• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 16, 2026 9:13 pm
54
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জি-৭ সন্মিলনৰ পৰা মঙলবাৰে কেইখনমান বিশেষ ছবি ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ফ্ৰান্সত অনুষ্ঠিত হোৱা এই বৈঠকত তেওঁক আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প, ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন আৰু ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলোনীৰ কাষত থিয় হৈ ফটো উঠা দেখা গৈছে।

এই ছবিবোৰৰ কেপচনত প্ৰধানমন্ত্ৰীগৰাকীয়ে লিখিছে যে জি-৭ সন্মিলনত বাকী বিশ্বনেতাসকলৰ সৈতে তেওঁলোকে একগোট হৈছে। দেশসমূহৰ সমৃদ্ধি, সুস্থিৰতা আৰু মানুহৰ কল্যাণৰ বাবে তেওঁলোকে একেলগে একগোট হৈ কাম কৰি যাব বুলিও তেওঁ তাত উল্লেখ কৰে।

Apply Now

বৈঠকৰ মাজতে ডোনাল্ড ট্ৰাম্পৰ সৈতেও প্ৰধানমন্ত্ৰী মোদীক খোচগল্পত মগ্ন থকা দেখা গৈছে। বৰ্তমান ভাৰত আৰু আমেৰিকাৰ মাজত এটা বাণিজ্য চুক্তিক লৈ আলোচনা চলি আছে। এনে পৰিপ্ৰেক্ষিতত দুই নেতাৰ এই সাক্ষাৎকাৰক বিশেষজ্ঞসকলে অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰিছে।

মেজ ঘূৰণীয়া বৈঠকত দুই নেতাক হাত মিলাই থকা আৰু ইজনে সিজনৰ কাষতে বহি থকা দেখা গৈছে। ইয়াৰ পূৰ্বে বিগত ২০২৫ বৰ্ষৰ ফেব্ৰুৱাৰী মাহত ৱাশ্বিংটনত তেওঁলোকৰ শেষবাৰৰ বাবে দেখা-দেখি হৈছিল।

মঙলবাৰৰ এই বৈঠকখনৰ পিছত আন এক গুৰুত্বপূৰ্ণ পটভূমিও আছে। ঠিক এক বছৰ পূৰ্বে অৰ্থাৎ ২০২৫ চনৰ মে’ মাহত অপাৰেচন সিন্দূৰক কেন্দ্ৰ কৰি ভাৰত আৰু পাকিস্তানৰ মাজত তিনি দিন ধৰি তীব্ৰ উত্তেজনা চলিছিল। ট্ৰাম্পৰ দাবী আছিল যে তেওঁৰ মধ্যস্থতাৰ বাবেই দুই দেশৰ মাজৰ এই যুঁজ বন্ধ হৈছিল। আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে এই কথা বহুবাৰ কৈছে যদিও ভাৰতে সদায় ইয়াক অস্বীকাৰ কৰি আহিছে। দিল্লীৰ স্পষ্ট কথা যে কোনো তৃতীয় পক্ষৰ হস্তক্ষেপ নোহোৱাকৈয়ে দুই দেশে নিজৰ মাজত আলোচনা কৰি এই যুদ্ধবিৰতিৰ সিদ্ধান্ত লৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১১ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত JNU-ৰ পৰা বৰ্খাস্ত মণিপুৰৰ সাংসদ-অধ্যাপকক

১১ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত JNU-ৰ পৰা বৰ্খাস্ত মণিপুৰৰ সাংসদ-অধ্যাপকক

October 10, 2026 2:48 pm
‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

October 10, 2026 1:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd