• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home পৰিবেশ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 5, 2026 7:08 pm
25
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্ব পৰিৱেশ দিৱস উদযাপনৰ মাজতে কেৰালাৰ পালাক্কাদ জিলাৰ থেনকুৰিছিৰ এম শ্যামকুমাৰ নামৰ এজন ব্যক্তি সমগ্ৰ দেশৰ বাবে এক আদৰ্শ হৈ পৰিছে। এগৰাকী সাধাৰণ অটৰিক্সা চালক হোৱা স্বত্বেও বিগত ২৬ বছৰ ধৰি তেওঁ অদম্য প্ৰেৰণাৰে প্ৰায় ২০ হাজাৰতকৈও অধিক গছপুলি ৰোপণ কৰিছে। এই মহান যাত্ৰা তেওঁ আৰম্ভ কৰিছিল যেতিয়া তেওঁ চাইকেলেৰে বাতৰি কাকত বিতৰণ কৰিছিল। এখন আলোচনীত প্ৰকাশ পোৱা এটা প্ৰবন্ধত এজোপা গছক দহজন পুণ্যৱান পুত্ৰৰ সৈতে তুলনা কৰা কথাষাৰে তেওঁৰ মনত গভীৰ প্ৰভাৱ পেলাইছিল আৰু তেতিয়াৰ পৰাই তেওঁ এই পৱিত্ৰ কামত ব্ৰতী হৈ পৰিছে। তেওঁৰ মতে কেৱল গছপুলি ৰোৱাটোৱেই ডাঙৰ কথা নহয়, সেয়া সঠিকভাৱে ডাঙৰ-দীঘল কৰাটোৱেই প্ৰকৃত কাম।

শ্যামকুমাৰৰ দিনটো আৰম্ভ হয় অতি সোনকালে আৰু অটৰিক্সা চলোৱাৰ সমান্তৰালকৈ তেওঁ ৰাস্তাৰ দাঁতিত, চৰকাৰী মাটিত, বিদ্যালয়, চিকিৎসালয় আৰু মন্দিৰৰ চৌহদত গছপুলি ৰোৱা কাম অব্যাহত ৰাখে। তেওঁৰ অটৰিক্সাখনত সদায় পুলি, বীজ আৰু প্ৰয়োজনীয় সা-সঁজুলি থাকে। তেওঁৰ অটৰিক্সাত লিখা আছে মৰম ওৰু বৰম অৰ্থাৎ গছ এক আশীৰ্বাদ। গছপুলি যাতে শুকাই নাযায় তাৰ বাবে তেওঁ পুৰণি বটল ব্যৱহাৰ কৰি খুব সৰলভাৱে টোপাল জলসিঞ্চন পদ্ধতি অৱলম্বন কৰে আৰু বাঁহৰ বেৰা দি পুলিবোৰক সুৰক্ষা দিয়ে। তেওঁৰ এই একক প্ৰচেষ্টাৰ বাবে তেওঁক বহুতে গ্ৰীণ আৰ্মী বুলিও কয়।

Apply Now

তেওঁৰ কৰ্মৰাজি কেৱল কেৰালাৰ ভিতৰতে সীমাবদ্ধ নহয়, পুডুচেৰী, কাভৰাট্টি আৰু মুকাম্বিকালৈ যোৱা পথতো তেওঁ গছপুলি ৰুইছে। মালাপুঝা খালৰ দাঁতিত তেওঁ ৰোৱা তাল গছৰ শাৰীবোৰ তেওঁৰ অন্যতম সফল প্ৰকল্প। ইয়াৰ উপৰিও তেওঁ চৰাইৰ বাবে গ্ৰীষ্মকালত পানীৰ ব্যৱস্থা কৰে, কাৰণ তেওঁ বিশ্বাস কৰে যে চৰাইবোৰেই প্ৰকৃত বীজ বিস্তাৰক। গছৰ লগতে তেওঁ পুখুৰী সংৰক্ষণ আৰু সমাজৰ অন্যান্য উন্নয়নমূলক কামতো সক্ৰিয় ভূমিকা পালন কৰে। তেওঁৰ এই নিস্বাৰ্থ সেৱাৰ বাবে ৰাজ্যিক জৈৱ বৈচিত্র্য ব’ৰ্ডকে ধৰি কেইবাটাও সন্মানীয় বঁটাৰে তেওঁক ভূষিত কৰা হৈছে। ২৬ বছৰ অতিক্ৰম কৰিও তেওঁৰ ৰুটিন একেই আছে, অৰ্থাৎ গছপুলি ৰোৱা, তাক সুৰক্ষা দিয়া আৰু সময়মতে তাৰ খবৰ লোৱা।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd