• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দেশপ্ৰেম আৰু অনুশাসনৰ পাঠ: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত এন চি চি কেডেটৰ বিশাল প্ৰশিক্ষণ শিবিৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 9, 2026 12:34 pm
18
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটীৰ আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত যোৱা ৫ জুনৰ পৰা ধুবুৰীস্থিত ৭ অসম বেটেলিয়ান ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ (এন চি চি) উদ্যোগত এক দহদিনীয়া সামূহিক বাৰ্ষিক প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হৈ আছে। এই শিবিৰত বেটেলিয়ানটোৰ অধীনস্থ ৰাজ্যৰ বিভিন্ন শিক্ষা প্ৰতিষ্ঠানৰ প্ৰায় ৪০০ জন জুনিয়ৰ আৰু ছিনিয়ৰ ডিভিজনৰ ছাত্ৰ-ছাত্ৰী কেডেটে অংশগ্ৰহণ কৰিছে।

যোৱা ৫ জুন তাৰিখে ৭ আসাম এন চি চি বেটেলিয়ানৰ ভাৰপ্ৰাপ্ত কমাণ্ডিং অফিচাৰ লেফটেনেন্ট কৰ্ণেল পি জি নাইডুৱে এই শিবিৰটো আনুষ্ঠানিকভাৱে মুকলি কৰে। দহদিনীয়াকৈ আয়োজিত এই প্ৰশিক্ষণ কাৰ্যসূচীত কেডেটসকলক শাৰীৰিক অনুশীলন, সামৰিক প্ৰশিক্ষণ, পেৰেড, ড্ৰিল আৰু যুদ্ধত শত্ৰুক পৰাজিত কৰাৰ বিভিন্ন কৌশল সম্পৰ্কে প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। ইয়াৰ সমান্তৰালভাৱে কেডেটসকলৰ ব্যক্তিত্ব বিকাশ, দক্ষতা বৃদ্ধি আৰু মানসিক সৱলতাৰ ওপৰতো বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। তদুপৰি, সেনা বাহিনী তথা অন্যান্য সশস্ত্ৰ বাহিনীত নিযুক্তি লাভৰ উপায় আৰু প্ৰক্ৰিয়া সন্দৰ্ভতো অংশগ্ৰহণকাৰীসকলক অৱগত কৰা হৈছে।

Apply Now

শিবিৰৰ উদ্বোধনী অনুষ্ঠানত কেডেটসকলক উদ্দেশ্যি আগবঢ়োৱা ভাষণত লেফটেনেন্ট কৰ্ণেল পি জি নাইডুৱে এন চি চিৰ মূল লক্ষ্য আৰু উদ্দেশ্যৰ ওপৰত বহলভাৱে আলোকপাত কৰে। তেওঁ প্ৰতিগৰাকী কেডেটক একোজন দেশপ্ৰেমিক আৰু সুনাগৰিক হিচাপে গঢ় লৈ উঠিবলৈ আহ্বান জনায়। আনহাতে, এই শিবিৰৰ জৰিয়তে আগন্তুক আন্তঃসঞ্চালকালয় শ্বুটিং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ ইচ্ছুক আগ্ৰহী কেডেটসকলৰ বিশেষ নিৰ্বাচন প্ৰক্ৰিয়াও অব্যাহত আছে। কঠোৰ প্ৰশিক্ষণৰ লগতে কেডেটসকলৰ বৌদ্ধিক আৰু মানসিক উৎকৰ্ষ সাধনৰ বাবে প্ৰতিদিনে সন্ধিয়া বাৰেৰহণীয়া সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে, য’ত ছাত্ৰ-ছাত্ৰীসকলে নৃত্য আৰু গীতকে ধৰি বিভিন্ন অনুষ্ঠান পৰিৱেশন কৰিছে।

বৰ্তমান সুকলমে পৰিচালিত হৈ থকা এই প্ৰশিক্ষণ শিবিৰটোৰ সফল ৰূপায়ণৰ বাবে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই পূৰ্ণ সহযোগিতা আগবঢ়াইছে। বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক ডঃ দীপাংকৰ চাহাই সদৰী কৰা অনুসৰি, অংশগ্ৰহণকাৰীসকলৰ থকা-মেলা, নিয়মীয়া বিদ্যুৎ যোগান আৰু প্ৰয়োজনীয় চিকিৎসা সেৱাকে ধৰি সকলো ধৰণৰ আন্তঃগাঁথনিমূলক সুবিধা সুনিশ্চিত কৰাৰ ক্ষেত্ৰত বিশ্ববিদ্যালয়খনে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd