• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘মিঞা মুছলমান’ক লৈ কৰা কুমন্তব্যৰ পৰিণতি : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ জাননী দিল্লী আদালতৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 28, 2026 7:35 pm
318
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘মিঞা মুছলমান’ক লৈ কৰা এক বিতৰ্কিত মন্তব্যৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ দিল্লী আদালতে জাননী প্ৰেৰণ কৰিছে। সমাজকৰ্মী হৰ্ষ মন্দাৰে মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰাৰ দাবীৰে দাখিল কৰা আৱেদনৰ ভিত্তিত এই জাননী জাৰি কৰা হৈছে।

অতিৰিক্ত সত্ৰ ন্যায়াধীশ চনু অগ্নিহোত্ৰীয়ে মন্দাৰৰ এক পুনৰীক্ষণ আৱেদনৰ শুনানি গ্ৰহণ কৰি এই পদক্ষেপ গ্ৰহণ কৰে।

Apply Now

ইয়াৰ পূৰ্বে যোৱা ২০ এপ্ৰিলত এখন দণ্ডাধীশ আদালতে আৰক্ষীক এই বিষয়ত এজাহাৰ পঞ্জীয়ন কৰিবলৈ নিৰ্দেশ দিয়াৰ পৰা বিৰত আছিল।

আৱেদনখনত উল্লেখ কৰা অনুসৰি, যোৱা ২৭ জানুৱাৰীত তিনিচুকীয়া জিলাৰ ডিগবৈত অনুষ্ঠিত এখন ৰাজহুৱা সভাত মুখ্যমন্ত্ৰী শৰ্মাই এই মন্তব্য কৰিছিল। অসমত ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনীৰ সময়ত প্ৰায় চাৰিৰ পৰা পাঁচ লাখ ‘মিঞা ভোটাৰ’ৰ নাম কৰ্তন কৰা সন্দৰ্ভত তেওঁ ভাষণ দিছিল।

অভিযোগ অনুসৰি, মুখ্যমন্ত্ৰীগৰাকীয়ে এনেদৰে কৈছিল যে তেওঁলোকে অসুবিধাৰ সন্মুখীন হ’লেহে অসম এৰি যাব আৰু তেওঁলোকে যাতে অসমত ভোট দিব নোৱাৰে তাৰ ব্যৱস্থা কৰা হৈছে।

সত্ৰ আদালতত মন্দাৰৰ অধিবক্তাই যুক্তি দৰ্শাইছিল যে নিম্ন আদালতে কাৰ্যক্ষেত্ৰৰ অভাৱৰ দোহাই দি আৱেদনখন নাকচ কৰিছিল। অধিবক্তাগৰাকীয়ে ‘জিৰ’ এফ আই আৰ’ৰ ধাৰণাটোৰ কথা উল্লেখ কৰি কয় যে যিকোনো ধৰ্তব্য অপৰাধৰ তথ্য যিকোনো আৰক্ষী থানাতেই দাখিল কৰিব পাৰি, লাগিলে অপৰাধটো য’তেই সংঘটিত নহওক কিয়। এই সকলোবোৰ যুক্তিৰ প্ৰতি লক্ষ্য ৰাখি আদালতে জাননী জাৰি কৰিছে আৰু পৰৱৰ্তী শুনানিৰ দিন ২০২৬ চনৰ ১৫ জুলাই নিৰ্ধাৰণ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জয়-পৰাজয় থাকেই! ব্ৰাজিলৰ বিৰুদ্ধে সাহসী প্ৰদৰ্শনেৰে কোটি কোটি ভাৰতীয়ৰ মন জয়

জয়-পৰাজয় থাকেই! ব্ৰাজিলৰ বিৰুদ্ধে সাহসী প্ৰদৰ্শনেৰে কোটি কোটি ভাৰতীয়ৰ মন জয়

October 4, 2026 8:27 am
“নেহা বৰা মোতকৈ ভাল জেন জি”, মুকলিকৈ স্বীকাৰ চিজেপিৰ মুৰব্বী অভিজিৎ ডিপকেৰ

“নেহা বৰা মোতকৈ ভাল জেন জি”, মুকলিকৈ স্বীকাৰ চিজেপিৰ মুৰব্বী অভিজিৎ ডিপকেৰ

October 4, 2026 8:07 am
মৰ্মান্তিক! জনপ্ৰিয় মেকআপ আৰ্টিষ্ট তথা ইনফ্লুৱেন্সাৰক ৰাজহুৱা স্থানত গুলীয়াই হত্যা

মৰ্মান্তিক! জনপ্ৰিয় মেকআপ আৰ্টিষ্ট তথা ইনফ্লুৱেন্সাৰক ৰাজহুৱা স্থানত গুলীয়াই হত্যা

October 4, 2026 7:59 am
চিজেপিৰ প্ৰতিবাদী কাৰ্যসূচীলৈ গৈ অসুস্থ, চিকিৎসালয়ত কৰুণ মৃত্যু ৭৫ বছৰীয়া বৃদ্ধৰ

চিজেপিৰ প্ৰতিবাদী কাৰ্যসূচীলৈ গৈ অসুস্থ, চিকিৎসালয়ত কৰুণ মৃত্যু ৭৫ বছৰীয়া বৃদ্ধৰ

October 4, 2026 7:57 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জয়-পৰাজয় থাকেই! ব্ৰাজিলৰ বিৰুদ্ধে সাহসী প্ৰদৰ্শনেৰে কোটি কোটি ভাৰতীয়ৰ মন জয়

জয়-পৰাজয় থাকেই! ব্ৰাজিলৰ বিৰুদ্ধে সাহসী প্ৰদৰ্শনেৰে কোটি কোটি ভাৰতীয়ৰ মন জয়

October 4, 2026 8:27 am
“নেহা বৰা মোতকৈ ভাল জেন জি”, মুকলিকৈ স্বীকাৰ চিজেপিৰ মুৰব্বী অভিজিৎ ডিপকেৰ

“নেহা বৰা মোতকৈ ভাল জেন জি”, মুকলিকৈ স্বীকাৰ চিজেপিৰ মুৰব্বী অভিজিৎ ডিপকেৰ

October 4, 2026 8:07 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd