• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লেতেৰা : স্বচ্ছ সৰ্বেক্ষণৰ জৰীপত পুতৌজনকভাৱে ২৩ সংখ্যক স্থানত অসম

এন ই নাও নিউজ by এন ই নাও নিউজ
June 25, 2018 10:41 am
swachhata-678x381

প্ৰতিনিধিত্বমূলক চিত্ৰ

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় চৰকাৰৰ স্বচ্ছ সৰ্বেক্ষণৰ ওপৰত চলোৱা জৰীপ অনুসৰি অসমৰ প্ৰদৰ্শন অত্যন্ত হতাশাজনক। ৰাজ্যভিত্তিক সমীক্ষাত গড় নম্বৰৰ তালিকাত অসমে ২৩ সংখ্যক স্থান লাভ কৰিছে।

সমগ্ৰ দেশৰ ভিতৰতে পশ্চিমবংগ, পুডুচেৰীৰ সৈতে উত্তৰ-পূবৰ নাগালেণ্ড আৰু ত্ৰিপুৰা আটাইতকৈ অপৰিস্কাৰ ৰাজ্য হিচাপে স্থান লাভ কৰিছে।

Apply Now

ৰাজ্যভিত্তিক জৰীপত গড় নম্বৰত ঝাৰখণ্ডই ২৬১৯ নম্বৰ লাভ কৰি শীৰ্ষস্থান লাভ কৰাৰ বিপৰীতে ৭৯৯ নম্বৰ লাভ তালিকাৰ নিম্নতম স্থানত আছে নাগালেণ্ড। এইক্ষেত্ৰত ত্ৰিপুৰাই লাভ কৰা ৮৫৪ নম্বৰৰ বিপৰীতে অসমে ৮৮৩ নম্বৰহে লাভ কৰিছে।

এই তালিকাত অসমে ২৩ সংখ্যক স্থান লাভ কৰিছে। উত্তৰ-পূবৰ ৰাজ্যসমূহৰ ভিতৰত মিজোৰাম, মেঘালয়, নাগালেণ্ড আৰু ত্ৰিপুৰাই লাভ কৰিছে ক্ৰমে ২৪, ২৭,২৮ আৰু ২৯ সংখ্যক স্থান। ৩০ সংখ্যক স্থানেৰে নিম্নতম স্থানত আছে পশ্চিমবংগ।

তাৎপৰ্যপূৰ্ণভাৱে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য ছিকিমে ২৬০১ নম্বৰ লাভ কৰি তালিকাৰ শীৰ্ষত পঞ্চম ৰাজ্যৰ মৰ্যাদা লাভ কৰিছে। এই জৰীপত দেশৰ ৪৫ খন চহৰক অপৰিস্কাৰ চহৰ হিচাপে চিহ্নিত কৰা হৈছে।

কেন্দ্ৰীয় চৰকাৰে ৰূপায়ন কৰা স্বচ্ছ ভাৰত অভিযানে বহু সংখ্যক চহৰ পৰিস্কাৰ কৰি তুলিছে যদিও আন বহু চহৰে এইক্ষেত্ৰত ব্যৰ্থ হৈছে। কেন্দ্ৰই চলোৱা জৰীপ অনুসৰি ছিকিমৰ গেংটকে দেশৰ পাঁচশখন চহৰৰ ভিতৰত পঞ্চম স্থান লাভ কৰিছে।

বিজেপি শাসিত ৰাজ্য হিচাপে অসমে তৎপৰতাৰে স্বচ্ছ ভাৰত অভিযানত অংশ লৈছিল যদিও সেই অনুসৰি কৃতকাৰ্যতা লাভ কৰিব পৰা নাই। বৰঞ্চ যোৱা এবছৰত স্বচ্ছ সৰ্বেক্ষণৰ নামত কেৱল প্ৰচাৰৰ মাজতে সীমা ৰখা এই কাৰ্যসূচীয়ে লক্ষ্যত উপনীত হ’বলৈ বহুদূৰ বাট যে অতিক্ৰম কৰিব লাগিব সেয়া এই জৰীপে স্পষ্ট কৰি দিলে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd