• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পূৰ্বৰ শিক্ষা মন্ত্ৰীয়ে পৰিকল্পনাহীনভাৱে নিযুক্তি দিয়া শিক্ষকৰ চাকৰি নিয়মীয়া কৰিব নোৱাৰো : সিদ্ধাৰ্থ ভট্টাচাৰ্য্য

কাজি জেইদুল ইচলাম by কাজি জেইদুল ইচলাম
June 26, 2018 3:00 pm
SiddharthBhatta
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“২০১০ চনত ঠিকাভিত্তিত যিসকল শিক্ষকক নিযুক্তি দিয়া হৈছিল, সেই সকলক পূৰ্বৰ শিক্ষা মন্ত্ৰীয়ে পৰিকল্পনাহীনভাৱে নিযুক্তি দিছিল। এইসকলৰ চাকৰি মই নিয়মীয়াকৰণ কৰিব নোৱাৰো। এই ৬৫০০গৰাকী শিক্ষকক বেতন দিবলৈ সামৰ্থ্য নাই বাবেই মই নিযুক্তি নিদিওঁ।” আজি এইদৰে কৈ পূৰ্বৰ শিক্ষা মন্ত্ৰীৰ দায়িত্বহীনতা উদঙাই দিয়ে শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই।

আজি  বিশ্বনাথ মহাবিদ্যালয়ত উপস্থিত হৈ ৰাজ্যৰ শিক্ষা আৰু আইন মন্ত্ৰীজনে বিশ্বনাথ মহাবিদ্যালয়খনৰ প্ৰশাসনিক ভৱনৰ লগতে আন দুটা নিৰ্মাণকাৰ্য্য উদ্বোধন কৰাৰ সময়ত সাংবাদিকৰ আগত এইদৰে কয়। তেওঁ কয় যে পূৰ্বৰ শিক্ষা মন্ত্ৰীজনে এই শিক্ষকসকলক নিযুক্তি দিওঁতে প্ৰয়োজনীয় পৰিকল্পনাৰ মাজেৰে যোৱা নাছিল। ফলত এইসকলৰ বাবে পুঁজিৰ কোনো শিতান নাই।

Apply Now

উল্লেখযোগ্য যে তেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিল যদিও বৰ্তমানৰ বিজেপি চৰকাৰৰ ক্ষমতাশালী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শিক্ষা মন্ত্ৰী আছিল। আনকি কেইমাহ মানৰ আগলৈকে এইখন চৰকাৰৰো শিক্ষা মন্ত্ৰী হৈ আছিল ড০ হিমন্ত বিশ্ব শৰ্মা।

তাৎপৰ্য্যপূৰ্ণভাৱে হিমন্ত বিশ্ব শৰ্মা শিক্ষা মন্ত্ৰী হৈ থাকোতে ঘোষণা কৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ নিৰ্ধাৰিত সংখ্যক মেধাৱী ছাত্ৰীক  স্কুটি প্ৰদান সম্পৰ্কতো সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই কয়, “মই স্কুটি নিদিওঁ। মই চাইকেল দিম। কাৰণ  ১৮-১৯ বছৰীয়া কম বয়সীয়া এজনী ছোৱালীয়ে কেনেকৈ স্কুটি চলাব লাগে সেই বিষয়ে নাজানে বা গতিবেগৰ বিষয়ে নজনা হেতু  বহু দুৰ্ঘটনাও সংঘটিত হৈছে।”

মন্ত্ৰীজনে জিলাখনৰ শিক্ষা মণ্ডলৰ বিষয়ববীয়াসকলৰ  লগতে বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিৰ সৈতেও বিভিন্ন অভিযোগ সম্পৰ্কে আলোচনাত বহে। চলিত বিত্তীয় বৰ্ষতে বিশ্বনাথত এখন অভিযান্ত্ৰিক মহাবিদ্যালয়, এখন আই টি আই  আৰু এখন বি এড কলেজৰ আধাৰশিলা স্থাপন কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে  ঘোষণা কৰে।

আজি মন্ত্ৰী গৰাকীৰ লগত কেৱিনেট মন্ত্ৰী ৰঞ্জিত দত্ত, বিধায়ক প্ৰমোদ বৰঠাকুৰ, উৎপল বৰাও উপস্থিতি আছিল।

কাজি জেইদুল ইচলাম

কাজি জেইদুল ইচলাম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd