• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভাৰত হৰাৰ পিছতেই ভাহি আহিল গালি-গালাজ; বৈভৱৰ লগতো হতাহতি! দৰাচলতে কি ঘটিছিল?

টিম ইণ্ডিয়াৰ অপমান তেওঁ একেবাৰেই মানি ল’ব পৰা নাছিল। প্ৰতিবাদ কৰিবলৈ গৈছিল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 16, 2026 3:02 pm
306
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোমবাৰে (১৫ জুন) ভাৰত আৰু শ্ৰীলংকাৰ মাজত এদিনীয়া খেল অনুষ্ঠিত হয়। এই খেলখনত ছুপাৰ অভাৰত শ্ৰীলংকাৰ হাতত পৰাস্ত হয় টিম ইণ্ডিয়া। ইতিমধ্যে ভাৰতৰ প্ৰদৰ্শনক লৈ সমালোচনাৰ জোৱাৰ হৈছে। তাৰমাজতে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এটা ভিডিঅ’। ইয়াত দেখা গৈছে যে শ্ৰীলংকাৰ ক্ৰিকেটাৰৰ সৈতে বৈভৱ সূৰ্য্যবংশীৰ পায় হতাহতি চলিছে।

ছুপাৰ অভাৰত ভাৰতীয় ক্ৰিকেট দলটোক ১৭ ৰানৰ লক্ষ্য বান্ধি দিয়া হৈছিল। অৱশ্যে টিম ইণ্ডিয়াই ১০ ৰানহে কৰিব পাৰে। বৈভৱে ৩ বলত ৭ ৰান আৰু সূৰ্যাংশ শ্বেডজে ৩ বলত ৩ ৰান সংগ্ৰহ কৰে। এই পৰিস্থিতিত ভাৰতে পৰাজয় স্বীকাৰ কৰিব লগা হৈছিল।

Apply Now

ভাৰতক পৰাস্ত কৰাৰ পিছত শ্ৰীলংকাৰ ক্ৰিকেটাৰসকলে নিজৰ মাজতে এই জয়ৰ উদযাপন কৰিছিল। সূত্ৰৰ মতে, সেই সময়ত শ্ৰীলংকাৰ এজন ক্ৰিকেটাৰে ভাৰতক লৈ বিতৰ্কিত মন্তব্য কৰিছিল। সেই সময়ত বৈভৱ ঠিক সন্মুখত আছিল। টিম ইণ্ডিয়াৰ অপমান তেওঁ একেবাৰেই মানি ল’ব পৰা নাছিল। প্ৰতিবাদ কৰিবলৈ গৈছিল।

তাৰ পিছত দুয়োপক্ষৰ মাজত বাক-বিতণ্ডা আৰম্ভ হ’ল। বৈভৱৰ খং উঠিল। ভিডিঅ’টোত দেখা গৈছে যে বৈভৱে প্ৰথমে শ্ৰীলংকাৰ ক্ৰিকেটাৰ এজনক সামান্য ঠেলি দিছে। এই আচৰণৰ বাবে বৈভৱক কেইবাখনো মেচৰ বাবে নিষিদ্ধ কৰা হ’ব বুলি আশংকা কৰা হৈছে। নিয়ম অনুসৰি ব’ৰ্ডেও তেওঁৰ বিৰুদ্ধে তদন্ত কৰিব পাৰে। যদিও এই সন্দৰ্ভত ব’ৰ্ডে এতিয়ালৈকে কোনো আনুষ্ঠানিক বক্তব্য দিয়া নাই।

ভাৰতীয় ক্ৰিকেট দলটোৱে প্ৰথমে বেটিং কৰিবলৈ নামি ৪৯.২ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ২৬৫ ৰান সংগ্ৰহ কৰে। এই মেচতো বেটিঙত বৈভৱ সূৰ্য্যবংশী ফ্লপ হয়। তেওঁ ১৪টা বলত মাত্ৰ ২১ ৰানহে কৰে। ইয়াৰ উপৰিও অধিনায়ক তিলক ভাৰ্মাই ৩২টা বলত ২৩ ৰানৰ ইনিংছ খেলিছিল। সৰ্বাধিক স্ক’ৰ লাভ কৰে সূৰ্যাংশ শ্বেডজে। তেওঁ ৬৬টা বলত ৭২ ৰান সংগ্ৰহ কৰে। ইয়াৰ উপৰি বিপ্ৰজ নিগমে ৪৯টা বলত ৫১ ৰান সংগ্ৰহ কৰে।

https://x.com/AbhiMSD_07/status/2066508314482196748?

প্ৰত্যুত্তৰত শ্ৰীলংকাই ৫০ অভাৰত মাত্ৰ ২৬৫ ৰানহে কৰিবলৈ সক্ষম হয়। তাৰ পিছত খেলখন চুপাৰ অভাৰলৈ গ’ল। বৈভৱ সূৰ্যবংশীয়ে এতিয়ালৈকে চলি থকা ত্ৰিদেশীয় ছিৰিজটোত দৃষ্টি আকৰ্ষণ কৰিব পৰা নাই। প্ৰথমখন খেলত ১৪ ৰান, দ্বিতীয়খন খেলত ৪৪ ৰান আৰু এই খেলখনত ২১ ৰান সংগ্ৰহ কৰে। অৰ্থাৎ ৩খন মেচত তেওঁ এটাও ডাঙৰ ইনিংছ খেলিব নোৱাৰিলে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাঠদানৰ তিনিমাহ উকলিল, তথাপিও কিতাপ নাপালে শিক্ষাৰ্থীয়ে, শিক্ষা পৰিষদৰ অধ্যক্ষৰ ৰহস্যজনক নীৰৱতা

পাঠদানৰ তিনিমাহ উকলিল, তথাপিও কিতাপ নাপালে শিক্ষাৰ্থীয়ে, শিক্ষা পৰিষদৰ অধ্যক্ষৰ ৰহস্যজনক নীৰৱতা

June 16, 2026 4:18 pm
নীট পৰীক্ষাৰ পূৰ্বে সমগ্ৰ দেশত নিষিদ্ধ কৰা হ’ল টেলিগ্ৰাম : বৃহৎ সিদ্ধান্ত চৰকাৰৰ

নীট পৰীক্ষাৰ পূৰ্বে সমগ্ৰ দেশত নিষিদ্ধ কৰা হ’ল টেলিগ্ৰাম : বৃহৎ সিদ্ধান্ত চৰকাৰৰ

June 16, 2026 4:17 pm
ভাৰত হৰাৰ পিছতেই ভাহি আহিল গালি-গালাজ; বৈভৱৰ লগতো হতাহতি! দৰাচলতে কি ঘটিছিল?

ভাৰত হৰাৰ পিছতেই ভাহি আহিল গালি-গালাজ; বৈভৱৰ লগতো হতাহতি! দৰাচলতে কি ঘটিছিল?

June 16, 2026 3:02 pm
বাবা ৰামদেৱে মুকলি কৰিলে পতঞ্জলি চিভিল ছাৰ্ভিচেছ একাডেমী, গুৰু দায়িত্বত অৱধ ওঝা

বাবা ৰামদেৱে মুকলি কৰিলে পতঞ্জলি চিভিল ছাৰ্ভিচেছ একাডেমী, গুৰু দায়িত্বত অৱধ ওঝা

June 16, 2026 2:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাঠদানৰ তিনিমাহ উকলিল, তথাপিও কিতাপ নাপালে শিক্ষাৰ্থীয়ে, শিক্ষা পৰিষদৰ অধ্যক্ষৰ ৰহস্যজনক নীৰৱতা

পাঠদানৰ তিনিমাহ উকলিল, তথাপিও কিতাপ নাপালে শিক্ষাৰ্থীয়ে, শিক্ষা পৰিষদৰ অধ্যক্ষৰ ৰহস্যজনক নীৰৱতা

June 16, 2026 4:18 pm
নীট পৰীক্ষাৰ পূৰ্বে সমগ্ৰ দেশত নিষিদ্ধ কৰা হ’ল টেলিগ্ৰাম : বৃহৎ সিদ্ধান্ত চৰকাৰৰ

নীট পৰীক্ষাৰ পূৰ্বে সমগ্ৰ দেশত নিষিদ্ধ কৰা হ’ল টেলিগ্ৰাম : বৃহৎ সিদ্ধান্ত চৰকাৰৰ

June 16, 2026 4:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd