• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, November 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

২৩ বছৰৰ পাছত ৰেলৱেত ঐতিহাসিক পৰিৱৰ্তন, এতিয়াৰ পৰা য়াৰ্ড মাষ্টাৰ আৰু ট্ৰেফিক ইন্সপেক্টৰো হ’ব ষ্টেচন মাষ্টাৰ

by
May 20, 2026 7:28 pm
31
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰেলৱে প্ৰশাসনে বছৰ বছৰ ধৰি চলি অহা পদৱীৰ খেলিমেলি দূৰ কৰি এক ডাঙৰ তথা ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰেলৱে ব’ৰ্ডে এক নিৰ্দেশনা জাৰি কৰি য়াৰ্ড মাষ্টাৰ আৰু ট্ৰেফিক ইন্সপেক্টৰৰ দৰে পুৰণি পদৱীসমূহ বিলুপ্ত কৰি এতিয়াৰে পৰা সকলোকে একেলগে ষ্টেচন মাষ্টাৰ পদৱীত অন্তৰ্ভুক্ত কৰিছে। এই সিদ্ধান্তক ৰেলৱেৰ মানৱ সম্পদ আন্তঃগাঁথনিৰ এক গুৰুত্বপূৰ্ণ সংস্কাৰ হিচাপে গণ্য কৰা হৈছে, যাৰ ফলত লাখ লাখ কৰ্মচাৰীৰ চাকৰিৰ পৰিচয় আৰু কেৰিয়াৰৰ ক্ষেত্ৰত স্পষ্টতা আহিব।

সূত্ৰৰ পৰা জানিব পৰা মতে, ২০০৩ চনতে এই পদসমূহ কাৰিকৰীভাৱে একত্ৰিত কৰা হৈছিল। কিন্তু ফিল্ড ডিউটি, ৰেকৰ্ড আৰু ডিজিটেল মানৱ সম্পদ ব্যৱস্থাপনা প্ৰণালীত পুৰণি পদৱীসমূহেই পঞ্জীয়ন হৈ আছিল। ইয়াৰ বাবে কৰ্মচাৰীসকলৰ পৰিচয়, সেৱা পুস্তিকা আৰু প্ৰশাসনিক প্ৰক্ৰিয়াত অহৰহ খেলিমেলিৰ সৃষ্টি হৈছিল। এতিয়া ৰেলৱে ব’ৰ্ডৰ নতুন নিৰ্দেশনাৰ পিছত সকলো সংশ্লিষ্ট কৰ্মচাৰীক আনুষ্ঠানিকভাৱে কেৱল ষ্টেচন মাষ্টাৰ হিচাপেই স্বীকৃতি দিয়া হ’ব।

Apply Now

এই একত্ৰীকৰণৰ আটাইতকৈ ডাঙৰ সুবিধাটো হ’ব যে পদোন্নতি ব্যৱস্থা অধিক সৰল, স্বচ্ছ আৰু একে ধৰণৰ হ’ব। আগতে বেলেগ বেলেগ পদৱী হোৱাৰ বাবে ইউনিফৰ্ম বানচ, প্ৰমোচনৰ নিয়ম আৰু কামৰ ভাগ-বতৰাত বহুতো জটিলতাৰ সৃষ্টি হৈছিল। এতিয়া একেটা কেডাৰতে সকলো কৰ্মচাৰী অন্তৰ্ভুক্ত হোৱাৰ বাবে প্ৰশাসনিক কাম-কাজবোৰ খৰতকীয়া আৰু সহজ হ’ব। ইয়াৰ লগতে কেৰিয়াৰ আগবঢ়াই নিয়াৰ সুযোগো বৃদ্ধি পাব, যাৰ ফলত কৰ্মচাৰীসকলে উচ্চ পদৱীলৈ যোৱাত অধিক সুবিধা লাভ কৰিব।

ৰেলৱেত ষ্টেচন মাষ্টাৰক পৰিচালনা ব্যৱস্থাৰ মেৰুদণ্ড বুলি কোৱা হয়। তেওঁলোকে ৰেলৰ আহ-যাহ, চিগনেল পৰিচালনা আৰু যাত্ৰীৰ নিৰাপত্তাৰ দায়িত্ব পালন কৰে। আনহাতে য়াৰ্ড মাষ্টাৰে ঘাইকৈ ডাঙৰ জংচন আৰু মালগাড়ীৰ য়াৰ্ডত কাম কৰিছিল, আৰু ট্ৰেফিক ইন্সপেক্টৰে পৰিচালনা ব্যৱস্থাৰ তদাৰক কৰিছিল। নতুন ব্যৱস্থাত এই সকলোবোৰ দায়িত্ব একত্ৰিত কৰা হৈছে, যাৰ ফলত পৰিচালনা প্ৰণালী অধিক মজবুত হ‘ব।

নতুন নিয়ম অনুসৰি কৰ্মচাৰীসকলে এতিয়া ষ্টেচন মাষ্টাৰৰ পৰা পদোন্নতি পাই ষ্টেচন অধীক্ষক, সহকাৰী পৰিচালনা প্ৰৱন্ধক, মণ্ডল পৰিচালনা প্ৰৱন্ধক আৰু জ্যেষ্ঠ মণ্ডল পৰিচালনা প্ৰৱন্ধকৰ দৰে উচ্চ পদৱীলৈ যোৱাৰ নতুন পথ মুকলি হ’ব।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমেৰিকাত দোষী সাব্যস্ত চীনৰ প্ৰযুক্তি সংস্থা Huawei; বিশ্বজুৰি আলোড়ন

আমেৰিকাত দোষী সাব্যস্ত চীনৰ প্ৰযুক্তি সংস্থা Huawei; বিশ্বজুৰি আলোড়ন

November 25, 2026 8:44 pm
চৌদি আৰৱত পুনৰ হুথীৰ আক্ৰমণ; ৰিয়াদৰ বাণিজ্য কেন্দ্ৰত আহত ১১ জনৰ ভিতৰত ২ জন ভাৰতীয়, কি ক’লে নতুন দিল্লীয়ে?

চৌদি আৰৱত পুনৰ হুথীৰ আক্ৰমণ; ৰিয়াদৰ বাণিজ্য কেন্দ্ৰত আহত ১১ জনৰ ভিতৰত ২ জন ভাৰতীয়, কি ক’লে নতুন দিল্লীয়ে?

November 25, 2026 7:56 pm
ট্ৰেইন লেট হোৱাৰ বাবে ধৰিব নোৱাৰিলে বিমান; দম্পতীক ৬৩,১৯৯ টকা ক্ষতিপূৰণ দিব লাগিব ৰে’লৱেই

ট্ৰেইন লেট হোৱাৰ বাবে ধৰিব নোৱাৰিলে বিমান; দম্পতীক ৬৩,১৯৯ টকা ক্ষতিপূৰণ দিব লাগিব ৰে’লৱেই

November 25, 2026 7:10 pm
শিশুৰ ম’বাইল আসক্তি, বিবাহ-বহিৰ্ভূত সম্পৰ্ক আৰু মানসিক হতাশা: জ্যেষ্ঠ মনস্তত্ত্ববিদ নিমি বৰগোহাঁইৰ সৈতে নৰ্থ-ইষ্ট নাওৰ বিশেষ সাক্ষাৎকাৰ

শিশুৰ ম’বাইল আসক্তি, বিবাহ-বহিৰ্ভূত সম্পৰ্ক আৰু মানসিক হতাশা: জ্যেষ্ঠ মনস্তত্ত্ববিদ নিমি বৰগোহাঁইৰ সৈতে নৰ্থ-ইষ্ট নাওৰ বিশেষ সাক্ষাৎকাৰ

November 25, 2026 6:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমেৰিকাত দোষী সাব্যস্ত চীনৰ প্ৰযুক্তি সংস্থা Huawei; বিশ্বজুৰি আলোড়ন

আমেৰিকাত দোষী সাব্যস্ত চীনৰ প্ৰযুক্তি সংস্থা Huawei; বিশ্বজুৰি আলোড়ন

November 25, 2026 8:44 pm
চৌদি আৰৱত পুনৰ হুথীৰ আক্ৰমণ; ৰিয়াদৰ বাণিজ্য কেন্দ্ৰত আহত ১১ জনৰ ভিতৰত ২ জন ভাৰতীয়, কি ক’লে নতুন দিল্লীয়ে?

চৌদি আৰৱত পুনৰ হুথীৰ আক্ৰমণ; ৰিয়াদৰ বাণিজ্য কেন্দ্ৰত আহত ১১ জনৰ ভিতৰত ২ জন ভাৰতীয়, কি ক’লে নতুন দিল্লীয়ে?

November 25, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd