• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

ব্ৰহ্মপুত্ৰৰ ওপৰত বিশাল জলবিদ্যুৎ প্ৰকল্প; ধুমুহাৰ গতিৰে কাম আগবঢ়াই নিছে চীনে, উদ্বেগ বাঢ়িছে ভাৰতৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 18, 2026 3:42 pm
72
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লক্ষ্য হৈছে বিশ্বৰ সৰ্ববৃহৎ জলবিদ্যুৎ বান্ধ নিৰ্মাণ। কিন্তু সেইটো কৰিবলৈ গৈ চীনে ভাৰতৰ উদ্বেগ বৃদ্ধি কৰিছে। কাৰণ ভাৰতীয় সীমান্তৰ পৰা ৫০ কিলোমিটাৰ দূৰত্বত থকা ইয়াৰলুং ছাংপো নদীৰ নিম্ন অংশত বান্ধটো নিৰ্মাণ কৰি আছে চীনে। বান্ধটো নিৰ্মাণ হ’লে ভাৰতত ইয়াৰ ভয়াৱহ প্ৰভাৱ পৰিব।

চীনে সেই জলবিদ্যুৎ বান্ধ নিৰ্মাণৰ কথা আগেয়ে ঘোষণা কৰিছিল। শেহতীয়াকৈ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছে। আৰু সেইটোৱে দিল্লীৰ অস্বস্তি বৃদ্ধি কৰিছে। ভাৰতীয় চোৰাংচোৱা আৰু উপগ্ৰহৰ ছবিৰ পৰা লাভ কৰা তথ্যই দেখুৱাইছে যে যোৱা কেইমাহমানত বান্ধ নিৰ্মাণৰ কাম বহুখিনি আগবাঢ়িছে। আন্তঃসীমান্ত অঞ্চলটোৰ এখন নদীৰ ওপৰত ইমান বিশাল বান্ধ নিৰ্মাণক কেন্দ্ৰ কৰি উদ্বেগ বৃদ্ধিৰ যথেষ্ট কাৰণ আছে।

Apply Now

ইয়াৰ্লুং ছাংপো নদীৰ ওপৰত চীনে জলবিদ্যুত বান্ধটো নিৰ্মাণ কৰি আছে। এই নদীখনৰ উৎপত্তি তিব্বতত, অৰুণাচল প্ৰদেশৰ মাজেৰে ভাৰতত প্ৰৱেশ কৰে, তাত নদীখনক ছিয়াং বুলি কোৱা হয়। অসমত প্ৰৱেশ কৰি ইয়াৰ নাম হৈছে ব্ৰহ্মপুত্ৰ নদী। ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্ভৰশীল লাখ লাখ ভাৰতীয়ৰ জীৱিকা।

বিশেষজ্ঞসকলৰ মতে যদি মথাউৰিটো নিৰ্মাণ কৰা হয় তেন্তে গ্ৰীষ্মকালত তলৰ অৱবাহিকাত পানীৰ স্তৰ ৮৫ শতাংশ পৰ্যন্ত হ্ৰাস পাব পাৰে। ফলত ভাৰত আৰু বাংলাদেশৰ কৃষি কামত ব্যাঘাত জন্মিব, লগতে ঔদ্যোগিক উৎপাদনতো ব্যাঘাত জন্মিব। বাৰিষাৰ সময়ত অতিৰিক্ত পানী এৰি দিলে অৰুণাচল আৰু অসমৰ এক বৃহৎ অঞ্চল বন্যাৰ্ত হৈ পৰিব পাৰে।

কেৱল সেয়াই নহয়, জলবিদ্যুৎ বান্ধ নিৰ্মাণ হ’লে পানীৰ স্বাভাৱিক প্ৰবাহত ব্যাঘাত জন্মিব, লগতে পলস বহণৰ স্বাভাৱিক প্ৰক্ৰিয়াও বিঘ্নিত হ’ব। পৰিৱেশৰ ক্ষতি হ’ব পাৰে। চীনে নদীৰ ওপৰত বান্ধ নিৰ্মাণ কৰিলে ভাৰতক কাবু কৰাটোও সহজ হ’ব। কাৰণ তেনে ক্ষেত্ৰত তেওঁলোকে পানীৰ প্ৰবাহ নিয়ন্ত্ৰণ কৰিব।

বেইজিঙে দাবী কৰিছে যে জলবিদ্যুৎ প্ৰকল্পটোৰ মূল লক্ষ্য হৈছে বিদ্যুৎ উৎপাদন। ইয়াৰ দ্বাৰা আন কোনো দেশৰ কোনো ক্ষতি নহ’ব। কিন্তু ভাৰতে ৰিস্ক ল’বলৈ অনিচ্ছুক। পৰিস্থিতিৰ ওপৰত চকু ৰাখিছে ভাৰতে। ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে ২০২৫ চনৰ জুলাই মাহত চাংহাই সহযোগিতা সংস্থাত অংশগ্ৰহণ কৰিবলৈ গৈছিল।তেওঁ তাতেই বিষয়টো উত্থাপন কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছোমালিয়া আৰু য়েমেনৰ উপকূলত জলদস্যুৰ সন্ত্ৰাস! দুখন জাহাজ অপহৰণ, বন্দী ২২ভাৰতীয় নাৱিক

ছোমালিয়া আৰু য়েমেনৰ উপকূলত জলদস্যুৰ সন্ত্ৰাস! দুখন জাহাজ অপহৰণ, বন্দী ২২ভাৰতীয় নাৱিক

August 21, 2026 11:33 am
হোমৱৰ্ক নকৰাৰ বাবে ৬ বছৰীয়া শিশুক প্ৰহাৰ শিক্ষয়ত্ৰীৰ; ঘটনাস্থলীতে হেৰুৱালে প্ৰাণ

হোমৱৰ্ক নকৰাৰ বাবে ৬ বছৰীয়া শিশুক প্ৰহাৰ শিক্ষয়ত্ৰীৰ; ঘটনাস্থলীতে হেৰুৱালে প্ৰাণ

August 21, 2026 10:42 am
১৯৮৪ চনত শিখ বিৰোধী সংঘৰ্ষত দোষী সাব্যস্ত; তিহাৰতে মৃত্যু প্ৰাক্তন কংগ্ৰেছ সাংসদ সজ্জন কুমাৰৰ

১৯৮৪ চনত শিখ বিৰোধী সংঘৰ্ষত দোষী সাব্যস্ত; তিহাৰতে মৃত্যু প্ৰাক্তন কংগ্ৰেছ সাংসদ সজ্জন কুমাৰৰ

August 21, 2026 8:36 am
আদালত চৌহদতে গুলীত থকাসৰকা কুখ্যাত গেংষ্টাৰ; বিয়পি পৰিল আতংক

আদালত চৌহদতে গুলীত থকাসৰকা কুখ্যাত গেংষ্টাৰ; বিয়পি পৰিল আতংক

August 21, 2026 7:47 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছোমালিয়া আৰু য়েমেনৰ উপকূলত জলদস্যুৰ সন্ত্ৰাস! দুখন জাহাজ অপহৰণ, বন্দী ২২ভাৰতীয় নাৱিক

ছোমালিয়া আৰু য়েমেনৰ উপকূলত জলদস্যুৰ সন্ত্ৰাস! দুখন জাহাজ অপহৰণ, বন্দী ২২ভাৰতীয় নাৱিক

August 21, 2026 11:33 am
হোমৱৰ্ক নকৰাৰ বাবে ৬ বছৰীয়া শিশুক প্ৰহাৰ শিক্ষয়ত্ৰীৰ; ঘটনাস্থলীতে হেৰুৱালে প্ৰাণ

হোমৱৰ্ক নকৰাৰ বাবে ৬ বছৰীয়া শিশুক প্ৰহাৰ শিক্ষয়ত্ৰীৰ; ঘটনাস্থলীতে হেৰুৱালে প্ৰাণ

August 21, 2026 10:42 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd