• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

বিশ্বকাপত সুযোগ পোৱাৰ পিছতো কিয় খেলা নাছিল ভাৰতীয় ফুটবল দলে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 12, 2026 5:03 pm
14
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২৬ চনৰ ফিফা বিশ্বকাপ ফুটবল ১১ জুনৰ পৰা আৰম্ভ হ’ব। বিশ্বৰ ফুটবল ইতিহাসত প্ৰথমবাৰৰ বাবে তিনিখন দেশে একেলগে বিশ্বকাপৰ আয়োজন কৰিছে। ১১ জুনৰ পৰা ১৯ জুলাইলৈকে অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাখন আমেৰিকা, মেক্সিকো আৰু কানাডাই যুটীয়াভাৱে আয়োজন কৰিছে।

এই তিনিখন দেশৰ মুঠ ১৬খন চহৰত ১০৪খন খেল অনুষ্ঠিত হ’ব। এই খেলসমূহৰ অন্ততহে সমগ্ৰ বিশ্বই জানিবলৈ পাব যে এইবাৰৰ বিশ্বকাপৰ বিজয়ী কোন হ’ব। আমেৰিকাৰ তেৰখন, মেক্সিকোৰ তিনিখন আৰু কানাডাৰ দুখন চহৰত এই মেচসমূহ খেলা হ’ব। এই আয়োজনৰ জৰিয়তে মেক্সিকো বিশ্বৰ প্ৰথমখন দেশ হিচাপে পৰিগণিত হ’ব যিয়ে তিনিবাৰকৈ বিশ্বকাপৰ আয়োজন কৰিছে। ইয়াৰ আগতে মেক্সিকোৱে ১৯৭০ আৰু ১৯৮৬ চনৰ বিশ্বকাপ আয়োজন কৰিছিল।

Apply Now

ফুটবল জগতৰ এই মহাৰণত প্ৰথমবাৰৰ বাবে সমগ্ৰ বিশ্বৰ ৪৮টা দলে অংশগ্ৰহণ কৰিব। ইয়াৰ আগৰ সাতখন বিশ্বকাপত কেৱল বিশ্বৰ শ্ৰেষ্ঠ ৩২টা দলেহে অংশগ্ৰহণ কৰিছিল। ইয়াৰ অৰ্থ হ’ল এইবাৰ সমগ্ৰ বিশ্বৰ পৰা অতিৰিক্ত ১৬খন দেশে বিশ্বকাপত অংশগ্ৰহণ কৰাৰ সুযোগ পাইছে। যোৱা বিশ্বকাপৰ ৬৪খন খেলৰ তুলনাত এইবাৰ মেচৰ সংখ্যাও বৃদ্ধি পাইছে।

ফিফাই অনুমান কৰিছে যে এইবাৰ প্ৰায় ছয় বিলিয়ন অৰ্থাৎ ছশ কোটি দৰ্শকে এই খেলসমূহ উপভোগ কৰিব। চাৰি বছৰৰ আগতে কাটাৰত অনুষ্ঠিত হোৱা বিশ্বকাপতকৈ এইবাৰ এশ কোটি অধিক দৰ্শকে মেচসমূহ চাব। বিশ্বকাপৰ এই ২৩ সংখ্যক সংস্কৰণত বিশ্বৰ চাৰিখন দেশ ক্ৰমে কেপ ভাৰ্ডে, কুৰাকাও, জৰ্ডান আৰু উজবেকিস্তানৰ ফুটবল দলে প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰিব।

কিন্তু ভাৰতীয় খেলপ্ৰেমীসকলৰ বাবে ইয়াত কোনো উৎসাহৰ খবৰ নাই, কাৰণ এতিয়ালৈকে ভাৰতে এই প্ৰতিযোগিতাত এবাৰো খেলিবলৈ পোৱা নাই। অতীতত এবাৰ ভাৰতীয় ফুটবল দলে বিশ্বকাপত অংশগ্ৰহণ কৰাৰ সুযোগ পাইছিল যদিও তেওঁলোকে অংশগ্ৰহণ নকৰিলে আৰু ভাৰতৰ বিশ্বকাপ খেলাৰ সপোন আধৰুৱা হৈয়েই ৰ’ল।

কথাটো বিশ্বাস কৰিবলৈ অলপ টান হ’লেও এইটো একেবাৰে সঁচা যে আজিৰ পৰা ৭৬ বছৰ আগতে অৰ্থাৎ ১৯৫০ চনত ব্ৰাজিলত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপত ভাৰতীয় ফুটবল দলে অংশগ্ৰহণ কৰাৰ কথা আছিল, কিন্তু শেষ মুহূৰ্তত ভাৰতীয় দলটোৱে তাত অংশগ্ৰহণ কৰিব নোৱাৰিলে।

আচলতে দ্বিতীয় বিশ্বযুদ্ধৰ বাবে ১৯৪২ আৰু ১৯৪৬ চনত ফুটবল বিশ্বকাপ অনুষ্ঠিত হ’ব পৰা নাছিল। তাৰ পিছত ১৯৫০ চনত ১২ বছৰৰ দীঘলীয়া অপেক্ষাৰ অন্তত বিশ্বকাপ অনুষ্ঠিত হ’বলৈ গৈ আছিল। ব্ৰাজিলত অনুষ্ঠিত হ’বলগীয়া এই বিশ্বকাপৰ বাবে মাত্ৰ ৩৩ খন দেশেহে কোৱালিফাইং ৰাউণ্ডত খেলিবলৈ সন্মতি প্ৰকাশ কৰিছিল।

সেই সময়ত কোৱালিফাইং গ্ৰুপ দহত ভাৰতে বাৰ্মা (ম্যানমাৰ) আৰু ফিলিপাইনছৰ সৈতে স্থান লাভ কৰিছিল। কিন্তু বাৰ্মা আৰু ফিলিপাইনছে কোৱালিফাইং ৰাউণ্ডৰ পৰা নিজৰ নাম প্ৰত্যাহাৰ কৰিছিল। ইয়াৰ অৰ্থ আছিল যে ভাৰতে কোনো খেল নেখেলাকৈয়ে পোনে পোনে বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় নাবিক থকা জাহাজত আক্ৰমণ, আমেৰিকাৰ ৰাজনৈতিক প্ৰতিনিধিক পুনৰ তলব কৰিলে ভাৰতে

ভাৰতীয় নাবিক থকা জাহাজত আক্ৰমণ, আমেৰিকাৰ ৰাজনৈতিক প্ৰতিনিধিক পুনৰ তলব কৰিলে ভাৰতে

June 12, 2026 5:46 pm
বিশ্বকাপত সুযোগ পোৱাৰ পিছতো কিয় খেলা নাছিল ভাৰতীয় ফুটবল দলে?

বিশ্বকাপত সুযোগ পোৱাৰ পিছতো কিয় খেলা নাছিল ভাৰতীয় ফুটবল দলে?

June 12, 2026 5:03 pm
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় জনালে মহান কিৱি বেটছমেন কেন উইলিয়ামছনে

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় জনালে মহান কিৱি বেটছমেন কেন উইলিয়ামছনে

June 12, 2026 4:25 pm
নিট পৰীক্ষাৰ্থীৰ বাবে ১৫ মিনিট অতিৰিক্ত সময়ৰ ঘোষণা ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ

নিট পৰীক্ষাৰ্থীৰ বাবে ১৫ মিনিট অতিৰিক্ত সময়ৰ ঘোষণা ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ

June 12, 2026 3:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় নাবিক থকা জাহাজত আক্ৰমণ, আমেৰিকাৰ ৰাজনৈতিক প্ৰতিনিধিক পুনৰ তলব কৰিলে ভাৰতে

ভাৰতীয় নাবিক থকা জাহাজত আক্ৰমণ, আমেৰিকাৰ ৰাজনৈতিক প্ৰতিনিধিক পুনৰ তলব কৰিলে ভাৰতে

June 12, 2026 5:46 pm
বিশ্বকাপত সুযোগ পোৱাৰ পিছতো কিয় খেলা নাছিল ভাৰতীয় ফুটবল দলে?

বিশ্বকাপত সুযোগ পোৱাৰ পিছতো কিয় খেলা নাছিল ভাৰতীয় ফুটবল দলে?

June 12, 2026 5:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd