰু দায়িত্বত অৱধ ওঝা

June 16, 2026 2:33 pm
টাইম আলোচনীৰ ২০২৬ বৰ্ষৰ তালিকা: বিশ্বৰ ১০০ প্ৰভাৱশালী খেলুৱৈৰ ভিতৰত একমাত্ৰ ভাৰতীয় হিচাপে উজ্বলিল স্মৃতি মান্ধানা

টাইম আলোচনীৰ ২০২৬ বৰ্ষৰ তালিকা: বিশ্বৰ ১০০ প্ৰভাৱশালী খেলুৱৈৰ ভিতৰত একমাত্ৰ ভাৰতীয় হিচাপে উজ্বলিল স্মৃতি মান্ধানা

June 16, 2026 1:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd