• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নিউয়ৰ্কৰ নিৰ্বাচনত প্ৰবীণ ডেম’ক্ৰেট এস্পাইলাটক পৰাস্ত কৰিলে মামদানী সমৰ্থিত সমাজকৰ্মী ডাৰিয়ালিজাই

নিউয়ৰ্কৰ ৰাজনীতিত ঘটিছে এক ডাঙৰ পৰিৱৰ্তন । ডেম'ক্ৰেটিক পাৰ্টিৰ প্ৰাথমিক নিৰ্বাচনত ৭১ বছৰীয়া প্ৰবীণ নেতা আড্ৰিয়ানো এস্পাইলাটক পৰাস্ত কৰিছে ৩২ বছৰীয়া যুৱ নেত্ৰী ডাৰিয়ালিজা আভিলা চেভালিয়েৰে। ডাৰিয়ালিজাক নিউয়ৰ্কৰ মেয়ৰ জোহৰান মামদানিয়ে সমৰ্থন কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 24, 2026 9:01 pm
35
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিউয়ৰ্কৰ ৰাজনীতিত ঘটিছে এক ডাঙৰ পৰিৱৰ্তন । ডেম’ক্ৰেটিক পাৰ্টিৰ প্ৰাথমিক নিৰ্বাচনত ৭১ বছৰীয়া প্ৰবীণ নেতা আড্ৰিয়ানো এস্পাইলাটক পৰাস্ত কৰিছে ৩২ বছৰীয়া যুৱ নেত্ৰী ডাৰিয়ালিজা আভিলা চেভালিয়েৰে। ডাৰিয়ালিজাক নিউয়ৰ্কৰ মেয়ৰ জোহৰান মামদানিয়ে সমৰ্থন কৰিছিল। এই বিজয়ে ডেম’ক্ৰেটিক পাৰ্টিৰ প্ৰগতিশীল শিবিৰলৈ এক বৃহৎ সফলতা কঢ়িয়াই আনিছে। ডাৰিয়ালিজা এগৰাকী সমাজকৰ্মী আৰু ডেম’ক্ৰেটিক ছচিয়েলিষ্টছ অফ আমেৰিকাৰ সদস্য।

নিৰ্বাচনৰ প্ৰায় ৮৮ শতাংশ ভোট গণনা সম্পূৰ্ণ হোৱাৰ পিছত দেখা যায় যে ডাৰিয়ালিজাই এস্পাইলাটতকৈ ৪ শতাংশৰো কম ভোটৰ ব্যৱধানত আগবাঢ়ি আছে। এই পৰাজয়ৰ লগে লগে এস্পাইলাট এইবাৰৰ নিৰ্বাচনত পৰাজিত হোৱা ষষ্ঠগৰাকী বৰ্তমানৰ সাংসদ হিচাপে পৰিগণিত হৈছে। একেদিনাই নিউয়ৰ্কৰ আন এগৰাকী ডেম’ক্ৰেটিক নেতা ডেন গোল্ডমেনো ব্ৰেড লেণ্ডাৰৰ হাতত পৰাস্ত হয়, যাক মেয়ৰ মামদানিয়েও সমৰ্থন কৰিছিল।

Apply Now

উল্লেখ্য যে নিজৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত ডাৰিয়ালিজাই এস্পাইলাটক কঠোৰ সমালোচনা কৰিছিল। তেওঁ কৈছিল যে যেতিয়া সাধাৰণ জনতাই ঘৰভাড়া আৰু খাদ্যৰ বাবে সংগ্ৰাম কৰি আছে, তেতিয়া চৰকাৰে বিদেশত অস্ত্ৰ-শস্ত্ৰৰ বাবে কোটি কোটি টকা খৰচ কৰিছে। তেওঁ সাধাৰণ শ্ৰমিক শ্ৰেণীৰ লোকসকলৰ হকে মাত মাতিছিল আৰু প্ৰতিষ্ঠিত নেতাসকলৰ সাহসৰ অভাৱ থকা বুলি অভিযোগ কৰিছিল।

নিউয়ৰ্কৰ মেয়ৰ জোহৰান মামদানিয়ে প্ৰথমে এস্পাইলাটক সমৰ্থন কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও পিছলৈ তেওঁ ডাৰিয়ালিজাক সমৰ্থন জনায়। মামদানিয়ে ডাৰিয়ালিজাক দলটোৰ ভৱিষ্যত বুলি অভিহিত কৰে। কলম্বিয়া বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী ডাৰিয়ালিজাই ইজৰাইলৰ গাজা আক্ৰমণৰ তীব্ৰ বিৰোধিতা কৰি আহিছে আৰু ইয়াক এক গণহত্যা বুলি আখ্যা দিছে। তেওঁ পেলেস্তাইনৰ সমৰ্থনত হোৱা প্ৰতিবাদতো অংশগ্ৰহণ কৰিছিল।

আনহাতে, আড্ৰিয়ানো এস্পাইলাট আছিল আমেৰিকাৰ সদনলৈ নিৰ্বাচিত হোৱা প্ৰথমগৰাকী প্ৰাক্তন নথিপত্ৰবিহীন প্ৰব্ৰজনকাৰী আৰু ডমিনিকান মূলৰ আমেৰিকান। তেওঁ নিজৰ অভিজ্ঞতা আৰু সাফল্যৰ ভিত্তিত নিৰ্বাচনত অৱতীৰ্ণ হৈছিল আৰু তেওঁক দলৰ কেইবাগৰাকীও শীৰ্ষ নেতাই সমৰ্থন কৰিছিল। কিন্তু নিৰ্বাচনৰ শেষৰ ফালে পৰিস্থিতি বেয়াৰ ফালে ঢাল খায়। আফ্ৰো-লেটিনা আৰু মুছলমান সম্প্ৰদায়ৰ ডাৰিয়ালিজাই অভিযোগ কৰে যে এস্পাইলাটৰ সমৰ্থকসকলে তেওঁক বৰ্ণবাদী আক্ৰমণ কৰিছে আৰু তেওঁৰ পৰিয়ালক হাৰাশাস্তি কৰিছে। অৱশ্যে এস্পাইলাটে এই ঘটনাক গৰিহণা দি সকলোকে শান্ত হ’বলৈ আহ্বান জনাইছিল।

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

August 15, 2026 10:04 pm
আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

August 15, 2026 9:15 pm
শ্ৰীকাকুলামৰ গান্ধী মন্দিৰ: য’ত আজিও সজীৱ হৈ আছে অহিংসা আৰু স্বাধীনতা সংগ্ৰামৰ স্মৃতি

শ্ৰীকাকুলামৰ গান্ধী মন্দিৰ: য’ত আজিও সজীৱ হৈ আছে অহিংসা আৰু স্বাধীনতা সংগ্ৰামৰ স্মৃতি

August 15, 2026 8:50 pm
চৰকাৰৰ সাহস-সদিচ্ছাৰ অভাৱত আজিও সম্পূৰ্ণকৈ ৰূপায়ণ নহ’ল অসম চুক্তি, সমাধান নহ’ল বিদেশী সমস্যাৰ

চৰকাৰৰ সাহস-সদিচ্ছাৰ অভাৱত আজিও সম্পূৰ্ণকৈ ৰূপায়ণ নহ’ল অসম চুক্তি, সমাধান নহ’ল বিদেশী সমস্যাৰ

August 15, 2026 7:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

August 15, 2026 10:04 pm
আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

August 15, 2026 9:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd