• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ট্ৰাম্পৰ চীন ভ্ৰমণৰ পিছতেই স্থিতি সলনি: পুৰণি বন্ধু টাইৱানক ১৪ বিলিয়ন ডলাৰৰ অস্ত্ৰ বিক্ৰীত স্থগিতাদেশ আমেৰিকাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 22, 2026 12:36 pm
29
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চীন আৰু টাইৱানৰ বিবাদত আমেৰিকাই সদায় টাইৱানক সহায় কৰি আহিছে। টাইৱানৰ নিৰাপত্তা শক্তিশালী কৰিবলৈ আমেৰিকাই আগতে অস্ত্ৰ দিবলৈ মান্তি হৈছিল। চীনে অৱশ্যে ইয়াৰ সদায় বিৰোধিতা কৰি আহিছিল। কিন্তু এতিয়া হঠাৎ এক ডাঙৰ পৰিৱৰ্তন দেখা গৈছে। আমেৰিকাই টাইৱানক দিবলগীয়া ১৪ বিলিয়ন ডলাৰৰ অস্ত্ৰ বিক্ৰীৰ সিদ্ধান্ত সাময়িকভাৱে বন্ধ কৰি দিছে।

এই বিষয়ে আমেৰিকাৰ নৌসেনাৰ এগৰাকী উচ্চপদস্থ বিষয়া হাং কাওৱে কয় যে ইৰাণৰ লগত ভৱিষ্যতে যুদ্ধ হ’লে আমেৰিকাক নিজৰ বাবে বহুত অস্ত্ৰৰ প্ৰয়োজন হ’ব। সেয়েহে এতিয়া টাইৱানক অস্ত্ৰ নিদি নিজৰ সেনাবাহিনীৰ বাবে জমা কৰি ৰখাৰ সিদ্ধান্ত লোৱা হৈছে। তেওঁ লগতে কয় যে আমেৰিকাৰ হাতত যথেষ্ট অস্ত্ৰ মজুত আছে যদিও ইৰাণৰ লগত কাজিয়া হোৱাৰ আশংকাত এই সাৱধানতা অৱলম্বন কৰা হৈছে। পৰিস্থিতি স্বাভাৱিক হ’লে পুনৰ আন দেশলৈ অস্ত্ৰ বিক্ৰী আৰম্ভ হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে।

Apply Now

বহু বিশেষজ্ঞই দাবী কৰিছে যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প চীনলৈ যোৱাৰ পিছতেই এই সমীকৰণ সলনি হৈছে। চীন ভ্ৰমণৰ সময়ত চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ লগত ট্ৰাম্পৰ টাইৱানৰ বিষয়ত বহু কথা আলোচনা হৈছিল। জিনপিঙে ট্ৰাম্পক স্পষ্টকৈ সকীয়াই দিছিল যে টাইৱানৰ কথাত আমেৰিকাই হস্তক্ষেপ কৰিলে আমেৰিকা আৰু চীনৰ মাজৰ সম্পৰ্ক অতি বেয়া হ’ব পাৰে। সেয়েহে জিনপিঙে ট্ৰাম্পক এই বিষয়টোৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছিল।

উল্লেখযোগ্য যে, ১৯৪৯ চনত চীন আৰু টাইৱান পৃথক হৈছিল। তেতিয়াৰ পৰাই টাইৱানে নিজকে এখন স্বাধীন দেশ বুলি দাবী কৰি আহিছে আৰু আন বহুতো দেশেও ইয়াক স্বীকৃতি দিছে। কিন্তু চীনে টাইৱানক স্বাধীন দেশ বুলি নামানে আৰু নিজৰ দেশৰ এটা অংশ বুলিহে দাবী কৰে। চীনে সদায় কৈ আহিছে যে এদিন টাইৱান চীনৰ লগত চামিল হ’বই। ইয়াৰ বাবেই দুয়োখন দেশৰ মাজত দীৰ্ঘদিনীয়া বিবাদ চলি আছে আৰু বাতৰি অনুসৰি চীনে গোপনে টাইৱানক আক্ৰমণ কৰাৰো পৰিকল্পনা কৰিছে যদিও চীনে আজিলৈকে এই কথা স্বীকাৰ কৰা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ফিফা বিশ্বকাপত ১৬ টা গ’লেৰে মিৰ’শ্লাভ ক্ল’জৰ অভিলেখ স্পৰ্শ লিঅ’নেল মেছিৰ

ফিফা বিশ্বকাপত ১৬ টা গ’লেৰে মিৰ’শ্লাভ ক্ল’জৰ অভিলেখ স্পৰ্শ লিঅ’নেল মেছিৰ

June 17, 2026 11:00 am
জি-চেভেনৰ মঞ্চত মোদী-মেলনীৰ সাক্ষাৎ: “আমি ইনষ্টাগ্ৰামৰ আটাইতকৈ জনপ্ৰিয় যুটি” বুলি মন্তব্য ইটালীৰ প্ৰধানমন্ত্ৰীৰ

জি-চেভেনৰ মঞ্চত মোদী-মেলনীৰ সাক্ষাৎ: “আমি ইনষ্টাগ্ৰামৰ আটাইতকৈ জনপ্ৰিয় যুটি” বুলি মন্তব্য ইটালীৰ প্ৰধানমন্ত্ৰীৰ

June 17, 2026 10:08 am
বিশ্বকাপত নামিয়েই হেটট্ৰিক মেছিৰ! আলজেৰিয়াক সহজেই পৰাস্ত কৰি চেম্পিয়ন হোৱাৰ দিশে ধাৱমান আাৰ্জেন্টিনা

বিশ্বকাপত নামিয়েই হেটট্ৰিক মেছিৰ! আলজেৰিয়াক সহজেই পৰাস্ত কৰি চেম্পিয়ন হোৱাৰ দিশে ধাৱমান আাৰ্জেন্টিনা

June 17, 2026 9:16 am
আই এছ আইৰ সহায়ত ভাৰতত আক্ৰমণৰ ভয়ংকৰ পৰিকল্পনা! দিল্লীত গ্ৰেপ্তাৰ ৭ সন্ত্ৰাসবাদী, জাৰি কৰা হৈছে হাই এলাৰ্ট

আই এছ আইৰ সহায়ত ভাৰতত আক্ৰমণৰ ভয়ংকৰ পৰিকল্পনা! দিল্লীত গ্ৰেপ্তাৰ ৭ সন্ত্ৰাসবাদী, জাৰি কৰা হৈছে হাই এলাৰ্ট

June 17, 2026 8:50 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফিফা বিশ্বকাপত ১৬ টা গ’লেৰে মিৰ’শ্লাভ ক্ল’জৰ অভিলেখ স্পৰ্শ লিঅ’নেল মেছিৰ

ফিফা বিশ্বকাপত ১৬ টা গ’লেৰে মিৰ’শ্লাভ ক্ল’জৰ অভিলেখ স্পৰ্শ লিঅ’নেল মেছিৰ

June 17, 2026 11:00 am
জি-চেভেনৰ মঞ্চত মোদী-মেলনীৰ সাক্ষাৎ: “আমি ইনষ্টাগ্ৰামৰ আটাইতকৈ জনপ্ৰিয় যুটি” বুলি মন্তব্য ইটালীৰ প্ৰধানমন্ত্ৰীৰ

জি-চেভেনৰ মঞ্চত মোদী-মেলনীৰ সাক্ষাৎ: “আমি ইনষ্টাগ্ৰামৰ আটাইতকৈ জনপ্ৰিয় যুটি” বুলি মন্তব্য ইটালীৰ প্ৰধানমন্ত্ৰীৰ

June 17, 2026 10:08 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd