• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

অৰুণাচলত ভয়ংকৰ বান : নিপকো প্ৰকল্পৰ ১৫টাতকৈয়ো অধিক আৱাসিক গৃহ ধ্বংস; এগৰাকী মহিলা নিৰুদ্দেশ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 24, 2026 2:53 pm
48
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৰুণাচল প্ৰদেশৰ কেয়ি পানয়ৰ জিলাৰ য়াজালি চক্ৰৰ অন্তৰ্গত নিপকো প্ৰকল্পৰ সমীপৰ পুছা অঞ্চলত নেৰানেপেৰা বৰষুণৰ ফলত ভয়ংকৰ বানপানীৰ সৃষ্টি হৈছে।

বুধবাৰে, অৰ্থাৎ ২৪ জুনত বিষয়াসকলে জানিবলৈ দিয়া মতে এই বানপানীৰ ফলত ১৫টাতকৈয়ো অধিক আৱাসিক গৃহ বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। ২৩ আৰু ২৪ জুনৰ নিশা হোৱা প্ৰবল বৰষুণৰ পিছতে এই পৰিস্থিতিৰ সৃষ্টি হয় আৰু নিপকো প্ৰকল্পৰ আশে-পাশে থকা অঞ্চলসমূহ পানীৰ তলত বুৰ যায়।

Apply Now

কেয়ি পানয়ৰ জিলাৰ উপায়ুক্তৰ পৰা পোৱা তথ্যৰ ভিত্তিত ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগে জনোৱা মতে, এখন নিৰ্মীয়মান দেৱাল খহি পৰাৰ ফলত নিপকো প্ৰকল্পৰ তলৰ অংশত থকা আৱাসিক গৃহবোৰত হঠাতে পানী সোমাই পৰে। এই ঘটনাত বৰ্তমানলৈকে ১৫টা আৱাসিক গৃহৰ ক্ষতি হোৱাৰ লগতে এগৰাকী মহিলা নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে। ইয়াৰ উপৰিও মানুহৰ প্ৰাণহানিৰো সন্দেহ কৰা হৈছে যদিও কৰ্তৃপক্ষই এতিয়ালৈকে ইয়াক আনুষ্ঠানিকভাৱে নিশ্চিত কৰা নাই।

বানপানীৰ পিছতে ততাতৈয়াকৈ উদ্ধাৰ আৰু সাহায্য অভিযান আৰম্ভ কৰা হৈছে। ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীক লগে লগে ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হৈছে আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীকো জৰুৰীকালীন অৱস্থাৰ বাবে সতৰ্ক কৰি জিলাখনলৈ পঠিওৱা হৈছে।

য়াজালি অঞ্চলৰ সকলো উপলব্ধ বাহন আৰু স্থানীয় প্ৰাক্তন সেনা জোৱানসকলকো উদ্ধাৰ কাৰ্যত সহায় কৰিবলৈ নিয়োগ কৰা হৈছে। জৰুৰীকালীন সতৰ্কতা হিচাপে নিপকোৱে তেওঁলোকৰ পাৱাৰহাউচ সাময়িকভাৱে বন্ধ কৰি দিছে আৰু বান্ধৰ পৰা লাহে লাহে নিয়ন্ত্ৰিতভাৱে পানী এৰি দিয়াৰ ব্যৱস্থা কৰিছে।

এই প্ৰবল বৰষুণৰ ফলত ভূমিস্খলনৰো সৃষ্টি হৈছে আৰু ঘাইপথৰ তিনিখন ঠাইত পথ সম্পূৰ্ণৰূপে অৱৰোধ হৈ পৰিছে। পোটিন আৰু হোজৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথত বহু যাত্ৰী আৱদ্ধ হৈ থকা বুলি খবৰ পোৱা গৈছে আৰু পুৱা ১০ বজাৰ পৰা ৰাস্তা মুকলি কৰাৰ কাম আৰম্ভ কৰা হৈছে। জিলা প্ৰশাসনে ৰাষ্ট্ৰীয় ঘাইপথৰ ঠিকাদাৰক তাৎক্ষণিকভাৱে পথ মুকলি কৰিবলৈ নিৰ্দেশ দিছে।

কেয়ি পানয়ৰ জিলাৰ উপায়ুক্ত শ্বেতা নাগৰকোটি মেহতাই জানিবলৈ দিয়ে যে পথ মেৰামতিৰ কাম বৰ্তমান পূৰ্ণগতিত চলি আছে। পৰিস্থিতি স্বাভাৱিক নোহোৱা লৈকে আৰু পথটো যাতায়তৰ বাবে সুৰক্ষিত বুলি ঘোষণা নকৰা পৰ্যন্ত নামনি সোৱণশিৰি জিলাৰ জিৰোলৈ যোৱা পথটো ব্যৱহাৰ নকৰিবলৈ তেওঁ যাত্ৰীসকলক বিশেষভাৱে পৰামৰ্শ দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

August 21, 2026 9:10 pm
জনতাৰ ধনেৰে ‘ডিজিটেল স্তাৱক’ ক্ৰয়ৰ অভিযোগ, বিজেপি চৰকাৰক লৈ তীব্ৰ বিতৰ্ক

জনতাৰ ধনেৰে ‘ডিজিটেল স্তাৱক’ ক্ৰয়ৰ অভিযোগ, বিজেপি চৰকাৰক লৈ তীব্ৰ বিতৰ্ক

August 21, 2026 8:01 pm
হিমন্তবিশ্ব শৰ্মাক লৈ আৰ এছ এছৰ স্থিতিক লৈ বিতৰ্ক; হতাশ হিতেশ্বৰ চক্ৰৱৰ্তী

হিমন্তবিশ্ব শৰ্মাক লৈ আৰ এছ এছৰ স্থিতিক লৈ বিতৰ্ক; হতাশ হিতেশ্বৰ চক্ৰৱৰ্তী

August 21, 2026 7:00 pm
বানপানীৰ স্থায়ী সমাধান নকৰিলে অসম নিশ্চিহ্ন হ’ব : অসম নাগৰিক সন্মিলন

বানপানীৰ স্থায়ী সমাধান নকৰিলে অসম নিশ্চিহ্ন হ’ব : অসম নাগৰিক সন্মিলন

August 21, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

August 21, 2026 9:10 pm
জনতাৰ ধনেৰে ‘ডিজিটেল স্তাৱক’ ক্ৰয়ৰ অভিযোগ, বিজেপি চৰকাৰক লৈ তীব্ৰ বিতৰ্ক

জনতাৰ ধনেৰে ‘ডিজিটেল স্তাৱক’ ক্ৰয়ৰ অভিযোগ, বিজেপি চৰকাৰক লৈ তীব্ৰ বিতৰ্ক

August 21, 2026 8:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd