• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে ডিকে শিৱকুমাৰে, জি পৰমেশ্বৰ হ’ল উপ-মুখ্যমন্ত্ৰী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 3, 2026 6:32 pm
23
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ্ণাটকৰ ৰাজনীতিত বুধবাৰে এটা গুৰুত্বপূৰ্ণ অধ্যায় সংযোজন হ’ল। কংগ্ৰেছ নেতা ডিকে শিৱকুমাৰে ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ৰাজধানী বেংগালুৰুত আয়োজন কৰা এক ভব্য অনুষ্ঠানত তেওঁ হাতত সংবিধানৰ কপি লৈ পদ আৰু গোপনীয়তাৰ শপত লয়। এই সময়ছোৱাত অনুষ্ঠানস্থলীত কংগ্ৰেছৰ নেতা, কৰ্মী আৰু সমৰ্থকসকলৰ এক বিশাল উপস্থিতি দেখা যায়। শিৱকুমাৰৰ সৈতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা জি পৰমেশ্বৰে উপ-মুখ্যমন্ত্ৰী পদৰ দায়িত্ব গ্ৰহণ কৰে। ৰাজ্যপালগৰাকীয়ে দুয়োগৰাকী নেতাকে পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায়। এই শপত গ্ৰহণ অনুষ্ঠানত কংগ্ৰেছৰ বহুকেইগৰাকী শীৰ্ষ নেতা মঞ্চত উপস্থিত আছিল।

নতুন চৰকাৰ গঠনৰ লগে লগে মন্ত্ৰী পৰিষদৰো সম্প্ৰসাৰণ কৰা হৈছে। মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীৰ বাহিৰেও আন ১২ গৰাকী নেতাই মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে। এই নতুন মুখবোৰৰ ভিতৰত প্ৰাক্তন মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়াৰ পুত্ৰ ড০ যতীনদ্ৰ সিদ্ধাৰামাইয়াৰ নামো অন্তৰ্ভুক্ত আছে। ইয়াৰ পূৰ্বে যোৱা ২৮ মে’ত সিদ্ধাৰামাইয়াই মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছিল। তেওঁ ২০২৩ চনৰ মে’ মাহৰ পৰা ২০২৬ চনৰ মে’ মাহলৈকে ৰাজ্যখনৰ নেতৃত্ব দিছিল।

Apply Now

মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীৰ উপৰি যিসকল নেতাই শপত গ্ৰহণ কৰিছে, তেۆঁলোকৰ ভিতৰত কে এইচ মুনিয়াপ্পা, কে জি জৰ্জ, এম বি পাটিল, ৰামলিংগা ৰেড্ডী, সতীশ জখোলী, কৃষ্ণ বায়নেগৌড়া, প্ৰিয়াংক খৰ্গে, ইউ টি খেদাৰ, ঈশ্বৰ খাণ্ড্ৰে, যতীন্দ্ৰ সিদ্ধাৰামাইয়া, বৈৰাথী সুৰেশ আৰু চৰণ প্ৰকাশ পাটিলৰ নাম উল্লেখযোগ্য।

ডিকে শিৱকুমাৰৰ শপত গ্ৰহণৰ পূৰ্বে এটা আৱেগিক ছবি পোহৰলৈ আহে। শপত গ্ৰহণৰ বাবে লোক ভৱনলৈ যোৱাৰ আগতে ডিকে শিৱকুমাৰে নিজৰ মাতৃৰ চৰণ স্পৰ্শ কৰি আশীৰ্বাদ লয়। এই ছবিখন বৰ্তমান ছচিয়েল মিডিয়াত যথেষ্ট ভাইৰেল হৈ পৰিছে। উল্লেখযোগ্য যে ডিকে শিৱকুমাৰে বিগত তিনি বছৰ ধৰি কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। এতিয়া তেওঁ মুখ্যমন্ত্ৰী পদৰ শপত গ্ৰহণ কৰিলে।

কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ পূৰ্বে ডিকে শিৱকুমাৰলৈ ছোনিয়া গান্ধীয়ে এটা শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰে। নিজৰ বাৰ্তাত ছোনিয়া গান্ধীয়ে শিৱকুমাৰক ফোন কৰি কয় যে তেওঁৰ সম্পূৰ্ণ বিশ্বাস আছে যে শিৱকুমাৰে কৰ্ণাটকক এক সুন্দৰ নেতৃত্ব প্ৰদান কৰিব। তেওঁ লগতে কয় যে আপুনি এই নতুন দায়িত্ব সুচাৰুৰূপে পালন কৰক। শেষত তেওঁ সকলোকে একেলগে লৈ আগবাঢ়ি যাবলৈ পৰামৰ্শ দিয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ডায়েবেটিছৰ আগতীয়া লক্ষণ: শৰীৰে আগতেই দিয়ে সংকেত, কিন্তু সাধাৰণ ছুগাৰ টেষ্ট কিয় ফেইল হয়?

ডায়েবেটিছৰ আগতীয়া লক্ষণ: শৰীৰে আগতেই দিয়ে সংকেত, কিন্তু সাধাৰণ ছুগাৰ টেষ্ট কিয় ফেইল হয়?

June 4, 2026 6:45 am
ভাতৃত্ববোধৰ অনন্য নিদৰ্শন: ককায়েকৰ সৈতে একেলগে পঢ়িবলৈ আইআইটি বম্বেৰ আসন ত্যাগ কিশোৰৰ

ভাতৃত্ববোধৰ অনন্য নিদৰ্শন: ককায়েকৰ সৈতে একেলগে পঢ়িবলৈ আইআইটি বম্বেৰ আসন ত্যাগ কিশোৰৰ

June 3, 2026 9:26 pm
ভাৰতৰ ওপৰত পুনৰ আমেৰিকাৰ ১২.৫ শতাংশ অতিৰিক্ত শুল্কৰ বোজা! কি ক’লে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ে?

ভাৰতৰ ওপৰত পুনৰ আমেৰিকাৰ ১২.৫ শতাংশ অতিৰিক্ত শুল্কৰ বোজা! কি ক’লে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ে?

June 3, 2026 8:52 pm
উকীল-আদালতৰ কি প্ৰয়োজন? যদিহে পুলিচে নিমিষতে এইদৰে ‘ন্যায়’ দিয়াটো আমি মানি লওঁ?

উকীল-আদালতৰ কি প্ৰয়োজন? যদিহে পুলিচে নিমিষতে এইদৰে ‘ন্যায়’ দিয়াটো আমি মানি লওঁ?

June 3, 2026 8:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ডায়েবেটিছৰ আগতীয়া লক্ষণ: শৰীৰে আগতেই দিয়ে সংকেত, কিন্তু সাধাৰণ ছুগাৰ টেষ্ট কিয় ফেইল হয়?

ডায়েবেটিছৰ আগতীয়া লক্ষণ: শৰীৰে আগতেই দিয়ে সংকেত, কিন্তু সাধাৰণ ছুগাৰ টেষ্ট কিয় ফেইল হয়?

June 4, 2026 6:45 am
ভাতৃত্ববোধৰ অনন্য নিদৰ্শন: ককায়েকৰ সৈতে একেলগে পঢ়িবলৈ আইআইটি বম্বেৰ আসন ত্যাগ কিশোৰৰ

ভাতৃত্ববোধৰ অনন্য নিদৰ্শন: ককায়েকৰ সৈতে একেলগে পঢ়িবলৈ আইআইটি বম্বেৰ আসন ত্যাগ কিশোৰৰ

June 3, 2026 9:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd