• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰেৱন্ত ৰেড্ডী হ’ব পাৰে পৰৱৰ্তী সুভেন্দু অধিকাৰী, তেলেংগানাত ডাঙৰ ৰাজনৈতিক পৰিৱৰ্তনৰ ইংগিত বিজেপি সাংসদৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 19, 2026 6:13 pm
303
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তেলেংগানাৰ ৰাজনীতিত এক ডাঙৰ ধুমুহা অহাৰ ইংগিত পোৱা গৈছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডী পৰৱৰ্তী সময়ত সুভেন্দু অধিকাৰী হ’ব পাৰে বুলি এতিয়া চৰ্চা চলিছে। তেওঁ হয়তো অতি সোনকালেই কংগ্ৰেছ দল এৰি বিজেপিত যোগদান কৰিব পাৰে। এই বিস্ফোৰক দাবী কৰিছে বিজেপিৰ সাংসদ ধৰ্মপুৰী অৰবিন্দে। সাংসদগৰাকীৰ এই দাবীৰ পিছতে তেলেংগানাৰ ৰাজনীতিত এক ডাঙৰ ৰাজনৈতিক পৰিৱৰ্তন হ’ব নেকি তাক লৈ তীব্ৰ জল্পনা-কল্পনাৰ সৃষ্টি হৈছে।

সাংসদ অৰবিন্দে মত প্ৰকাশ কৰি কয় যে কংগ্ৰেছ নেতৃত্বই দলৰ জ্যেষ্ঠ আৰু অভিজ্ঞ নেতাসকলক আওকাণ কৰি ৰেৱন্ত ৰেড্ডীক তেলেংগানাৰ মুখ্যমন্ত্ৰী হিচাপে পাতি এক ডাঙৰ ভুল কৰিলে। ইয়াৰ ফলস্বৰূপে আগন্তুক তেলেংগানা বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলে শোচনীয় পৰাজয়ৰ মুখ দেখিব বুলি তেওঁ দাবী কৰে। তেওঁ লগতে কয় যে ইয়াৰ আগতে ১৯৮৫ আৰু ১৯৯৪ চনতো কংগ্ৰেছে এনেধৰণৰ ডাঙৰ পৰাজয়ৰ সন্মুখীন হৈছিল। এইবাৰো আগন্তুক নিৰ্বাচনত কংগ্ৰেছ দলৰ একেই ভাগ্য হ’বলৈ গৈ আছে।

Apply Now

এই ৰাজনৈতিক উত্তাল পৰিস্থিতিৰ সৃষ্টি হোৱাৰ অলপ দিনৰ আগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হায়দৰাবাদৰ এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল। সেই অনুষ্ঠানত তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীও উপস্থিত আছিল। সেই সময়ত মুখ্যমন্ত্ৰীগৰাকীক উদ্দেশ্যি প্ৰধানমন্ত্ৰী মোদীয়ে মন্তব্য কৰিছিল যে আপুনি যি লক্ষ্যত বা গন্তব্যস্থানত উপনীত হ’বলৈ আশা কৰিছে, হয়তো তাত উপনীত হ’ব নোৱাৰিবও পাৰে, সেইবাবে আপুনি মোৰ সৈতে হাত মিলাব লাগে। প্ৰধানমন্ত্ৰী মোদীৰ এই মন্তব্যৰ পিছতে সমগ্ৰ ৰাজনৈতিক মহলত তীব্ৰ চৰ্চা আৰম্ভ হৈছিল।

প্ৰধানমন্ত্ৰীৰ এই মন্তব্যৰ বিষয়ত সোধা প্ৰশ্নৰ উত্তৰত বিজেপি সাংসদ অৰবিন্দে কয় যে তেওঁ কেৱল এজন তৃণমূল পৰ্যায়ৰ সাধাৰণ দলীয় কৰ্মীহে, গতিকে প্ৰধানমন্ত্ৰীৰ কথাৰ আঁৰৰ প্ৰকৃত অৰ্থ তেওঁ সঠিকভাৱে নাজানে। কিন্তু তেওঁ নিশ্চিতভাৱে অনুভৱ কৰিছে যে তেলেংগানাত অনাগত দিনত কিবা এক ডাঙৰ আৰু গুৰুত্বপূৰ্ণ ৰাজনৈতিক পৰিৱৰ্তন ঘটিবলৈ গৈ আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd