• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 8, 2026 8:35 pm
512
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ২৮ ফেব্ৰুৱাৰীত ইজৰাইল আৰু আমেৰিকাৰ যুটীয়া আক্ৰমণত ইৰানৰ শীৰ্ষ নেতা আয়াতোল্লা আলী খামেনেইৰ মৃত্যু হৈছিল। তেওঁৰ মৃত্যুৰ পিছত ইতিমধ্যে ১০০ দিনতকৈও অধিক সময় পাৰ হৈ গৈছে যদিও এতিয়ালৈকে তেওঁৰ মৃতদেহ কবৰ দিয়া হোৱা নাই। খামেনেইৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ মোজতবা খামেনেই ইৰানৰ নতুন শীৰ্ষ নেতা হৈছে। কিন্তু ইমান দীঘলীয়া সময় পাৰ হৈ যোৱাৰ পিছতো পূৰ্বৰ নেতাগৰাকীৰ শেষকৃত্য সম্পন্ন কৰিব নোৱাৰাটোৱে এতিয়া ডাঙৰ প্ৰশ্নৰ সৃষ্টি কৰিছে।

ইৰানৰ তৰফৰ পৰা জনোৱা হৈছিল যে মাশ্বহাদ চহৰত খামেনেইৰ মৃতদেহ সমাহিত কৰা হ’ব। কিন্তু তাৰ পূৰ্বে তেওঁৰ নশ্বৰ দেহ ইৰানৰ বিভিন্ন চহৰলৈ লৈ গৈ ডাঙৰ শোক সমদল উলিওৱাৰ পৰিকল্পনা কৰা হৈছিল। এতিয়া জানিব পৰা গৈছে যে নিৰাপত্তাজনিত ডাঙৰ উদ্বেগৰ বাবেই আচলতে এই শেষকৃত্য সম্পন্ন কৰিব পৰা হোৱা নাই। ইৰান কৰ্তৃপক্ষই ভাবিছে যে বৰ্তমানৰ পৰিস্থিতিত ডাঙৰ সমাৱেশ পতাটো অতি বিপদজ্জনক হ’ব পাৰে। কাৰণ তেনে জমায়ত হ’লে তাত ইজৰাইল বা আমেৰিকাই পুনৰ আক্ৰমণ কৰাৰ সম্ভাৱনা আছে আৰু ইয়াৰ ফলত বহু লোকৰ প্ৰাণহানি হ’ব পাৰে। অৱশ্যে খামেনেইৰ মৃতদেহ বৰ্তমান ক’ত ৰখা হৈছে সেই বিষয়ে ইৰানে একো প্ৰকাশ কৰা নাই বাবে মৃতদেহটোৰ অৱস্থাক লৈ বিভিন্ন জল্পনা-কল্পনা চলিছে।

Apply Now

ইৰানৰ এটা সংবাদ মাধ্যমৰ খবৰ অনুসৰি দেউতাকৰ অন্ত্যেষ্টিক্ৰিয়াত পুত্ৰ মোজতবা উপস্থিত থকাটো প্ৰয়োজনীয়। কিন্তু নিৰাপত্তাৰ অভাৱৰ বাবে বৰ্তমান তেনে পৰিৱেশ নাই। ইৰানৰ নতুন নেতা হোৱাৰ পিছৰে পৰা মোজতবাই এবাৰো ৰাইজৰ সন্মুখলৈ অহা নাই কাৰণ তেওঁৰো প্ৰাণনাখৰ গভীৰ আশংকা আছে। বিভিন্ন প্ৰতিবেদনত দাবী কৰা হৈছে যে যোৱা ২৮ ফেব্ৰুৱাৰীৰ সেই আক্ৰমণত মোজতবা কোনোমতে বাচি গৈছিল যদিও তেওঁ গুৰুতৰভাৱে জখম হৈছিল। তেওঁৰ মুখ আৰু ভৰিত গভীৰ আঘাত লাগিছিল আৰু আনকি তেওঁৰো মৃত্যু হোৱা বুলি চৰ্চা চলিছিল। এই নিৰাপত্তাৰ অভাৱ আৰু জটিল পৰিস্থিতিৰ বাবেই খামেনেইৰ শেষকৃত্য বৰ্তমানলৈকে সম্পন্ন কৰিব পৰা হোৱা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm
শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

July 25, 2026 5:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm
শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd